ৰাজনীতি আৰু আইন
চৰকাৰ, সংবিধান, নিৰ্বাচন, সংস্থা আৰু অধিকাৰ · ৭৯৫ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
টেলেংগানা ৰাজ্যিক মহিলা আয়োগ
টেলেংগানা মহিলা আয়োগ হৈছে টেলেংগানা ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ২০০৪ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলাৰ কল্যাণৰ বাবে টেলেংগানা চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
ডি ভোটাৰ
ডি ভোটাৰ, যাক অসমত কেতিয়াবা সন্দেহজনক ভোটাৰ বা সন্দেহযুক্ত ভোটাৰ বুলি কোৱা হয়, সেইসকল ভোটাৰক বুজায় যাক নাগৰিকত্ব সন্দেহজনক বুলি ধৰি চৰকাৰে ভোটাধিকাৰহীন কৰি ৰাখে।
-
ডিনা বাকষ্ট
ডিনা বাকষ্ট (Dina Bakst) এগৰাকী আমেৰিকান অধিবক্তা আৰু শ্ৰমিকৰ অধিকাৰৰ সমৰ্থক। তেখেত এ বেটাৰ বেলেন্স নামৰ এটা ৰাষ্ট্ৰীয় অ-লাভজনক সংস্থাৰ সহ-প্ৰতিষ্ঠাপক আৰু সহ-সভানেত্ৰী; যি শ্ৰমৰ বিষয়সমূহৰ ওপৰত আইনগত পোষকতা আৰু শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে; যিবোৰৰ ভিতৰত বিশেষকৈ গৰ্ভাৱস্থাৰ বৈষম্য, অসুস্থতাৰ ছুটী,…
-
ডেনা ফেল্ডমেন
ডিনা ফেল্ডমেন (Dina Feldman) অক্ষম ব্যক্তিৰ সম-অধিকাৰৰ বাবে কৰ্মৰত ইজৰাইলৰ দ্বিতীয় আয়ুক্ত৷ তেওঁ মানৱ অধিকাৰ, মহিলাৰ সম সুযোগ, সাংস্কৃতিক, শৈক্ষিক আৰু আন্তঃধৰ্মীয় আলোচনা আৰু পোলেণ্ডৰ ইহুদীসকলৰ ইতিহাস সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি আছে৷
-
তাহিৰা আব্দুল্লা
তাহিৰা আব্দুল্লা (উৰ্দু: طاہرہ عبداللہ, জন্ম: গ, ১৯৫৩-) এগৰাকী পাকিস্তানী মানৱ অধিকাৰ কৰ্মী, মহিলা অধিকাৰ কৰ্মী, সমাজ বিজ্ঞানী আৰু লিংগ সমতাৰ সমৰ্থক। তেওঁৰ ঘৰ ইছলামাবাদত৷ ২০০৯ চনত আব্দুল্লাক স্বতন্ত্ৰ ন্যায়পালিকাৰ পুনৰুদ্ধাৰৰ আন্দোলনত অংশগ্ৰহণ কৰাৰ সময়ত ইছলামবাদত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
-
তুৰ্কমেঞ্চায়ৰ সন্ধি
তুৰ্কমেঞ্চায় সন্ধি (Treaty of Turkmenchay) আছিল কাজাৰ ইৰাণ আৰু ৰাছিয়াৰ সাম্ৰাজ্যৰ মাজত হোৱা চুক্তি, যাৰ ফলত ৰুছ-পাৰ্চী যুদ্ধ (১৮২৬–১৮২৮)ৰ অন্ত পৰিছিল।
-
তেজপুৰ উন্নয়ন প্ৰাধিকৰণ
তেজপুৰ উন্নয়ন প্ৰাধিকৰণ হৈছে ভাৰতৰ তেজপুৰ চহৰত পৰিকল্পিতভাৱে আন্তঃগাঁথনি আৰু আৱাস প্ৰকল্পৰ উন্নয়নৰ বাবে সৃষ্টি কৰা বিধিগত নাগৰিক সংস্থা। বৰ্তমানৰ ভাৰতীয় নগৰ উন্নয়ন প্ৰাধিকৰণৰ ভেটি ১৮৯৬ চনত বোম্বে প্লেগৰ ফলত ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰৰ যুগত ডিজাইন কৰা গাঁথনিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।
-
ত্ৰিপুৰা ৰাজ্যিক মহিলা আয়োগ
ত্ৰিপুৰা মহিলা আয়োগ হৈছে ত্ৰিপুৰা ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ২০০৪ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলাৰ কল্যাণৰ বাবে ত্ৰিপুৰা চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
দেবলিনা হেমব্ৰাম
দেবলিনা হেমব্ৰাম (ইংৰাজী: Deblina Hembram) পশ্চিম বংগৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য। ২০০৬-১১ চনত বাওঁ মঞ্চ মন্ত্ৰালয়ত জনজাতি পৰিক্ৰমা মন্ত্ৰী আছিল।
-
ধৰ্ষণকাৰীৰ সৈতে বিবাহ আইন
ধৰ্ষণকাৰীৰ সৈতে বিবাহ আইন, আপোনাৰ ধৰ্ষণকাৰীক বিয়া কৰাব পৰা আইন বা ধৰ্ষণ-বিবাহ আইন হৈছে এনে এলেকাৰ ধৰ্ষণ আইনৰ নিয়ম য'ত ধৰ্ষণ, যৌন নিৰ্যাতন, বিধিগত ধৰ্ষণ, অপহৰণ বা অন্যান্য অনুৰূপ কাৰ্য সংঘটিত কৰা পুৰুষক, যদি তেওঁ নিজৰ মহিলা ভুক্তভোগীক বিয়া কৰায়, বা কিছুমান ক্ষেত্ৰত অন্ততঃ তাইক বিয়া কৰাবলৈ…
-
নন্দীগ্ৰাম বিধানসভা সমষ্টি
নন্দীগ্ৰাম বিধানসভা সমষ্টি ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ পূব মেদিনীপুৰ জিলাৰ এটা বিধানসভা সমষ্টি।
-
নাইচুলা লেছুডা
নাইচুলা জোচেফিন লেছুডা (Naisula Josephine Lesuuda,জন্ম: ৩০ এপ্ৰিল ১৯৮৪), এগৰাকী কেনিয়াৰ ৰাজনীতিবিদ আৰু মহিলা অধিকাৰ কৰ্মী। তেওঁ কেনিয়াৰ সংসদৰ সদস্য।
-
নাওমি ছেজেন
নাওমি ছেজেন (Naomi Chazen; জন্ম:-১৮ নৱেম্বৰ ১৯৪৬) এগৰাকী ইজৰাইলী শিক্ষাবিদ, কৰ্মী আৰু ৰাজনীতিবিদ। বিধায়ক হিচাপে ছেজেনে মানৱ অধিকাৰ, মহিলাৰ অধিকাৰ আৰু গ্ৰাহক সুৰক্ষাৰ কাৰণসমূহৰ লগত জড়িত আছিল। ছেজেন নিউ ইজৰাইল ফাণ্ডৰ এগৰাকী ভূতপূৰ্ব সভাপতি।
-
নাগালেণ্ড ৰাজ্যিক মহিলা আয়োগ
নাগালেণ্ড ৰাজ্যিক মহিলা আয়োগ হৈছে নাগালেণ্ড ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ২০০৪ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলাৰকল্যাণৰ বাবে নাগালেণ্ড চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
নাগোয়া প্ৰট'কল
আনুবংশিক সম্পদৰ প্ৰৱেশাধিকাৰৰ ওপৰত নাগোয়া প্ৰট'কল আৰু জৈৱিক বৈচিত্ৰ্যৰ সন্মিলনলৈ তেওঁলোকৰ ব্যৱহাৰৰ পৰা উদ্ভৱ হোৱা লাভালাভৰ ন্যায্য আৰু ন্যায়সঙ্গত ভাগ-বতৰা চমুকৈ নাগোয়া প্ৰট'কল (Nagoya Protocol) ১৯৯২ চনত অনুষ্ঠিত জৈৱবৈচিত্ৰৰ সন্মিলনৰ পৰিপূৰক চুক্তি হিচাপে ২০১০ চনত স্বাক্ষৰিত এখন চুক্তি।
-
নাহু সেনয় গিৰ্মা
নাহু সেনই গিৰ্মা (Nahu Senay Girma) এগৰাকী ইথিঅ'পিয়াৰ মহিলা অধিকাৰ কৰ্মী। ২০১০ চনৰ এপ্ৰিল মাহত মহিলাসকলক নেতৃত্বৰ ভূমিকাত প্ৰশিক্ষণ দিবলৈ স্থাপিত বেচৰকাৰী সংস্থা এছ’চিয়েশ্যন অৱ উইমেন ইন বল্ডনেছ (AWiB)ৰ তেওঁ সহ-প্ৰতিষ্ঠাপক৷ কাৰ্যবাহী সঞ্চালিকা হিচাপে কেইবাটাও দাতব্য সংস্থা স্থাপন কৰিছে।
-
নিকি বেয়াৰ
নিকি বেয়াৰ (Nikki Beare; ৭ মাৰ্চ, ১৯২৮– ১০ নৱেম্বৰ, ২০১৪) এগৰাকী আমেৰিকান নাৰীবাদী, সাংবাদিক আৰু লবীষ্ট আছিল যি ফ্ল'ৰিডাৰ নেচনেল অৰ্গেনাইজেচন ফৰ ৱমেন (NOW) অধ্যায়ৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
নিক্স বনাম হেডেন
নিক্স বনাম হেডেন, (Nix v. Hedden) ১৪৯ ইউ.এছ.৩০৪ (১৮৯৩), হৈছে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ এক সিদ্ধান্ত য’ত আদালতে ৯–০ ৰায় দি শুনানি দিছিল যে আমদানি আৰু ৰপ্তানি শুল্কৰ উদ্দেশ্যে বিলাহীক ফলৰ পৰিৱৰ্তে শাক-পাচলি হিচাপে শ্ৰেণীভুক্ত কৰিব লাগে।
-
নিঘাট ছৈয়দ খান
নিঘাট ছাইদ খান (Nighat Said Khan) এগৰাকী পাকিস্তানী নাৰীবাদী কৰ্মী, গৱেষক আৰু লেখিকা। তেওঁ এপ্লাইড ছ’চিয়েল-ইকনমিক ৰিচাৰ্চ (এ এছ আৰ) ৰিচ’ৰ্চ চেণ্টাৰৰ পৰিচালক আৰু প্ৰতিষ্ঠাপক৷ তেওঁ মহিলা একচন ফ’ৰামৰ প্ৰতিষ্ঠাপক সদস্য।
-
নিৰ্বাচনী বণ্ড
নিৰ্বাচনী বণ্ড (Electoral Bond) ৰাজনৈতিক দলসমূহৰ বেনামী পূঁজি সংগ্ৰহৰ এক বিশেষ ব্যৱস্থা। ২০১৭ চনত ইয়াক প্ৰৱৰ্তন কৰা হয় আৰু ২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে ইয়াক অসাংবিধানিক বুলি ঘোষণা কৰি নিৰ্বাচনী বণ্ড বন্ধ কৰাৰ পিছত মুখ্য ন্যায়াধীশৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে ভাৰতীয় ষ্টেট বেংকক…
-
নিৰ্ভয়া নিধি
নিৰ্ভয়া নিধি (Nirbhaya Fund) ২০১৩ চনৰ কেন্দ্ৰীয় বাজেটত ভাৰত চৰকাৰে ঘোষণা কৰা ১০০০ কোটি ভাৰতীয় টকাৰ পুঁজি। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰমে আশা কৰিছিল যে এই পুঁজিয়ে ভাৰতত মহিলাসকলৰ সন্মান আৰু সুৰক্ষা নিশ্চিত কৰা কাৰ্যসূচীক সমৰ্থন কৰিব।
-
নুৰ ইমাম
নুৰ ইমাম (Nour Emam) ইজিপ্তৰ এগৰাকী প্ৰযুক্তি উদ্যোগী, ডুলা আৰু প্ৰজনন স্বাস্থ্য কৰ্মী।
-
নেচনেল ডায়েট
নেচনেল ডায়েট (; জাপানীজ: 国会; হেপবাৰ্ণ: কোক্কাই) হৈছে জাপানৰ ৰাষ্ট্ৰীয় আইনসভা। জাপানৰ আইনসভা নিম্ন সদন হাউচ অফ ৰিপ্ৰেজেণ্টেটিভচ (衆議院, Shūgiin) আৰু উচ্চ সদন, হাউচ অফ কাউঞ্চিল(参議院, চাংগিন) লৈ গঠিত। সমান্তৰাল ভোটদান প্ৰণালীৰ অধীনত দুয়োখন সদন পোনপটীয়াকৈ নিৰ্বাচিত হয়।
-
পঞ্জাব ৰাজ্যিক মহিলা আয়োগ
পঞ্জাব মহিলা আয়োগ হৈছে পঞ্জাব ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ২০০৪ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলাৰ কল্যাণৰ বাবে পঞ্জাব চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
পটছডাম চুক্তি
দ্বিতীয় বিশ্ব যুদ্ধত জাৰ্মানীৰ পতন ঘটাত সেই দেশখন দখল আৰু শাসনৰ প্ৰশ্ন লৈ মিত্ৰ শক্তিৰ তিনি প্ৰধান আমেৰিকা, ৰাছিয়া আৰু বৃটেইনৰ নেতৃত্বৰ মাজত পটছডামত এক শীৰ্ষ সন্মিলন অনুস্থিত হৈছিল। কিন্তু এই বৈঠকত তিনি শক্তিৰ মাজত বিষেশ সদভাৱ দেখা পোৱা নগৈছিল।
-
পাকিস্তানত শিশু শ্ৰমিক
পাকিস্তানত শিশু শ্ৰম বুলিলে শিশুৰ বলপূৰ্বক শ্ৰম, যাৰ ফলত তেওঁলোকৰ মানসিক, শাৰীৰিক, নৈতিক আৰু সামাজিক ক্ষতি হয়। শিশু শ্ৰমে শিশুৰ শিক্ষা কাঢ়ি লৈ যায়। পাকিস্তান মানৱ অধিকাৰ আয়োগে অনুমান কৰিছে যে নব্বৈৰ দশকত দেশত ১ কোটি ১০ লাখ শিশুৱে কৰ্মৰত আছিল, ইয়াৰে আধা বয়সৰ বয়স দহ বছৰৰ তলৰ।
-
পাকিস্তানৰ ৰাষ্ট্ৰীয় প্ৰতীকচিহ্নসমূহ
পাকিস্তানৰ ৰাষ্ট্ৰীয় প্ৰতীকচিহ্ন পাকিস্তানত কেইবাটাও চৰকাৰী ৰাষ্ট্ৰীয় প্ৰতীক আছে, যাৰ ভিতৰত আছে এখন পতাকা, এটা প্ৰতীক, এটা ৰাষ্ট্ৰীয় সংগীত, এটা স্মাৰক টাৱাৰ আৰু লগতে কেইবাজনো ৰাষ্ট্ৰীয় নায়ক।
-
পাহলৱীৰ শাসনকালত ইৰানত মানৱ অধিকাৰ
পাহলৱীৰ শাসনকালত ইৰানত মানৱ অধিকাৰ ১৯২৫ চনৰপৰা ১৯৭৯ চনলৈকে পাহলৱী বংশৰ অধীনত ইৰাণত ৰাজতন্ত্ৰ চলিছিল। এই সময়ছোৱাত দুজন শাসক ৰেজা শ্বাহ পাহলৱী আৰু তেওঁৰ পুত্ৰ মহম্মদ ৰেজা পাহলৱীয়ে ৰাজনৈতিক বিৰোধিতা দমনৰ বাবে গোপন আৰক্ষী, নিৰ্যাতন আৰু মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল।
-
পাৰবিন আৰদালন
পাৰবিন আৰদালন (Parvin Ardalan; জন্ম: ১৯৬৭ চনত তেহৰাণত) ইৰাণৰ এগৰাকী আগশাৰীৰ মহিলা অধিকাৰ কৰ্মী, লেখিকা আৰু সাংবাদিক।ইৰাণত পুৰুষ আৰু মহিলাৰ সম অধিকাৰৰ বাবে কৰা সংগ্ৰামৰ বাবে ২০০৭ চনত তেওঁক অলফ পালমে বঁটাৰে সন্মানিত কৰা হৈছিল।
-
পিংক ভোট
পিংক ভোট (Pink Vote; লেভেণ্ডাৰ ভোট বুলিও কোৱা হয় ) হৈছে গে' আৰু লেছবিয়ানসকলে দিয়া ভোট আৰু ইয়াক সাধাৰণতে ভোটদান গোট বুলি গণ্য কৰা হয়। ব্ৰিটেইনৰ এই ধাৰণাটো ইতিমধ্যে আমেৰিকালৈয়ো বিয়পি পৰিছে, য'ত সমকামীসকলে ডেম'ক্ৰেটিক ভোট দিয়াৰ সম্ভাৱনা যথেষ্ট বেছি, আৰু কানাডা আৰু দক্ষিণ আফ্ৰিকা আৰু…