অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২০২৪ ৱায়ানাড ভূমিস্খলন

২০২৪ ৱায়ানাড ভূমিস্খলন আছিল ভাৰতৰ কেৰালাৰ ৱায়ানাড় জিলাৰ পুঞ্জিৰিমাট্টম, মুণ্ডক্কাই, চুৰালমালা, আট্টামালা, মেপ্পাডি আৰু কুনহোম গাঁৱত ২০২৪ চনৰ ৩০ জুলাইৰ পুৱাৰ ভাগত সংঘটিত হোৱা একাধিক ভূমিস্খলন। প্ৰচণ্ড বৰষুণৰ ফলত পাহাৰৰ কাষসমূহ ভাঙি পৰিছিল, যাৰ ফলত অঞ্চলটোত বোকা, পানী আৰু শিলৰ ধাৰা নামি আহিছিল।

হালনাগাদ: ২৪ আগষ্ট ২০২৪ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৪৮
সংশোধনৰ পৰামৰ্শ

২০২৪ ৱায়ানাড ভূমিস্খলন আছিল ভাৰতৰ কেৰালাৰ ৱায়ানাড় জিলাৰ পুঞ্জিৰিমাট্টম, মুণ্ডক্কাই, চুৰালমালা, আট্টামালা, মেপ্পাডি আৰু কুনহোম গাঁৱত ২০২৪ চনৰ ৩০ জুলাইৰ পুৱাৰ ভাগত সংঘটিত হোৱা একাধিক ভূমিস্খলন। প্ৰচণ্ড বৰষুণৰ ফলত পাহাৰৰ কাষসমূহ ভাঙি পৰিছিল, যাৰ ফলত অঞ্চলটোত বোকা, পানী আৰু শিলৰ ধাৰা নামি আহিছিল। এই ভূমিস্খলন কেৰালাৰ ইতিহাসৰ আটাইতকৈ মাৰাত্মক প্ৰাকৃতিক দুৰ্যোগসমূহৰ ভিতৰত এটা বুলি চিহ্নিত কৰা হৈছে য 'ত কমেও ৪১৩ (২২৪টা মৃতদেহ আৰু ১৮৯টা শৰীৰৰ অংগৰ মুঠ ৪১৩ মৃত্যু, ২৭৩ ৰো অধিক আহত, আৰু ১৩৮জন সন্ধানহীন হোৱাৰ প্ৰাথমিক প্ৰতিবেদন পোৱা গৈছে। শেহতীয়া বছৰবোৰত ভাৰতত সংঘটিত হোৱা কেইবাটাও চৰম বতৰৰ ঘটনাৰ ভিতৰত এই ভূমিস্খলন অন্যতম।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০২৪ ৱায়ানাড ভূমিস্খলন” প্ৰবন্ধৰ সংশোধন ৪২৯৪৮৯ (২৪ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।