অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৬ ছেপ্টেম্বৰ

১৫৫২ - ভিক্টোৰিয়া জাহাজ বা নাও ভিক্টোৰিয়াই প্ৰথমখন জাহাজ হিচাপে সমুদ্ৰ পথৰে গোটেই পৃথিৱী পৰিভ্ৰমণ কৰি স্পেইনলৈ উভতি আহে। এই যাত্ৰা মেগেলানে ১৫১৯ চনৰ ১০ আগষ্টত আৰম্ভ কৰিছিল। ১৯৩৯ - দ্বিতীয় বিশ্বযুদ্ধ: দক্ষিণ আফ্ৰিকাই জাৰ্মানিৰ বিৰুদ্ধে যুদ্ধ ঘোষনা কৰিছিল। ১৯৪৮ - জুলিয়ানা নেডাৰলেণ্ডৰ ৰাণী হৈছিল।

হালনাগাদ: ১ নৱেম্বৰ ২০২৩ ৩৪৭ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৫৫২ - ভিক্টোৰিয়া জাহাজ বা নাও ভিক্টোৰিয়াই প্ৰথমখন জাহাজ হিচাপে সমুদ্ৰ পথৰে গোটেই পৃথিৱী পৰিভ্ৰমণ কৰি স্পেইনলৈ উভতি আহে। এই যাত্ৰা মেগেলানে ১৫১৯ চনৰ ১০ আগষ্টত আৰম্ভ কৰিছিল।
  • ১৯৩৯ - দ্বিতীয় বিশ্বযুদ্ধ: দক্ষিণ আফ্ৰিকাই জাৰ্মানিৰ বিৰুদ্ধে যুদ্ধ ঘোষনা কৰিছিল।
  • ১৯৪৮ - জুলিয়ানা নেডাৰলেণ্ডৰ ৰাণী হৈছিল।
  • ১৯৫২ - কানাডাৰ প্ৰথম টেলিভিছন মণ্ট্ৰিয়েলত মুকলি কৰা হয়।
  • ১৯৬৮ - ছুইজাৰলেণ্ড স্বাধীন হয়।
  • ১৯৯০ - প্ৰচাৰ ভাৰতী আইন - ১৯৯০ক (ইংৰাজী: The Prasar Bharati Act, 1990), সংসদত সন্মতি দিয়া হয়। ১
  • ১৯৯১ - ছ'ভিয়েট সংঘে বাল্টিক ৰাজ্য, এষ্ট'নিয়া, লাটভিয়া আৰু লিথুৱানিয়াৰ স্বাধীনতা স্বীকাৰ কৰে।

জন্ম

  • ১৬২০ - ইছাবেলা লিয়নাৰ্দ, ইটালীয়ান সুৰকাৰ। ( মৃত্যু ১৭০৪)
  • ১৭৩২ - জহান উইলকে, ছুইদিচ প্ৰকৃতি বিজ্ঞানী। (মৃত্যু ১৭৯৬)
  • ১৭৬৬ - জন ডেল্টন, ইংৰাজ পদাৰ্থ, ৰসায়ন আৰু জলবায়ু বিজ্ঞানী, আণৱিক সূত্ৰ আৰু ডেল্টন সূত্ৰ বা আংশিক চাপৰ সূত্ৰৰ আৱিষ্কাৰক। (মৃত্যু: ২৭ জুলাই, ১৮৪৪)
  • ১৮৬০ - জেন আডামছ, শান্তীৰ ন'বেল বিজয়ী (১৯৩১) আমেৰিকান সমাজকৰ্মী। (মৃত্য়ু: ২১ মে', ১৯৩৫)
  • ১৮৮৯ - শৰৎ চন্দ্ৰ বসু, স্বাধীনতা সংগ্ৰামী। (মৃত্য়ু ২০ ফেব্ৰুৱাৰী, ১৯৫০)
  • ১৯০৮ - এন্থনি ৱেগনাৰ, অস্ত্ৰৰ ইংৰাজী অধিকাৰি। (মৃত্যু ১৯৯৫)
  • ১৯১১ - হেৰি ডানিং, আমেৰিকান বেছবল খেলুৱৈ। (মৃত্যু ২০০৪)
  • ১৯১৭ - জৰ্জ মান, ইংৰাজ ক্ৰিকেটাৰ। (মৃত্যু ২০০১)
  • ১৯২৪ - জন মৰ্লচাৰ, আমেৰিকান ৰাজনীতিবিদ। (মৃত্যু ১৯২৪)
  • ১৯২৮ - ছিদ ৱাটকিনচ্, ইংৰাজী নিউৰ'চাৰ্জেন। (মৃত্যু ২০১২)
  • ১৯২৯ - যশ জহাৰ, ভাৰতীয় বোলছবি প্ৰযোজক আৰু ধৰ্মা প্ৰডাকচনৰ প্ৰতিষ্ঠাতা। (মৃত্যু ২০০৫)
  • ১৯৪৩ - মহানন্দ মজিন্দাৰ বৰুৱা, অসমৰ কণ্ঠশিল্পী।
  • ১৯৪৫ - গ' নাগায়, জাপানীজ লেখক আৰু অঙ্কনশিল্পী।
  • ১৯৬৩ - পেট নেভিন, স্কটিছ ফুটবলাৰ।

মৃত্যু

  • ১৯৫৬ - লি জাং চ'ব, কোৰিয়ান পেইণ্টাৰ বা চিত্ৰকৰ। (জন্ম ১৯১৬)
  • ১৯৭২ - ওস্তাদ আলাউদ্দিন খান, ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী। (জন্ম ১৮৬২)
  • ১৯৯৮ - আকিৰা কুৰোছাৱা, জপানীজ বোলছবি নিৰ্মাতা। (জন্ম: ২৩ মাৰ্চ, ১৯১০)
  • ১৯৯৭ - পি এইচ নিউবে, ইংৰাজী লেখক। (জন্ম ১৯১৮)
  • ২০০৫ - মেজৰ ধন সিং থাপা, পৰমবীৰ চক্ৰ বিজেতা সৈনিক। (জন্ম: ১০ এপ্ৰিল, ১৯২৮)
  • ২০০৮ - অনিতা পেজ, আমেৰিকান অভিনেত্ৰী। (জন্ম ১৯১০)
  • ২০১২ - আৰ্ট মডেল, আমেৰিকান ব্যৱসায়ী। (জন্ম ১৯২৫)
  • ২০১৯ - ৰবাৰ্ট মুগাবে, জিম্বাবুৱেৰ প্ৰাক্তন ৰাষ্টপতি আৰু বিপ্লৱী নেতা। (জন্ম: ২১ ফেব্ৰুৱাৰী, ১৯২৪)

দিৱস

  • স্বাধীনতা দিৱস (ছুইজাৰলেণ্ড)।
  • ৰাষ্ট্ৰীয় পুষ্টি সপ্তাহ, ষষ্ঠ দিন। (১ ছেপ্টেম্বৰ - ৭ ছেপ্টেম্বৰ)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ 6th September 1990: Prasar Bharti Bill is passed in Parliament. Maps of India

সম্পৰ্কিত শ্ৰেণী

ছেপ্টেম্বৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৬ ছেপ্টেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৮৯৭৭৬ (১ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।