বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
সত্যমেৱ জয়তে
সত্যমেৱ জয়তে (सत्यमेव जयते, 'Truth alone triumphs', ) হিন্দু মুণ্ডক উপনিষদৰ এটি মন্ত্ৰ। স্বাধীন ভাৰতৰ জাতীয় নীতি বাক্য হিচাপে ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে, ভাৰত গণৰাজ্য হোৱাত, এই মন্ত্ৰক স্বীকৃতি প্ৰদান কৰা হৈছিল। এই বাক্য অশোকৰ সিংহত দেৱনাগৰী লিপিত লিখা আছে।
-
সম্পাদনা
সম্পাদনা (Editing) হৈছে কোনো লিখিত নথিপত্ৰ বা অন্য কামৰ পৰ্যালোচনা আৰু পৰিৱৰ্তন কৰি ইয়াক উন্নত কৰাৰ প্ৰক্ৰিয়া। ইয়াৰ অৰ্থ হৈছে বিষয় এটা সামাজিকভাৱে প্ৰকাশৰ বাবে প্ৰস্তুত কৰা, প্ৰকাশৰ পূৰ্বে বিষয়টো শুদ্ধ হোৱাটো নিশ্চিত কৰা।
-
সহস্ৰাব্দ উন্নয়ন লক্ষ্য
ৰাষ্ট্ৰসংঘৰ সহস্ৰাব্দ উন্নয়ন লক্ষ্য (Millennium Development Goals) হৈছে আঠটা লক্ষ্য যি বোৰ ৰাষ্ট্ৰসংঘৰ সকলো ১৯১জন সদস্য ৰাষ্ট্ৰই ২০১৫ চনৰ ভিতৰত প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰিবলৈ সন্মত হৈছিল।
-
সুদেশনাৱতী (বিকৰ্ণৰ পত্নী)
সুদেশনাৱতী মহাভাৰতত তৃতীয় কৌৰৱ বিকৰ্ণৰ পত্নী। তেওঁৰ উল্লেখ মহাভাৰত ত তেওঁৰ ভগ্নী ইন্দুমতী আৰু বিবাহ আদিৰ সৈতে উল্লেখ কৰা হৈছে। তেওঁ কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত বিকৰ্ণক সমৰ্থন কৰিছিল। বিকৰ্ণই দুয়োগৰাকী পত্নীক অপৰিসীম মৰম কৰিছিল। তাইৰ জ্যোৎস্যানা নামৰ কন্যা সন্তান আছিল।
-
সূত
সূত (সংস্কৃত: सूत) হিন্দু পুৰাণিক কাহিনীৰ চৰাই আৰু মিশ্ৰিত জাতি বা সম্প্ৰদায় দুয়োটাকে বুজায়। মনু স্মৃতি (১০.১১.১৭)ৰ মতে সূত জাতি ক্ষত্ৰিয় পিতৃ আৰু ব্ৰাহ্মণ মাতৃৰ সন্তান। আৰু কেইবাখনো পুৰাণৰ কথক ৰোমাহৰ্ষণৰ পুত্ৰ উগ্ৰশ্ৰৱা সৌতিকো সূত বুলি কোৱা হৈছিল।
-
সেউজপত্ৰ
যুক্তৰাজ্য, কমনৱেলথ দেশ, হংকং আৰু ইউৰোপীয় সংঘত সেউজপত্ৰ হৈছে যুক্তিতৰ্ক আৰু আলোচনাৰ বাবে নীতিগত প্ৰস্তাৱৰ আংশিক চৰকাৰী প্ৰতিৱেদন আৰু পৰামৰ্শৰ নথি। সেউজপত্ৰৰে চৰকাৰে প্ৰদত্ত বিষয়টোৰ ওপৰত প্ৰস্তাৱ দিব পৰা সৰ্বোত্তমখিনি প্ৰতিনিধিত্ব কৰে, কিন্তু যিহেতু ই প্ৰতিশ্ৰুতিহীন হৈ থাকে, সেয়েহে ইয়াৰ প্ৰতি…
-
সোণালী ঘণ্টা
ফটোগ্ৰাফীত সোণালী ঘণ্টা হ’ল সূৰ্য্য উদয়ৰ কিছুসময়ৰ পাছত বা সূৰ্যাস্তৰ আগৰ সময়ছোৱা, য’ত দিনৰ পোহৰ আকাশত বেছি ওখ হোৱাতকৈ দিনৰ পোহৰ ৰঙা আৰু কোমল হয়। সোণালী ঘণ্টাক কেতিয়াবা যাদু ঘণ্টা বুলিও কোৱা হয়, বিশেষকৈ চিনেমাটোগ্ৰাফাৰ আৰু ফটোগ্ৰাফাৰসকলে।
-
হাল্ক (চৰিত্ৰ)
হাল্ক (ইংৰাজী: Hulk) হৈছে মাৰ্ভেল কমিক্সৰ দ্বাৰা প্ৰকাশিত আমেৰিকান কমিক বুকৰ এজন মহানায়ক। লেখক ষ্টেন লি আৰু শিল্পী জেক কিৰ্বিয়ে সৃষ্টি কৰা এই চৰিত্ৰটো প্ৰথমবাৰৰ বাবে দ্য ইনক্ৰিডিবল হাল্ক (১৯৬২) কমিকৰ প্ৰথম খণ্ডত চিত্ৰায়িত কৰা হৈছিল।
-
হেইমডাল
হেইমডাল (ইংৰাজী: Heimdall) হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ অন্তৰ্গত এজন দেৱতা। তেওঁ অডিন আৰু ৯ গৰাকী মাতৃৰ সন্তান। হেইমডালে নিজৰ বাসস্থান, য'ত জ্বলি থকা ৰামধেনুৰ দলং বাইফ্ৰষ্টে আকাশৰ সৈতে মিলিত হয়, সেই হাইমিনবজৰ্গৰ পৰা আক্ৰমণকাৰী আৰু ৰাগনৰকৰ আৰম্ভণিৰ ওপৰত চকু ৰাখে।
-
হেনটাই
হেনটাই (Hentai) হৈছে জাপানীজ পৰ্ণগ্ৰাফিক এনিমে আৰু মাংগাৰ এক শৈলী। জাপানী মূলৰ এই শব্দটোৱে (変態) প্ৰচাৰ মাধ্যমৰ কোনো ধাৰাক বৰ্ণনা নকৰে, বৰঞ্চ ই এটা অস্বাভাৱিক যৌন ইচ্ছা বা কাৰ্য্যক প্ৰতিনিধিত্ব কৰে।
-
১০ ছেপ্টেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
১০ জুলাই
১৯৬০ - ভাৰত-কানাডাৰ যৌথ নিউক্লিয় ৰিয়েক্টৰ ‘ছাইৰাছ’ কাৰ্যক্ষম কৰা হয়। ১৯৬২ - আমেৰিকাৰ দ্বাৰা মহাকাশলৈ পৃথিৱীৰ প্ৰথম দূৰসংযোগী বাণিজ্যিক কৃত্ৰিম উপগ্ৰহ ‘টেলিষ্টাৰ—১’ উৎক্ষেপণ কৰা হয়। ১৯৬৫ - গোৱালিয়ৰত ভাৰতৰ প্ৰথমখন মহিলা এন চি চি কলেজ মুকলি কৰা হয়।
-
১০ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
১১ আগষ্ট
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
১২ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
১২ ফেব্ৰুৱাৰী
১২ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৩তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২২টা দিন (অধিবৰ্ষত ৩২৩ দিন) বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
-
১৩ আগষ্ট
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
১৩ ছেপ্টেম্বৰ
১৫০০ - পেড্ৰ' আলভাৰেজ কাব্ৰাল নামৰ পতুৰ্গীজ নাবিক আৰু অভিযাত্ৰীজনে ভাৰতৰ কেৰেলাৰ কালিকটত (Kozhikode or Calicut) প্ৰথম ভৰি দিয়ে। ১৯০৪ - ‘শ্বিলং সমবায় সমিতি’ অসমৰ সমবায় সমিতি প্ৰতিষ্ঠা হয়। ১৯১৬ - এনী বেছাণ্টৰ ভাৰতৰ হোমৰুল লীগ প্ৰতিষ্ঠিত হয়।
-
১৩ জুন
বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
-
১৩ জুলাই
১৮৩০ - কলকতাৰ স্কটিছ চ্চাৰ্চ্চ কলেজ স্থাপিত হয়। ১৯৭৭ - কেন্দ্ৰত চৰকাৰ সলনি হোৱা বাবে ১৯৮০ চনলৈকে পদ্ম সন্মান প্ৰদান বন্ধ। ২০০৫ - পাকিস্তানৰ সিন্ধু প্ৰদেশত সংঘটিত ৰে'ল দুৰ্ঘটনাত ৩০০ লোক নিহত হয় আৰু ১০০০ তকৈও অধিক লোক আহত হয়।
-
১৩ ফেব্ৰুৱাৰী
১৩ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৪তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২১টা দিন (অধিবৰ্ষত ৩২২ দিন) বাকী থাকে।
-
১৪ ছেপ্টেম্বৰ
১৮৯৭ - বাল গংগাধৰ তিলকক ১৮ মাহৰ বাবে কাৰাদণ্ড দিয়া হৈছিল। ১৯৩৯ - কেন্দ্ৰীয় আইন সভাৰ পৰামৰ্শ নকৰাকৈ ভাৰতক প্ৰথম মহাসমৰত জড়িত কৰাৰ প্ৰতিবাদত কংগ্ৰেছৰ আইন সভা ত্যাগ কৰে। ১৯৪৯ - হিন্দী ভাষাক কাৰ্যালয়ৰ ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল।
-
১৫ অক্টোবৰ
আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
-
১৫ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
১৫ নৱেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
১৬ অক্টোবৰ
আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
-
১৬ ছেপ্টেম্বৰ
১৬১৬ - ব্ৰিটিছ ৰাষ্ট্ৰদূত টমাছ ৰো ভাৰতৰ চুৰাটত উপস্থিত হৈছিল। ইংলেণ্ডৰ ৰজা জেমছৰ দূত হিচাপে মোগল সম্ৰাট জাহাংগীৰৰ ৰাজত্ব কালত তেওঁ ভাৰতত কাৰ্যনিৰ্বাহ কৰে। ১৮২১ - মেক্সিক'ৱে স্বাধীনতা লাভ কৰে। ১৯৪০ - আমেৰিকাত ২১-৩৫ বছৰীয়া পুৰুষসকলক সৈন্য-বাহিনীত যোগদান কৰাটো বাধ্যতামূলক কৰা হয়।
-
১৭ অক্টোবৰ
আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
-
১৮ ছেপ্টেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
১৮ জুন
বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল: