প্ৰশান্ত মহাসাগৰৰ মধ্যভাগ আৰু দক্ষিণাংশৰ দ্বীপসমূহক একেলগে ওচেনিয়া বুলা হয়। এই অঞ্চলক চাৰিটা ভাগত ভাগ কৰা হৈছে - মেলানেচিয়া (বৰ্তমানে অষ্ট্ৰেলেচিয়া), মাইক্ৰোনেচিয়া, পলিনেচিয়া আৰু মালয় আৰ্কিয়োপ্লাগো।

উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওচেনিয়া” প্ৰবন্ধৰ সংশোধন ৫৬৮১৬৫ (৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।