বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
২৭ ফেব্ৰুৱাৰী
২৭ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৮তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৭টা দিন (অধিবৰ্ষত ৩০৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
-
২৮ ছেপ্টেম্বৰ
১১০৬ - ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ নৰ্মাণ্ডি অধিকাৰ হয়। ইংলেণ্ড আৰু নৰ্মাণ্ডিৰ পুনৰ একত্ৰীকৰণ হয়। ১৮৩৭ - ৬২ বছৰ বয়সত বাহাদুৰ শ্বাহে মোগল সিংহাসন আৰোহণ কৰে। উল্লেখ্য যে শেষৰজন মোগল সম্ৰাট বাহাদুৰ শ্বাহে চিপাহী বিদ্ৰোহত অভিযুক্ত হৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল।
-
২৯ নৱেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৩ আগষ্ট
আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৩ ছেপ্টেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৩ জুন
১৮৪৪ - অন্তিম যোৰা উ'ক চৰাই (great auk) হত্যা কৰা হৈছিল ১৯১৫ - ইংৰাজ চৰকাৰে কবিগুৰু ৰবীন্দ্ৰনাথক ‘নাইট’ উপাধি প্ৰদান কৰে। ১৭২৩ - জিঅ'ভান্নি এণ্ট'নিঅ' স্কোপ'লি, অষ্ট্ৰিয়াৰ চিকিৎসক আৰু প্ৰকৃতিবিদ। (মৃত্যুঃ ১৭৮৮) ১৯২৬ - এলেন গিঞ্চবাৰ্গ, আমেৰিকাৰ বিট আন্দোলনৰ কবি।
-
৩১ অক্টোবৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৪ অক্টোবৰ
১৩০২ - বাইজেণ্টাইন-ভেনিছিয়ান যুদ্ধৰ সমাপ্তি ঘটে। ১৫৮২ - গ্ৰেগৰিয়ান বৰ্ষপঞ্জী পোপ ত্ৰয়োদশ গ্ৰেগৰিৰ দ্বাৰা প্ৰৱৰ্তন কৰা হয়। ১৮২৪ - মেক্সিকো গণৰাজ্যত পৰিণত হয়। ১৯১৭ - প্ৰথম বিশ্বযুদ্ধ: ফ্লেণ্ডাৰ্ছত ব্ৰিটিছ আৰু জাৰ্মান সৈন্যৰ মাজত ব্ৰুডছেইণ্ডৰ যুদ্ধ সংঘটিত হয়।
-
৪ ছেপ্টেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৪ জুন
১৮৪৫ - মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত যুদ্ধ আৰম্ভ হয়। ১৯৩৬ - অবিভক্ত ভাৰতৰ চিভিলিয়ান ৰেডিঅ'ৰ নাম পৰিৱৰ্তন কৰি অল ইণ্ডিয়া ৰেডিঅ' কৰা হৈছিল। ২০০৪ - চিৰাং জিলা আনুষ্ঠানিক ভাৱে গঠন কৰা হয়। ২০২৪ - ভাৰতৰ অষ্টাদশ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা।
-
৪ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৫ জুলাই
১৮১১ - স্পেইনৰ পৰা ভেনিজুৱেলাই স্বাধীনতা লাভ কৰে। ১৯৪৭ - ব্ৰিটিছ সংসদত ভাৰতৰ স্বাধীনতাৰ বিধেয়ক গৃহীত হৈছিল। ১৯৫৪ - অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয় গঠন কৰা হয়। ১৯৬২ - আলজেৰিয়াই ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰে। ১৯৭৫ - পৰ্তুগালৰ পৰা কেপ ভাৰ্দেয়ে স্বাধীনতা লাভ কৰে।
-
৬ অক্টোবৰ
১৭৬২ – সাত বছৰীয়া যুদ্ধ: ব্ৰিটিছ সকলে স্পেইনৰ পৰা মানিলা দখল কৰে আৰু ইয়াক নিজৰ অধীন কৰে। ১৯৪৩ – দ্বিতীয় বিশ্বযুদ্ধ: ক্ৰিটত এটা অৰ্ধসামৰিক গোটে তেৰজন নাগৰিকক জীৱিত অৱস্থাত জ্বলাই দিয়ে। ১৯৪৮ - তুৰ্কমেনিস্তানৰ আশ্বগাবাট (Ashgabat) চহৰ ভূমিকম্পই (ৰিখটাৰ স্কেলত ৭.৩ জোখৰ) ধ্বংস কৰে।
-
৬ ছেপ্টেম্বৰ
১৫৫২ - ভিক্টোৰিয়া জাহাজ বা নাও ভিক্টোৰিয়াই প্ৰথমখন জাহাজ হিচাপে সমুদ্ৰ পথৰে গোটেই পৃথিৱী পৰিভ্ৰমণ কৰি স্পেইনলৈ উভতি আহে। এই যাত্ৰা মেগেলানে ১৫১৯ চনৰ ১০ আগষ্টত আৰম্ভ কৰিছিল। ১৯৩৯ - দ্বিতীয় বিশ্বযুদ্ধ: দক্ষিণ আফ্ৰিকাই জাৰ্মানিৰ বিৰুদ্ধে যুদ্ধ ঘোষনা কৰিছিল। ১৯৪৮ - জুলিয়ানা নেডাৰলেণ্ডৰ ৰাণী হৈছিল।
-
৬ জুলাই
১৮৮৫ - ফৰাচী বিজ্ঞানী লুই পেষ্টিউৰে জলাতংক ৰোগৰ কাৰণ আৰু তাৰ প্ৰতিষেধক ছিটা আৱিষ্কাৰ কৰে। ১৯৪৪ - নেতাজী সুভাষ চন্দ্ৰ বসুই প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক জাতিৰ পিতা ৰূপে সম্বোধন কৰে।
-
৬ নৱেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৭ মে'
১৮৩২ - গ্ৰীচ সাম্ৰাজ্য স্বাধীন সাম্ৰাজ্যত পৰিণত হয়। ১৮৪৯ - ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰু জন বেথুনৰ নেতৃত্বত কলকাতাত প্ৰতিষ্ঠিত হয় ‘নেটিভ ব্ৰউন স্কুল’। পিছলৈ এইখনেই হয়গৈ ‘ব্ৰাউন স্কুল’। ১৯৮৯ - জৰ্জ ইষ্টমেনে আধুনিক কেমেৰা নিৰ্মাণ কৰে। এই কেমেৰাটো বৰ্তমান ‘কোডাক’ নামে জনাজাত।
-
৮ ছেপ্টেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৮ জুন
১৯৩৬ - ইণ্ডিয়ান ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ’ কৰা হয়। ১৯৪৮ - ভাৰত আৰু ইংলেণ্ড যুক্তৰাষ্ট্ৰৰ মাজত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা মুকলি হয়। এয়াই আছিল ভাৰতৰ প্ৰথম আন্তৰাষ্ট্ৰীয় বিমান সেৱা। উল্লেখযোগ্য যে, আৰম্ভণিত এই বিমান কাইৰো আৰু জেনেভা হৈ সপ্তাহত এদিনৰ বাবে চলিছিল।
-
৮ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৯ অক্টোবৰ
আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
-
৯ জানুৱাৰী
৯ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৬টা দিন (অধিবৰ্ষত ৩৫৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
-
৯ জুলাই
১৮১০ - নেপোলিয়নৰ অধীনত হলেণ্ড (নেদাৰলেণ্ড) ফ্ৰান্সৰ অন্তৰ্ভুক্ত হয়॥ ১৮১৬ - আৰ্জেণ্টিনাই স্পেইনৰ পৰা স্বাধীনতা লাভ কৰে। ১৮৭৭ - টেনিছৰ উইম্বলডন প্ৰতিযোগিতাৰ উদ্বোধন হয়। ১৯৫১ - ভাৰতবৰ্ষত পোনপ্ৰথম বাৰৰ বাবে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ঘোষণা কৰা হয়।
-
৯২.৭ বিগ এফএম
বিগ এফএম হৈছে ভাৰতৰ অন্যতম বৃহৎ ৰেডিঅ' নেটৱৰ্ক যিয়ে মূলতঃ ৯২.৭ মেগাহাৰ্টজত সম্প্ৰচাৰ কৰে। ই চেফায়াৰ মিডিয়া গ্ৰুপৰ অংশ আৰু ৫৮টা ষ্টেচনে প্ৰায় ১৯০০ চহৰত উপনীত হৈছে আৰু দেশৰ ১.২ লাখ গাঁও সামৰি লৈছে। সমগ্ৰ দেশৰ ৩৪ কোটিৰো অধিক ভাৰতীয়ৰ বাবে ইয়াৰ সুবিধা আছে।
-
ৰাই
ৰাই (Secale cereale) হৈছে একপ্ৰকাৰ শস্য। ইয়াক মূলতঃ পূব আৰু উত্তৰ ইউৰোপৰ পৰা ৰাছিয়ালৈকে খেতি কৰা হয়। এই শস্য ঠাণ্ডা বতৰৰ অঞ্চলবোৰত উপযোগী; ইয়াৰ জোৰদাৰ বৃদ্ধিয়ে অপতৃণ দমন কৰে আৰু বছৰৰ আৰম্ভণিতে জীৱ-জন্তুৰ বাবে প্ৰচুৰ খাদ্যৰ যোগান ধৰে। ই ঘেঁহু আৰু যৱ জাতীয় শস্য।
-
ৰাজখোৱা হত্যাকাণ্ড
ৰাজখোৱা হত্যাকাণ্ডই ১৯৭০ চনত ধুবুৰীত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডক সূচায়। গোৱালপাৰা জিলাৰ সদ্য অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ উপেন্দ্ৰ নাথ ৰাজখোৱাই তেওঁৰ চৰকাৰী বাসভৱনত ১৯৭০ চনৰ ১০ ফ্ৰেব্ৰুৱাৰীত তেওঁৰ পত্নী আৰু বৰজীয়ৰীক হত্যা কৰি গাঁতত পুতি থয়।
-
ৰাণী
ৰাণী বা ৰাজকুমাৰী পত্নী সাধাৰণতে সাৰ্বভৌম ৰাজকুমাৰৰ পত্নীক দিয়া চৰকাৰী উপাধি বা অনানুষ্ঠানিক উপাধি। ৰাণীৰ অধিক সাধাৰণ আন পদবী ব্যৱহাৰ নকৰিলে ৰজাৰ পত্নীৰ বাবে এই উপাধি ব্যৱহাৰ কৰিব পাৰি। অধিক অনানুষ্ঠানিকভাৱে ইয়াক যিকোনো মহিলাৰ পাৰিবাৰিক অৱস্থাৰ বৰ্ণনা কৰিবলৈও ব্যৱহাৰ কৰিব পাৰি।
-
ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰ কাৰ্যালয়
ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰ কাৰ্যালয় (UNHCR) হৈছে শৰণাৰ্থী, বলপূৰ্বকভাৱে স্থানচ্যুত সম্প্ৰদায়, আৰু ৰাষ্ট্ৰহীন লোকসকলক সহায় আৰু সুৰক্ষা প্ৰদান আৰু তেওঁলোকৰ স্বেচ্ছামূলক প্ৰত্যাৱৰ্তন, স্থানীয় সংহতি বা তৃতীয় দেশলৈ পুনৰ সংস্থাপনত সহায় কৰাৰ দায়িত্ব দিয়া ৰাষ্ট্ৰসংঘৰ এটা সংস্থা।
-
ৰেডিঅ' মিৰ্চি
ৰেডিঅ' মিৰ্চি (হিন্দী শব্দ মিৰ্চিৰ অৰ্থ ৰঙা জলকীয়া), যাক ৯৮.৩ মিৰ্চি বুলিও কোৱা হয়, ভাৰতৰ ব্যক্তিগত এফএম ৰেডিঅ' ষ্টেচনৰ এটা দেশব্যাপী নেটৱৰ্ক। ইয়াৰ মালিকানাধীন এণ্টাৰটেইনমেণ্টনেটৱৰ্ক ইণ্ডিয়া লিমিটেড (ENIL), যিটো দ্য টাইমছ গ্ৰুপৰ অন্যতম সহযোগী কোম্পানী।
-
অক্সফৰ্ড-এষ্ট্ৰজেনেকা ক'ভিড-নাইণ্টিন ভেকছিন
অক্সফৰ্ড-এষ্ট্ৰজেনেকা ক'ভিড-নাইণ্টিন ভেকছিন,(Oxford–AstraZeneca COVID-19 vaccine)যাক এজেডডি-১২২২,(AZD-1222) নাম দিয়া হৈছে আৰু কভিশ্বিল্ড, ভেক্সজেভ্ৰিয়া নামৰ ব্ৰেণ্ডৰ অধীনত বিক্ৰী কৰা হৈছে, কোভিড-১৯ (SARS-CoV-2) প্ৰতিৰোধৰ বাবে এক ভাইৰেল ভেক্টৰ ভেকছিন।