অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ওৱাহাবি মতবাদ

ওৱাহাবি মতবাদ (وهابية ওৱাহাবিয়াহ) হৈছে ধৰ্মীয় মতবাদ বা ইছলামৰ এটা শাখাগোষ্ঠী যিটো অৰ্থোডক্স, অতিচৰমপন্থী," অষ্টেৰে, মৌলবাদী, বিশুদ্ধবাদী," একেশ্বৰবাদৰ উপাসনাৰ বাবে ইছলামী পূৰ্ণ জাগৰণ, চৰমপন্থী আন্দোলন ইত্যাদি নামেৰে পৰিচিত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৮৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ওৱাহাবি মতবাদ (وهابية ওৱাহাবিয়াহ) হৈছে ধৰ্মীয় মতবাদ বা ইছলামৰ এটা শাখাগোষ্ঠী১২ যিটো অৰ্থোডক্স, অতিচৰমপন্থী,"৩ অষ্টেৰে, মৌলবাদী, বিশুদ্ধবাদী,"৪৫ একেশ্বৰবাদৰ উপাসনাৰ বাবে ইছলামী পূৰ্ণ জাগৰণ,৬ চৰমপন্থী আন্দোলন৭ ইত্যাদি নামেৰে পৰিচিত। ইবনে তাইমিয়া আৰু আহমাদ ইবনে হাম্বালৰ শিক্ষাত উদ্ধুদ্ধ হৈ৮ এই মতবাদত বিশ্বাসীসকলে ইছলামৰ মূলধাৰাৰ পৰা বিচ্যুতসকলক কোৰআন আৰু হাদিছৰ বৰ্ণিত পথলৈ ঘূৰাই আনিব বিছাৰে।

বিশ্বৰ ওৱাহাবি মতবাদত বিশ্বাসীসকলৰ মাজত সংখ্যাগৰিষ্ঠ অংশ কাতাৰ, সংযুক্ত আৰৱ আমিৰাত আৰু চৌদি আৰৱত৯ বাস কৰে। ৯

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ (2005-04-27). Wahhabi. GlobalSecurity.org
  2. ↑ although most Sunnis dispute this and tend to disassociate themselves with adherents to the Wahhabi Ideology.(source: http://www.sunnah.org, Wahhabism: Understanding the Roots and Role Models of Islamic Extremism, by Zubair Qamar, condensed and edited by ASFA staff)
  3. ↑ Our good name: a company's fight to defend its honor J. Phillip London, C.A.C.I., Inc – 2008, "wahhabism is considered in particular an ultra-conservative orientation"
  4. ↑ Kampeas, Ron. Fundamentalist Wahhabism Comes to U.S.. Belief.net, Associate Press
  5. ↑ Wahhābī. Encyclopædia Britannica Online
  6. ↑ Commins, David. The Wahhabi Mission and Saudi Arabia. I.B. Tauris. পৃ. vi
  7. ↑ http://www.sunnah.org, Wahhabism: Understanding the Roots and Role Models of Islamic Extremism, by Zubair Qamar, condensed and edited by ASFA staff
  8. ↑ Wahhābī. Encyclopædia Britannica Online
  9. ↑ (2013). Demography of Religion in the Gulf. Mehrdad Izady

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওৱাহাবি মতবাদ” প্ৰবন্ধৰ সংশোধন ৩৮০৩১৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।