অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৭ অক্টোবৰ

আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

হালনাগাদ: ১২ অক্টোবৰ ২০২৩ ২০৯ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

ঘটনাৱলী

  • ১৮৩১ - ইংৰাজ বিজ্ঞানী মাইকেল ফেৰাডেই ডাইনামো আৱিষ্কাৰ কৰে।
  • ১৯১৯ - ভাৰতত খিলাফৎ দিৱস উদযাপন কৰা হয়।
  • ১৯২০ - ভাৰতবৰ্ষত কমিউনিষ্ট পাৰ্টী প্ৰতিষ্ঠা কৰা হয়।
  • ১৯৩৭ - মুছলিম লীগৰ পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
  • ১৯৪০ - মহাত্মা গান্ধীৰ নেতৃত্বত সত্যাগ্ৰহ আৰম্ভ হয়।
  • ১৯৭৯ - মাদাৰ টেৰেছালৈ শান্তিৰ নোবেল পুৰস্কাৰ আগবঢ়োৱা হয়।
  • ২০০১ - দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেট অধিনায়ক হান্সি ক্ৰ'নিয়েৰ খেলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয়।
  • ২০০৩ - শ্ৰীহৰিকোটাৰ পৰা PSLV-5 ৰ উৎক্ষেপণ কৰা হয়।

জন্ম

  • ১৮১৭ - ছাৰ চৈয়দ আহমেদ খাঁৰ জন্ম হয়। তেওঁ আলিগড়ত মহমেদান এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰে। এইখন কলেজেই পৰৱৰ্তী কালত আলিগড় মুছলিম বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়।
  • ১৯০০ - ৰাধাগোবিন্দ বৰুৱা, অসমীয়া সিংহ পুৰুষ।
  • ১৯৪১ - সৰিতা যোশী, ভাৰতীয় চলচ্চিত্ৰ, মঞ্চ আৰু টিভি অভিনেত্ৰী।
  • ১৯৪৭ - বৃন্দা কাৰাট, ভাৰতীয় মাৰ্ক্সবাদী ৰাজনীতিবিদ।
  • ১৯৫২ - জাহ্নু বৰুৱা, অসমীয়া চলচ্চিত্ৰ পৰিচালক।
  • ১৯৭০ - অনিল কুম্বলে, ভাৰতীয় ক্ৰিকেটাৰ।
  • ১৯৭৩ - ভগৱন্ত সিং মান, ভাৰতীয় ৰাজনীতিবিদ।
  • ১৯৯২ - কীৰ্তি সুৰেশ, ভাৰতীয় অভিনেত্ৰী।
  • ২০০১ - মনীষ নাৰৱাল, - ভাৰতীয় পেৰা পিষ্টল শ্বুটাৰ।

মৃত্যু

দিৱস

  • অসম ক্ৰীড়া দিৱস।
  • ৰাষ্ট্ৰীয় আৰক্ষী দিৱস (থাইলেণ্ড)।

সম্পৰ্কিত শ্ৰেণী

অক্টোবৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৭ অক্টোবৰ” প্ৰবন্ধৰ সংশোধন ৩৮৭২৩৪ (১২ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।