অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৬ ছেপ্টেম্বৰ

১৬১৬ - ব্ৰিটিছ ৰাষ্ট্ৰদূত টমাছ ৰো ভাৰতৰ চুৰাটত উপস্থিত হৈছিল। ইংলেণ্ডৰ ৰজা জেমছৰ দূত হিচাপে মোগল সম্ৰাট জাহাংগীৰৰ ৰাজত্ব কালত তেওঁ ভাৰতত কাৰ্যনিৰ্বাহ কৰে। ১৮২১ - মেক্সিক'ৱে স্বাধীনতা লাভ কৰে। ১৯৪০ - আমেৰিকাত ২১-৩৫ বছৰীয়া পুৰুষসকলক সৈন্য-বাহিনীত যোগদান কৰাটো বাধ্যতামূলক কৰা হয়।

হালনাগাদ: ১৯ ছেপ্তেম্বৰ ২০২৫ ২৪০ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৬১৬ - ব্ৰিটিছ ৰাষ্ট্ৰদূত টমাছ ৰো ভাৰতৰ চুৰাটত উপস্থিত হৈছিল। ইংলেণ্ডৰ ৰজা জেমছৰ দূত হিচাপে মোগল সম্ৰাট জাহাংগীৰৰ ৰাজত্ব কালত তেওঁ ভাৰতত কাৰ্যনিৰ্বাহ কৰে।
  • ১৮২১ - মেক্সিক'ৱে স্বাধীনতা লাভ কৰে।
  • ১৯৪০ - আমেৰিকাত ২১-৩৫ বছৰীয়া পুৰুষসকলক সৈন্য-বাহিনীত যোগদান কৰাটো বাধ্যতামূলক কৰা হয়।
  • ১৯৫৩ - বিশ্বৰ প্ৰথমখন চিনেমা স্কোপ ছবি দা ৰোব আমেৰিকাৰ ৰক্সি থিয়েটাৰত প্ৰদৰ্শিত হয়।
  • ১৯৭৫ - পাপুৱা-নিউগিনিয়ে স্বাধীনতা লাভ কৰে।
  • ১৯৭৮ - ইৰাণৰ টাবাছত (Tabas earthquake) ৭.৭ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। প্ৰায় ২৫০০০ লোকৰ মৃত্যু হৈছিল।

জন্ম

  • ১৮৫৮ - ব'নাৰ ল' (Bonar Law), ব্ৰিটিছ প্ৰধানমন্ত্ৰী।
  • ১৮৫৯ - ইউৱান শ্বিকাই (Yuan Shikai), টাইৱান বা ৰিপাব্লিক অৱ চাইনাৰ ৰাষ্ট্ৰপতি আছিল।
  • ১৯২৩ - লি কুৱান ইঅ' (Lee Kuan Yew), চিংগাপুৰৰ প্ৰথম প্ৰধান মন্ত্ৰী, আধুনিক চিংগাপুৰৰ প্ৰতিষ্ঠাপক পিতৃ পুৰুষ।
  • ১৯৩১ - ই চি জৰ্জ সুদৰ্শন, ভাৰতীয়-আমেৰিকান তাত্ত্বিক পদাৰ্থ বিজ্ঞানী আৰু টেক্সাছ বিশ্ববিদ্যালয়ৰ অধ্যাপক।

১৯৩৮- সমাজ প্ৰাণ বেণুধৰ নেওগ, বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী(মাকুম)

মৃত্যু

  • ১৭৩৬ - গেব্ৰিয়েল ডেনিয়েল ফাৰেনহাইট, জাৰ্মান পদাৰ্থ-বিজ্ঞানী, ফাৰেনহাইট স্কেল আৰু থাৰম'মিটাৰৰ আৱিষ্কাৰক।
  • ১৮২৪ - লুই অষ্টাদশ (Louis XVIII), ফ্ৰান্সৰ ৰজা আছিল।
  • ১৯৩২ - ৰোনাল্ড ৰছ, মেলেৰিয়া ৰোগৰ বীজাণু আৱিষ্কাৰ কৰা ভাৰতজাত ন'বেল জয়ী চিকিৎসা-বিজ্ঞানী।
  • ১৯৫৭ - ষী বাইশ্বী বা কী বাইশ্বী (Qi Baishi), চীনা চিত্ৰশিল্পী।
  • ১৯৭৭ - কেশৰবাই কেৰকৰ, হিন্দুস্থানী শাস্ত্ৰীয় সঙ্গীত কণ্ঠশিল্পী।
  • ২০০৫ - গৰ্ডন গ'ল্ড (Gordon Gould), আমেৰিকান পদাৰ্থ বিজ্ঞানী, লেজাৰ আৱিষ্কাৰ কৰোঁতা।
  • ২০২০ - কপিলা বাৎসায়ন, ভাৰতীয় নৃত্য শিল্পী, অধ্যাপিকা আৰু সাহিত্যিক।

দিৱস

  • মেক্সিকোৰ স্বাধীনতা দিৱস।
  • পাপুৱা-নিউগিনিৰ স্বাধীনতা দিৱস।
  • আন্তঃৰাষ্ট্ৰীয় অ'জ'ন স্তৰ সংৰক্ষণ দিৱস।

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

ছেপ্টেম্বৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৬ ছেপ্টেম্বৰ” প্ৰবন্ধৰ সংশোধন ৫৩৯৩০৪ (১৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।