অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৮ জুন

বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল:

হালনাগাদ: ১৭ জুন ২০২৩ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল:

ঘটনাৱলী

  • ১৫৭৬ - হলিঘাটতত মোগলৰ বিৰুদ্ধে ৰাজপুতৰ যুদ্ধ হয়। এই যুদ্ধত ৰাজপুত ৰজা ৰাণাপ্ৰতাপ সিংহ পৰাজিত হয়।
  • ১৮৫৭ - বিখ্যাত ‘ৱাটাৰ্লু যুদ্ধ’ত ইংৰাজৰ হাতত নেপোলিয়ন বোনাপাৰ্ট পৰাজিত হৈ বন্দী হয়।
  • ১৯৫৬ - হিন্দু উত্তৰাধিকাৰী আইন গৃহীত হয়।
  • ১৯৫৬ - ভাৰতীয় জীৱন বীমা নিগমক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে স্বীকৃতি প্ৰদান কৰে। ই ভাৰত চৰকাৰৰ অধীনস্থ আৰু ভাৰতীয় জীৱন বীমা নিগমে চৰকাৰৰ খৰচৰ প্ৰায় ২৪.৬% পুঁজিৰ যোগান ধৰে।
  • ১৯৮৬ - গোৱাত পৰ্তুগীজ চৰকাৰৰ বিৰুদ্ধে প্ৰথম সত্যাগ্ৰহ আৰম্ভ হয়।

জন্ম

  • ১৮৬১ - দৈৱকী নন্দন ক্ষত্ৰী, প্ৰথম হিন্দী ৰহস্য আৰু আলৌকিক/ভৌতিক ঔপন্যাসিক।
  • ১৯০২ - লুইছ এলটাৰ, আমেৰিকান সংগীতজ্ঞ।
  • ১৯৫১ - বিউটি শৰ্মা বৰুৱা, ভাৰতীয় সংগীতশিল্পী।

মৃত্যু

দিৱস

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

জুন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৮ জুন” প্ৰবন্ধৰ সংশোধন ৩৬৮৮৪৩ (১৭ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।