অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৪ অক্টোবৰ

১৩০২ - বাইজেণ্টাইন-ভেনিছিয়ান যুদ্ধৰ সমাপ্তি ঘটে। ১৫৮২ - গ্ৰেগৰিয়ান বৰ্ষপঞ্জী পোপ ত্ৰয়োদশ গ্ৰেগৰিৰ দ্বাৰা প্ৰৱৰ্তন কৰা হয়। ১৮২৪ - মেক্সিকো গণৰাজ্যত পৰিণত হয়। ১৯১৭ - প্ৰথম বিশ্বযুদ্ধ: ফ্লেণ্ডাৰ্ছত ব্ৰিটিছ আৰু জাৰ্মান সৈন্যৰ মাজত ব্ৰুডছেইণ্ডৰ যুদ্ধ সংঘটিত হয়।

হালনাগাদ: ১১ মাৰ্চ ২০২৪ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৩০২ - বাইজেণ্টাইন-ভেনিছিয়ান যুদ্ধৰ সমাপ্তি ঘটে।
  • ১৫৮২ - গ্ৰেগৰিয়ান বৰ্ষপঞ্জী পোপ ত্ৰয়োদশ গ্ৰেগৰিৰ দ্বাৰা প্ৰৱৰ্তন কৰা হয়।
  • ১৮২৪ - মেক্সিকো গণৰাজ্যত পৰিণত হয়।
  • ১৯১৭ - প্ৰথম বিশ্বযুদ্ধ: ফ্লেণ্ডাৰ্ছত ব্ৰিটিছ আৰু জাৰ্মান সৈন্যৰ মাজত ব্ৰুডছেইণ্ডৰ যুদ্ধ সংঘটিত হয়।
  • ১৯১৮ - প্ৰথম বিশ্বযুদ্ধ: এটা বিস্ফোৰণত ১০০ ৰো অধিক লোকনিহত হয় আৰু নিউ জাৰ্চীৰ এটা শ্বেল লোডিং প্ৰকল্প ধ্বংস হয়।
  • ১৯৫৭ - স্পুটনিক ১, পৃথিৱীক প্ৰদক্ষিণ কৰা প্ৰথম কৃত্ৰিম উপগ্ৰহটো ছোভিয়েট ৰাছিয়াই উৎক্ষেপণ কৰে।
  • ২০০৬ - জুলিয়ান এচাংছে ৱিকিলিকছ প্ৰতিষ্ঠা কৰে।

জন্ম

  • ১২৮৯ - লুই দশম, ফ্ৰান্সৰ ৰজা। (মৃঃ ১৩১৬)
  • ১৬৩৩ - বাৰ্নাৰ্ডিনো ৰামাজিনি, এজন ইটালীৰ চিকিৎসক আছিল। ফ্ৰান্সেস্ক' টৰ্টিৰ সৈতে ৰামাজিনিয়ে মেলেৰিয়াৰ চিকিৎসাত চিনকোনা বাকলি (যাৰ পৰা কুইনাইন আহৰণ কৰা হয়) ব্যৱহাৰৰ প্ৰাৰম্ভিক ব্য়ক্তি আছিল। (জন্ম: ৫ নৱেম্বৰ, ১৭১৪)
  • ১৮৮৪ - ৰাম চন্দ্ৰ শুক্লা, যাক আচাৰ্য শুক্লা বুলি জনা যায়, হিন্দী সাহিত্যৰ এজন ভাৰতীয় ইতিহাসবিদ আছিল।
  • ১৯৩১ - সন্ধ্যা মুখাৰ্জী, ভাৰতীয় কণ্ঠশিল্পী।
  • ১৯৬২ - মানসী প্ৰধান, ভাৰতীয় মহিলা অধিকাৰ কৰ্মী আৰু লেখিকা।
  • ১৯৭৮ - চোহা আলী খান, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।
  • ১৯৮০ - পাওলি দাম, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৯২ - ৰুপি কৌৰ, ভাৰতীয় মূলৰ কানাডিয়ান কবি, ইলাষ্ট্ৰেটৰ আৰু লেখক।
  • ১৯৯৭ - ঋষভ পন্ট, ভাৰত, দিল্লী ৰাজ্য় আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত দিল্লী কেপিটেলছৰ হৈ মিডল অৰ্ডাৰ উইকেট-কিপাৰ বেটছমেন হিচাপে খেলা ভাৰতীয় ক্ৰিকেটাৰ।

মৃত্যু

  • ১৯৪৭ - মেক্স প্লেংক, নোবেল বিজয়ী জাৰ্মান পদাৰ্থবিজ্ঞানী। (জন্ম: ২৩ এপ্ৰিল, ১৮৫৮)
  • ১৯৮৬ - সৰলা দেৱী, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, নাৰীবাদী, সমাজকৰ্মী, ৰাজনীতিবিদ আৰু সাহিত্যিক।
  • ২০০০ - মাইকেল স্মিথ, এজন ব্ৰিটিছ বংশোদ্ভৱ কানাডিয়ান জৈৱ ৰসায়নবিদ আৰু ব্যৱসায়ী আছিল। তেওঁ ১৯৯৩ চনত ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিছিল।(জন্ম: এপ্ৰিল ২৬, ১৯৩২)

ছুটী আৰু উদযাপন দিৱস

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

অক্টোবৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৪ অক্টোবৰ” প্ৰবন্ধৰ সংশোধন ৪১০৯০৯ (১১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।