৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 38, চমুকৈ NH 38) হৈছে অসমৰ দুখন চহৰক সংযোগ কৰা এটা কম দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ। এই ৰাষ্ট্ৰীয় ঘাইপথটোৱে মাকুম আৰু লেখাপানীক সংযোগ কৰিছে। এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ৫৪ কিঃমিঃ (৩৪ মাইল)।১
সংযোজিত ঠাইসমূহ
লগতে চাওক
- List of National Highways in India
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ National Highways and their lengths. National Highways Authority of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)” প্ৰবন্ধৰ সংশোধন ৩৮৩৩৮৯ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।