ওম (ইংৰাজী ভাষা: Ohm) হ'ল ৰোধৰ এছ.আই.একক যাক গ্ৰীক অক্ষৰ ওমেগা (Ω) ৰে সূচোৱা হয়। জাৰ্মান পদাৰ্থ বিজ্ঞানী তথা গণিতজ্ঞ জৰ্জ চায়মন ওমৰ নামেৰে এই এককৰ নামকৰণ কৰা হৈছে।
সংজ্ঞা
কোনো এডাল পৰিবাহীৰ দুইমূৰৰ বিভৱভেদৰ মান ১ ভল্ট হ'লে তাৰ মাজেদি যদি ১ এম্পিয়াৰ বিদ্যুত প্ৰবাহ চালিত কৰা হয়, তেন্তে সেই পৰিবাহীৰ ৰোধক ১ ওম (1 Ω) বোলা হয়। গাণিতিকভাৱে ⟨\Omega = \dfrac{\mbox{V}}{\mbox{A}} = \dfrac{\mbox{1}}{\mbox{S}} = \dfrac{\mbox{W}}{\mbox{A}^2} = \dfrac{\mbox{V}^2}{\mbox{W}} = \dfrac{\mbox{s}}{\mbox{F}} = \dfrac{\mbox{J} \cdot \mbox{s}}{\mbox{C}^2} = \dfrac{\mbox{kg} \cdot \mbox{m}^2}{\mbox{s} \cdot \mbox{C}^2} = \dfrac{\mbox{J}}{\mbox{s} \cdot \mbox{A}^2}=\dfrac{\mbox{kg}\cdot\mbox{m}^2}{\mbox{s}^3 \cdot \mbox{A}^2}⟩ য'ত Ω = ওম V = ভল্ট A = এম্পিয়াৰ m = মিটাৰ kg = কিলোগ্ৰাম s = চেকেণ্ড C = কুলম্ব J = জুল S = ছিমেন
বাহ্যিক সংযোগ
- Scanned books of Georg Simon Ohm at the library of the University of Applied Sciences Nuernberg
- Official SI brochure
- NIST Special Publication 811
- History of the ohm at sizes.com
- History of the electrical units.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওম” প্ৰবন্ধৰ সংশোধন ৬৩৪৮৫৮ (১১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।