অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৩১ অক্টোবৰ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ১১ মাৰ্চ ২০২৪ ১৮১ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৮৯১ - জাপানত হোৱা প্ৰবল ভূমিকম্পৰ ফলত তিনি সহস্ৰাধিক লোকৰ মৃত্যু হয়।
  • ১৯২০ - ভাৰতৰ প্ৰথম শ্ৰমিক সংগঠন নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ প্ৰতিষ্ঠা কৰা হয়।
  • ১৯৩০ - কলকাতাত বেজবৰুৱা সমিতিৰ প্ৰথম অধিবেশন আৰম্ভ হয়। ১৯৩০ চনত স্থাপিত এই অনুষ্ঠানটো ১৯৩৩ চন মানলৈকে এৰা-ধৰাকৈ সক্ৰিয় হৈ আছিল।
  • ১৯৬৬ - ভাৰতীয় সাঁতোৰবিদ মিহিৰ সেনে পানামা খাল সাঁতুৰি অতিক্ৰম কৰে। সাঁতুৰি পাৰ হোৱা তেৱেই প্ৰথম ভাৰতীয়।
  • ১৯৯৯ - আটলাণ্টিক মহাসাগৰৰ ওপৰত ইজিপ্তৰ বিমান ব'য়িং ৭৬৭ ধ্বংস হয় আৰু ২১৪ জন যাত্ৰী নিহত হয়।

জন্ম

  • ১৭৯৫ - জন কীটছ, ইংৰাজ কবি।
  • ১৮৩৫ - যোহান ফ্ৰেডেৰিক উইলহেম আডলফ, প্ৰখ্যাত জাৰ্মান বিজ্ঞানী।
  • ১৯৬১ - সৰ্বানন্দ সোণোৱাল, ভাৰতীয় ৰাজনীতিবিদ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
  • ১৮৭৫ - বল্লভভাই পেটেল, ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা, লৌহ মানৱ, স্বাধীন ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী।

মৃত্যু

  • ১৯২৬ - হেৰী হুডিনি, হাংগেৰীৰ বিশ্বখ্যাত যাদুকৰ।
  • ১৯৭৫ - শচীন দেৱবৰ্মণ, বিংশ শতাব্দীৰ ভাৰতীয় বাংলা সঙ্গীত শিল্পী।
  • ১৯৮৪ - ইন্দিৰা গান্ধী, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
  • ২০০১ - ব্ৰজকুমাৰ নেহৰু, কূটনীতিজ্ঞ, গুজৰাট আৰু অসমৰ প্ৰাক্তন ৰাজ্যপাল।
  • ২০০৫ - অমৃতা প্ৰীতম, পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰসিদ্ধ সাহিত্যিক।

দিৱস

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩১ অক্টোবৰ” প্ৰবন্ধৰ সংশোধন ৪১০৯০৮ (১১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।