অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১০ ছেপ্টেম্বৰ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ৯ ছেপ্তেম্বৰ ২০২২ ২০২ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৮৪৬ - চিলাই মেচিনৰ ব্যৱসায়িক উৎপাদনৰ বাবে ‘‘এলিয়াছ হ’ৰ’’এ অনুমতি লাভ কৰিছিলে।
  • ১৯৩৯ - কানাডাই মেকেঞ্জি কিঙৰ নেতৃত্বত জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।

জন্ম

  • ১৮৭২ - ৰঞ্জিত সিংজী, ক্ৰিকেট খেলুৱৈ, ৰঞ্জী ট্ৰফীৰ বাবে বিখ্যাত।
  • ১৮৮৭ - গোৱিন্দ বল্লভ পন্ত, ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন অগ্ৰণী নেতা।
  • ১৮৯২ - আৰ্থাৰ হ'লি কম্পটন (Arthur Holly Compton), প্ৰখ্যাত আমেৰিকান বিজ্ঞানীৰ, ১৯২৭ চনত তেওঁ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল। (মৃঃ ১৫ মাৰ্চ, ১৯৬২)
  • ১৯১৭ - সত্যেন্দ্ৰনাথ শৰ্মা, অসমৰ এজন সাহিত্যিক।
  • ১৯৩৩ - নীলমণি ফুকন (কনিষ্ঠ), কবি, শিল্পী, সমালোচক, আৰু অধ্যাপক।
  • ১৯৩৭ - জাৰেড মেছন ডায়মণ্ড, আমেৰিকান ভূগোলবিদ, ইতিহাসবিদ, নৃতত্ত্ববিদ আৰু পক্ষীবিদ।
  • ১৯৬৪ - জেক মা, চীনা বিনিয়োগকাৰী আৰু ব্য়ৱসায়ী, আলিবাবা গ্ৰুপৰ সহ প্ৰতিষ্ঠাপক।
  • ১৯৬৫ - অতুল কুলকৰ্নী, বলীউডৰ খলনায়ক অভিনেতা।

মৃত্যু

  • ২১০ খ্ৰীষ্টপূৰ্ব - কীন ছি হুৱাং (Qin Shi Huang), কীন সাম্ৰাজ্য়ৰ ( Qin dynasty) প্ৰতিষ্ঠাপক।
  • ১৯১৫ - বাঘা যতীন বা যতীন্দ্ৰনাথ মুখোপাধ্যায়, স্বাধীনতা সংগ্ৰামী।
  • ১৯২৩ - সুকুমাৰ ৰায়, বাংলা শিশু সাহিত্যৰ যশস্বী লেখক।
  • ১৯৬০ - হেৰল্ড গিল্লীছ (Harold Gillies), নিউজিলেণ্ডৰ চিকিৎসা বিজ্ঞানী, প্লাষ্টিক ছাৰ্জাৰীৰ পিতৃ পুৰুষ।
  • ১৯৬৫ - আব্দুল হামিদ, ভাৰতীয় বীৰ সৈনিক, ভাৰত-পাকিস্থানৰ যুদ্ধত বীৰত্বৰ দেখুওৱা বাবে ভাৰত চৰকাৰে পৰম বীৰ চক্ৰ বঁটা প্ৰদান কৰিছিল।

দিৱস

  • বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস।
  • চীনৰ শিক্ষক দিৱস।

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

ছেপ্টেম্বৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১০ ছেপ্টেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৩২৭৭৯ (৯ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।