৯ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৬টা দিন (অধিবৰ্ষত ৩৫৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৱলী
- ১৯১৫ - জাতিৰ পিতা মোহনদাস কৰমচান্দ গান্ধীৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন।
- ১৯৫১ - ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্ক মহানগৰ স্থিত কাৰ্য্যালয়ৰ মুকলি।
জন্ম
- ১৮৩১ - ফাতিমা শ্বেখ, ভাৰতীয় শিক্ষাবিদ আৰু সমাজ সংস্কাৰক।
- ১৯২২ - হৰগোবিন্দ খোৰানা, ভাৰতীয় বংশোদ্ভৱ নোবেল বটা বিজয়ী প্ৰখ্যাত চিকিৎসা বিজ্ঞানী।
- ১৯২৬ - ধৰণী বৰ্মণ, অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা, পৰিচালক আৰু প্ৰযোজক।
- ১৯২৭ - সুন্দৰলাল বহুগুণা, ভাৰতীয় গড়ৱালী পৰিৱেশবিদ আৰু চিপকো আন্দোলনৰ নেতা।
- ১৯৫৫ - সুব্ৰমনিয়ম জয়শংকৰ, ভাৰতীয় কূটনীতিবিদ আৰু ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী।
- ১৯৬৫ - ফাৰাহ খান, ভাৰতীয় ছবি নিৰ্মাতা, ছবি প্ৰযোজক, অভিনেত্ৰী, নৃত্যশিল্পী, আৰু নৃত্য-পৰিচালক।
- ১৯৭৪ - ফাৰহান আখতাৰ, বলীউদ গায়ক, অভিনেতা তথা চিত্ৰ নিৰ্মাতা।
- ২০০০ - হিমা দাস, অসমীয়া দৌৰবিদ।
মৃত্যু
- ১৯৯৬ - ফিয়েৰলেচ নাদিয়া, অষ্ট্ৰেলিয়ান-ভাৰতীয় অভিনেত্ৰী তথা ষ্টাণ্ট ৱমেন।
- ২০২৪ - ভূপেন উজীৰ, অসমৰ সংগীতজ্ঞ।
দিৱস
- প্ৰবাসী ভাৰতীয় দিৱস (ভাৰত)।
- শ্বহীদ দিৱস (পানামা)।
বাহ্যিক সংযোগ
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৯ জানুৱাৰী” প্ৰবন্ধৰ সংশোধন ৪০১৮৩৩ (১০ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।