অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৪ জুন

১৮৪৫ - মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত যুদ্ধ আৰম্ভ হয়। ১৯৩৬ - অবিভক্ত ভাৰতৰ চিভিলিয়ান ৰেডিঅ'ৰ নাম পৰিৱৰ্তন কৰি অল ইণ্ডিয়া ৰেডিঅ' কৰা হৈছিল। ২০০৪ - চিৰাং জিলা আনুষ্ঠানিক ভাৱে গঠন কৰা হয়। ২০২৪ - ভাৰতৰ অষ্টাদশ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা।

হালনাগাদ: ৪ জুন ২০২৬ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৮৪৫ - মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত যুদ্ধ আৰম্ভ হয়।
  • ১৯৩৬ - অবিভক্ত ভাৰতৰ চিভিলিয়ান ৰেডিঅ'ৰ নাম পৰিৱৰ্তন কৰি অল ইণ্ডিয়া ৰেডিঅ' কৰা হৈছিল।
  • ২০০৪ - চিৰাং জিলা আনুষ্ঠানিক ভাৱে গঠন কৰা হয়।
  • ২০২৪ - ভাৰতৰ অষ্টাদশ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা। এই নিৰ্বাচনত NDAএ ২৯৩ খন আসন, INDIA মিত্ৰজোঁটে ২৩৪ খন আসন আৰু অন্যান্য ১৬ খন আসন লাভ কৰে।

জন্ম

  • ১৮২৯ - এলান অক্টোভিয়ান হিউম, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা। (মৃত্যু: ৩১ জুলাই ১৯১২)
  • ১৯৩৬ - নূতন সামৰ্থ, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৪৬ - এছ. পি. বালসুব্ৰমনিয়ম, ভাৰতীয় নেপথ্য সঙ্গীতশিল্পী,সঙ্গীত পৰিচালক আৰু অভিনেতা। (মৃত্যু: ২৫/০৯/২০২০)
  • ১৯৭৫ - এঞ্জেলিনা জলি, মাৰ্কিন অভিনেত্ৰী, চলচ্চিত্ৰ নিৰ্মাতা আৰু মানৱহিতৈষিণী।
  • ১৯৮০ - প্ৰশান্ত নীল, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ৷
  • ১৯৮৪ - প্ৰিয়ামণি, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল।
  • ১৯৮৮ - প্ৰমোদ ভগত, ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।
  • ১৯৯০ - জেৎচুন পেমা, ভূটানৰ ৰাণী।

মৃত্যু

দিৱস

  • আক্ৰমণৰ বলি হোৱা নিৰীহ শিশুৰ আন্তৰ্জাতিক দিৱস।
  • হাঙ্গেৰীৰ ৰাষ্ট্ৰীয় একতা দিৱস।

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৪ জুন” প্ৰবন্ধৰ সংশোধন ৬১১১৬৭ (৪ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।