অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

হিনা শ্বাহ

হিনা শ্বাহ: Hina Shah; এগৰাকী ভাৰতীয় উদ্যোগী যিয়ে অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত অৱদানৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰদান কৰা নাৰী শক্তি বঁটা, ভাৰত জ্যোতি বঁটা, টাইটান বি ম’ৰ কিংবদন্তি উপাধি, আৰু প্ৰজেক্ট মেনেজমেণ্ট ইনষ্টিটিউটৰ পৰা শ্ৰেষ্ঠ প্ৰকল্প বঁটাকে ধৰি বঁটা প্ৰদান কৰে।

হালনাগাদ: ৩ এপ্ৰিল ২০২৫ ১১৯ শব্দ · ১ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ
হিনা শ্বাহক ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী প্ৰতিভা পাটিলে বিশ্ব নাৰী দিৱসত নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰিছে
হিনা শ্বাহক ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী প্ৰতিভা পাটিলে বিশ্ব নাৰী দিৱসত নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰিছেছবি: Icecd · CC BY-SA 3.0

হিনা শ্বাহ: Hina Shah; এগৰাকী ভাৰতীয় উদ্যোগী যিয়ে অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত অৱদানৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰদান কৰা নাৰী শক্তি পুৰস্কাৰ, ভাৰত জ্যোতি বঁটা, টাইটান বি ম’ৰ কিংবদন্তি উপাধি, আৰু প্ৰজেক্ট মেনেজমেণ্ট ইনষ্টিটিউটৰ পৰা শ্ৰেষ্ঠ প্ৰকল্প বঁটাকে ধৰি বঁটা প্ৰদান কৰে।

নাৰী সবলীকৰণ

১৯৭৬ চনত প্লাষ্টিক পেকেজিং উদ্যোগৰ যোগেদি তেওঁৰ কৰ্ম জীৱন আৰম্ভ ৰকে।

গুজৰাটৰ উদ্যোগী বিধৱাসকলৰ সৈতে হোৱা বৈঠকত হিনা শ্বাহ
গুজৰাটৰ উদ্যোগী বিধৱাসকলৰ সৈতে হোৱা বৈঠকত হিনা শ্বাহছবি: Icecd · CC BY-SA 3.0

১৯৮৬ চনত তেওঁ দ্য ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ এণ্টাৰপ্ৰেনিউৰশ্বিপ এণ্ড কেৰিয়াৰ ডেভেলপমেণ্ট আৰম্ভ কৰে]।১হিনা শ্বাহৰ "মহিলাৰ বাবে উদ্যোগীকৰণ উন্নয়ন কাৰ্যসূচী", গুজৰাটৰ ২৫ গৰাকী মহিলাৰ সৈতে আৰম্ভ কৰা হৈছিল আৰু ইয়াৰে ১৬ গৰাকীয়ে অগতানুগতিক ব্যৱসায় স্থাপন কৰিছিল যিবোৰ ব্যৱসায় ২০১১ চনৰ পৰা এতিয়া চলি আছিল।

জাম্বিয়া,বাংলাদেশ, লেচোথো, বটছৱানা, কেমেৰুণ, মালয়েছিয়া, ফিলিপাইনছ, জৰ্ডান, শ্ৰীলংকা, গায়ানা, আইভৰি কোষ্ট আৰু চেণ্ট কিটছত মহিলাৰ অৰ্থনৈতিক সবলীকৰণ কৌশল আৰম্ভ আৰু প্ৰতিষ্ঠানিকৰণ কৰাত শ্বাহে সহায় কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Entrepreneurship Development Institute of India, Entrepreneurship Development Programs in Ahmedabad, Gujarat, Maharashtra, Delhi. icecd.org

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিনা শ্বাহ” প্ৰবন্ধৰ সংশোধন ৫০১৭৪৩ (৩ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।