আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
ঘটনাৱলী
- ১৯৬৪ - চীনে প্ৰথম বাৰৰ বাবে পাৰমাণৱিক বোমা পৰীক্ষণ কৰে।
জন্ম
- খ্ৰীষ্টপূৰ্ব ৭০ - ভাৰ্জিল, ৰোমৰ মহাকবি।
- ১৫৪১ - ইভানজেলিষ্টা টৰচেলি, ইটালীৰ পদাৰ্থবিদ, বেৰোমিটাৰৰ আৱিষ্কাৰক।
- ১৮৭৪ - সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱা, অসমীয়া সাহিত্যিক।
- ১৯০০ - হেমৰাম বৰা, ভাৰতৰ স্বাধীনতা সেনানী।
- ১৯৩১ - ড° এ পি জে আব্দুল কালাম, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মিছাইল মেন।
- ১৯৩৪ - প্ৰভাত চন্দ্ৰ হাজং, হাজং সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তি। তেওঁ আছিল হাজং উন্নয়ন সমিতি, পাৰ্বত্য জনজাতি পৰিষদ আৰু অসম হাজং জাতীয় পৰিষদ মুখ্য উপদেষ্টা আছিল।
- ১৯৫১ - অপূৰ্ব বেজবৰুৱা, অসমৰ কণ্ঠশিল্পী, কবি, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক।
- ১৯৫৭ - মীৰা নায়াৰ, ভাৰতীয় আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা।
মৃত্যু
- ১৯১৭ - মাতাহাৰী, মহিলা গুপ্তচৰ। ফৰাচী সেনাৰ গুলীত নিহত হয়। নিপুণ নৰ্তকী মাতাহাৰীয়ে প্ৰথম মহাসমৰত জাৰ্মানীৰ চোৰাংচোৱা ৰূপে বিশেষ খ্যাতি অৰ্জন কৰিছিল।
- ১৯৭৭ - জয়ন্ত হাজৰিকা, অসমীয়া কণ্ঠশিল্পী, সুৰকাৰ।
- ২০০০ - ৰসেশ্বৰ শইকীয়া বৰবায়ন, সত্ৰীয়া নৃত্যশিল্পী।
- ২০০৪ - হেম বৰগোহাঞি, বিশিষ্ট সাহিত্যিক।
- ২০২০ - অক্কিতম অচ্যুতম নম্বুথিৰী, ভাৰতীয় কবি আৰু গদ্যকাৰ।
- ২০২০ - ভানু আথাইয়া, ভাৰতীয় কষ্টিউম ডিজাইনাৰ।
দিৱস
- অপসাৰণ দিৱস (টুনিছিয়া)।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৫ অক্টোবৰ” প্ৰবন্ধৰ সংশোধন ৩৭৬৮৬৮ (৩ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।