অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৩১চি নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

৩১চি নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 31C, চমুকৈ NH 31C) টোৱে পশ্চিম বংগৰ গলগলীয়া আৰু অসমৰ বিজনীৰ মাজত সংযোগ স্থাপন কৰিছে। এই পথটোৰ দৈৰ্ঘ্য হৈছে ২৩৫ কিঃমিঃ (১৪৬ মাইল)। ইয়াৰে ১৪২ কিঃমিঃ (৮৮ মাইল) অসমত আৰু ৯৩ কিঃমিঃ (৫৮ মাইল) পশ্চিম বংগত আছে।

হালনাগাদ: ২১ মে’ ২০২০ ৬৫ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

৩১চি নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 31C, চমুকৈ NH 31C) টোৱে পশ্চিমবংগৰ গলগলীয়া আৰু অসমৰ বিজনীৰ মাজত সংযোগ স্থাপন কৰিছে। এই পথটোৰ দৈৰ্ঘ্য হৈছে ২৩৫ কিঃমিঃ (১৪৬ মাইল)। ইয়াৰে ১৪২ কিঃমিঃ (৮৮ মাইল) অসমত আৰু ৯৩ কিঃমিঃ (৫৮ মাইল) পশ্চিম বংগত আছে।১

সংযোজিত পথসমূহ

  • গলগলীয়া
  • নক্সালবাৰী
  • বাগডোগ্ৰা
  • ওডলাবাৰী
  • মালবজাৰ
  • চালচা
  • নাগ্ৰাকাটা
  • বনৰহাট
  • বীৰপাৰা
  • মদৰীহাট
  • হচিমাৰা
  • আলিপুৰদুৱাৰ
  • কামাখ্যাগুড়ি
  • কোচগাঁও
  • বঙাইগাঁও
  • বিজনী

লগতে চাওক

  • List of National Highways in India

তথ্যসূত্ৰ

  1. ↑ Start and end points of National Highways

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩১চি নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)” প্ৰবন্ধৰ সংশোধন ২২৯৯৩৭ (২১ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।