অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৩ জুন

১৮৪৪ - অন্তিম যোৰা উ'ক চৰাই (great auk) হত্যা কৰা হৈছিল ১৯১৫ - ইংৰাজ চৰকাৰে কবিগুৰু ৰবীন্দ্ৰনাথক ‘নাইট’ উপাধি প্ৰদান কৰে। ১৭২৩ - জিঅ'ভান্নি এণ্ট'নিঅ' স্কোপ'লি, অষ্ট্ৰিয়াৰ চিকিৎসক আৰু প্ৰকৃতিবিদ। (মৃত্যুঃ ১৭৮৮) ১৯২৬ - এলেন গিঞ্চবাৰ্গ, আমেৰিকাৰ বিট আন্দোলনৰ কবি।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ১৯৪ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৮৪৪ - অন্তিম যোৰা উ'ক চৰাই (great auk) হত্যা কৰা হৈছিল১
  • ১৯১৫ - ইংৰাজ চৰকাৰে কবিগুৰু ৰবীন্দ্ৰনাথক ‘নাইট’ উপাধি প্ৰদান কৰে।

জন্ম

  • ১৭২৩ - জিঅ'ভান্নি এণ্ট'নিঅ' স্কোপ'লি, অষ্ট্ৰিয়াৰ চিকিৎসক আৰু প্ৰকৃতিবিদ। (মৃত্যুঃ ১৭৮৮)
  • ১৯২৬ - এলেন গিঞ্চবাৰ্গ, আমেৰিকাৰ বিট আন্দোলনৰ কবি।
  • ১৯৩০ - জৰ্জ ফাৰ্নাণ্ডেজ, ভাৰতীয় শ্ৰমিক সঙ্ঘৰ সদস্য, ৰাজনীতিবিদ, সাংবাদিক আৰু কৃষিবিদ।
  • ১৯৪০ - ইন্দিৰা জয়সিংহ, ভাৰতীয় অধিবক্তা তথা মানৱ অধিকাৰ আৰু লিংগসমতা কৰ্মী।
  • ১৯৬৫ - সোণালী বসু, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, লেখক আৰু চলচ্চিত্ৰ প্ৰযোজক।
  • ১৯৮৬ - ৰাফেল নাডাল, স্পেইনৰ বিখ্য়াত টেনিছ খেলুৱৈ।
  • ১৯৯২ - মাৰিঅ' গ'টজে, জাৰ্মান ফুটবলাৰ, ২০১৪ চনৰ বিশ্বকাপ ফুটবল ফাইনেলৰ একমাত্ৰ গ'ল দাতা।
  • ২০০১ - ৰিংকু ৰাজগুৰু, ভাৰতীয় অভিনেত্ৰী।

মৃত্যু

  • ১৯২৪ - ফ্ৰান্‌ৎছ কাফকা, জাৰ্মান ঔপন্যাসিক।
  • ১৯৬৩ - নাজিম হিকমত, তুৰ্কি কবি আৰু লেখক। (জন্ম: ১৯০২)
  • ১৯৭১ - উপেন্দ্ৰচন্দ্ৰ লেখাৰু, সাহিত্যিক, শিক্ষাবিদ, প্ৰবন্ধকাৰ আৰু অধ্যাপক আছিল।
  • ১৯৯৪ - কিশিভাই পেটেল, ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু এগৰাকী গান্ধীবাদী।
  • ২০১৬ - বিশ্ব বিখ্যাত বক্সিং খেলুৱৈ মহম্মদ আলী (মাৰ্কিন যুক্তৰাষ্ট্ৰ)। (জন্ম: ১৯৪২)
  • ২০২১ - ডঃ লক্ষ্মীনন্দন বৰা, কোভিদ-১৯ত আক্ৰান্ত হৈ পৰলোক প্ৰাপ্তি, অসমীয়া সাহিত্যিক, সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ১৯৮৮ চনত 'পাতাল ভৈৰৱী' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ আৰু ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল।

দিৱস

বাহ্যিক সংযোগ

তথ্য সংগ্ৰহ


তথ্যসূত্ৰ

  1. ↑ Newton, Alfred. (1861). Abstract of Mr. J. Wolley's Researches in Iceland respecting the Gare-fowl or Great Auk (Alea impennis, Linn.). Ibis. পৃ. 374–399

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩ জুন” প্ৰবন্ধৰ সংশোধন ৬৪০৩৫০ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।