অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৩ ছেপ্টেম্বৰ

১৫০০ - পেড্ৰ' আলভাৰেজ কাব্ৰাল নামৰ পতুৰ্গীজ নাবিক আৰু অভিযাত্ৰীজনে ভাৰতৰ কেৰেলাৰ কালিকটত (Kozhikode or Calicut) প্ৰথম ভৰি দিয়ে। ১৯০৪ - ‘শ্বিলং সমবায় সমিতি’ অসমৰ সমবায় সমিতি প্ৰতিষ্ঠা হয়। ১৯১৬ - এনী বেছাণ্টৰ ভাৰতৰ হোমৰুল লীগ প্ৰতিষ্ঠিত হয়।

হালনাগাদ: ১২ ছেপ্তেম্বৰ ২০২৩ ১৮১ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৫০০ - পেড্ৰ' আলভাৰেজ কাব্ৰাল নামৰ পতুৰ্গীজ নাবিক আৰু অভিযাত্ৰীজনে ভাৰতৰ কেৰেলাৰ কালিকটত (Kozhikode or Calicut) প্ৰথম ভৰি দিয়ে।
  • ১৯০৪ - ‘শ্বিলং সমবায় সমিতি’ অসমৰ সমবায় সমিতি প্ৰতিষ্ঠা হয়।
  • ১৯১৬ - এনী বেছাণ্টৰ ভাৰতৰ হোমৰুল লীগ প্ৰতিষ্ঠিত হয়।
  • ১৯৪৮ - ভাৰতীয় সেনাৰ দ্বাৰা নিজামৰ ৰাজ্য হাইদৰাবাদ দখল কৰে।
  • ১৯৯৬ - লোকসভাত লোকপাল বিধেয়ক গৃহীত হয়।

জন্ম

  • ১৭৭৫ - লৰা চিকৰ্ড, কানাডাৰ যুদ্ধ বীৰাঙ্গনা।
  • ১৮৫৭ - মিল্টন এছ হাৰ্ছেই, আমেৰিকাৰ চকলেট ব্যৱসায়ী।
  • ১৯০৬ - সুৰেন্দ্ৰ কুমাৰ দে, সমাজ সেৱক, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজনেতা।
  • ১৯৬৯ - শ্বেন ৱাৰ্ন, অষ্ট্ৰেলিয়াৰ স্পীন বলাৰ (ক্ৰিকেট)।
  • ১৯৮৯ - থমাছ মুলাৰ, জাৰ্মানীৰ ফুটবল খেলুৱৈ। ২০১৪ চনৰ জাৰ্মানীৰ বিশ্ব কাপ চেম্পিয়ন দলৰ প্ৰধান খেলুৱৈ।

মৃত্যু

  • ৮১ - টাইটাছ, ৰোমান সম্ৰাট।
  • ১৯২৯ - যতীন্দ্ৰ নাথ দাস, স্বাধীনতা সংগ্ৰামী, লাহোৰৰ জেলত ( ব্ৰিটিছ ভাৰত) ৬৩ দিন অনশন কৰি ছহীদ হয়।
  • ১৯৪৯ - আগষ্ট ক্ৰগ, ডেনমাৰ্কৰ জীৱ বিজ্ঞানী।
  • ১৯৭১ - লিন পিয়াও, চীনৰ সামৰিক বাহিনীৰ প্ৰধান তথা চীনৰ কমিউনিষ্ট পাৰ্টীৰ বিশিষ্ট নেতা আছিল। বিমান দুৰ্ঘটনাত মৃত্যু হয়।
  • ১৯৯৫ - মহেশ্বৰ নেওগ, অসমীয়া সাহিত্য জগতৰ প্ৰসিদ্ধ সাহিত্যিক।

দিৱস

  • অভিযন্তা দিৱস (মৰিছাছ)।
  • সন্ত্ৰাসবাদ বিৰোধী দিৱস।
  • আন্তঃৰাষ্ট্ৰীয় চকলেট দিৱস।

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

ছেপ্টেম্বৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৩ ছেপ্টেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৭৭৭২৫ (১২ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।