অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১২ ফেব্ৰুৱাৰী

১২ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৩তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২২টা দিন (অধিবৰ্ষত ৩২৩ দিন) বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৪ ১৭১ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

১২ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৩তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২২টা দিন (অধিবৰ্ষত ৩২৩ দিন) বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

উল্লেখযোগ্য ঘটনা

  • ১৮৫৫ - মিচিগান ষ্টেট ইউনিভাৰ্ছিটি প্ৰতিষ্ঠিত হয়। বৰ্তমান সময়ত বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ অন্যতম এখন।
  • ১৫০২ - ভাস্কো দা গামাই পৰ্তুগালৰ লিচবনৰ পৰা ভাৰতলৈ দ্বিতীয় নৌ যাত্ৰা আৰম্ভ কৰে।
  • ১৯৬১ - শুক্ৰ গ্ৰহলৈ লক্ষ্য কৰি ছোভিয়েট ইউনিয়নে ভেনেৰা-১ উৎক্ষেপণ কৰে।
  • ১৮৭৭ - প্ৰথম টেলিফোনত সংবাদ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল।
  • ১৯৯৩ - ভাৰতীয় ক্ৰিকেটাৰ কপিল দেৱে টেষ্ট ক্ৰিকেটত ৪০০টা উইকেট আৰু ৫০০০ ৰাণ সংগ্ৰহ কৰিছিল।

জন্ম

মৃত্যু

  • ১৮০৪ - ইমানুয়েল কাণ্ট, জাৰ্মান দাৰ্শনিক।

দিৱস

  • একতা দিৱস (ম্যানমাৰ)।
  • যুৱ দিৱস (ভেনেজুৱেলা)।
  • ডাৰউইন দিৱস (আন্তৰ্জাতিক)
  • আন্তঃৰাষ্ট্ৰীয় মহিলাৰ স্বাস্থ্য দিৱস (International Day of Women's Health)
  • ৰঙা হাত দিৱস (ৰাষ্ট্ৰসংঘ)।

সম্পৰ্কিত শ্ৰেণী

ফেব্ৰুৱাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১২ ফেব্ৰুৱাৰী” প্ৰবন্ধৰ সংশোধন ৪০৫০৭৯ (১১ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।