অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৫২বি নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

৫২বি নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 52B, চমুকৈ NH 52B) অসমৰ কুলাজান আৰু ডিব্ৰুগড়ৰ মাজত সংযোগ স্থাপন কৰিছে। এই ঘাইপথটো কুলাজানত আৰম্ভ হৈ ডিব্ৰুগড়ত শেষ হৈছে। এই ৫২ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ৩১ কিঃমিঃ (১৯ মাইল)।

হালনাগাদ: ২১ মে’ ২০২০ ৪৬ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

৫২বি নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 52B, চমুকৈ NH 52B) অসমৰ কুলাজান আৰু ডিব্ৰুগড়ৰ মাজত সংযোগ স্থাপন কৰিছে। এই ঘাইপথটো কুলাজানত আৰম্ভ হৈ ডিব্ৰুগড়ত শেষ হৈছে। এই ৫২ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ৩১ কিঃমিঃ (১৯ মাইল)।১

লগতে চাওক

  • List of National Highways in India

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ National Highways Starting and Terminal Stations. Ministry of Road Transport & Highways

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৫২বি নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)” প্ৰবন্ধৰ সংশোধন ২২৯৯৬৮ (২১ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।