বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
ঘটনাৱলী
- ১২৯০ - জালালুদ্দিন খলিজিয়ে দিল্লী দখল কৰিছিল আৰু ইয়াৰ ফলত দাস বংশৰ ৰাজত্বৰ সূচনা হৈছিল।
- ১৭৫৭ - ৰবাৰ্ট ক্লাইভে চিৰাজউদ্দৌলাৰ বিৰুদ্ধে মুৰ্চিদাবাদ অভিমুখে যুদ্ধ অভিযান আৰম্ভ কৰিছিল।
- ১৯০০ - চীনত বক্সাৰ বিদ্ৰোহ আৰম্ভ হৈছিল।
- ১৯৮৩ - আমেৰিকাৰ মহাকাশযান ‘‘পায়’নিয়াৰ—১০’’এ সৌৰ জগত পাৰ হৈ অচিন জীৱৰ সন্ধানত বৰ্হিবিশ্বলৈ যাত্ৰা কৰিছিল।
জন্ম
- ১৭৭৩ - টমাছ ইয়ং, ইংৰাজ পদাৰ্থ বিজ্ঞানী।
- ১৮৩১ - জেমচ্ ক্লাৰ্ক মেক্সৱেল, বিদ্যুৎ চুম্বকীয় তত্ত্বৰ প্ৰৱৰ্তক।
- ১৮৬৫ - উইলিয়াম বাট্লাৰ ইয়েটচ্, আইৰিছ কবি, নাট্যকাৰ, গদ্য লেখক।
- ১৮৯৪ - মিত্ৰদেৱ মহন্ত (চমুকৈ, মিত্ৰদেৱ মহন্ত), অসমৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা।
- ১৯২৮ - জন ফ'ৰ্বছ নাছ, আমেৰিকান গণিতজ্ঞ।
- ১৯৯৪ - দীপিকা কুমাৰী, ভাৰতীয় আৰ্চাৰী খেলুৱৈ।
মৃত্যু
- ১৯৮৩ - ফণীন্দ্ৰ চন্দ্ৰ দত্ত, ভাৰতীয় ৰসায়ন বিজ্ঞানী।
- ২০১২ - মেহদী হাছান, পাকিস্তানৰ গজল গায়ক।
- ২০২১ - নিৰ্মল চাইনী, ভাৰতীয় ভলীবল খেলুৱৈ তথা ভাৰতৰ মহিলা ৰাষ্ট্ৰীয় ভলীবল দলৰ অধিনায়ক।
দিৱস
- সম্ৰাট আলেকজেণ্ডাৰৰ স্মৃতি দিৱস।
- হাঙ্গেৰীৰ উদ্ভাৱক দিৱস।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৩ জুন” প্ৰবন্ধৰ সংশোধন ৩৬৮২৭৩ (১০ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।