ৰাজনীতি আৰু আইন
চৰকাৰ, সংবিধান, নিৰ্বাচন, সংস্থা আৰু অধিকাৰ · ৭৯৫ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ইয়াছমিন জালি
ইয়াছমিন জালি (জন্ম ১৯৯৬) এগৰাকী আমেৰিকান আৰু পেলেষ্টাইনী ফেশ্বন ডিজাইনাৰ, ফটোগ্ৰাফাৰ আৰু ৰাজপথত হৈ থকা হাৰাশাস্তি-বিৰোধী কৰ্মী। তেওঁ ফেশ্বন ব্ৰেণ্ড নল কালেকটিভ আৰু নট ইউৰ হাবিবটি অভিযানৰ প্ৰতিষ্ঠাপক।
-
ইৰাণত মহিলাৰ অধিকাৰ
ইৰাণত ২০ শতিকাৰ শেষৰ ফালে আৰু একবিংশ শতিকাৰ আৰম্ভণিতে বেছিভাগ উন্নত ৰাষ্ট্ৰৰ তুলনাত নাৰীৰ অধিকাৰৰ ওপৰত যথেষ্ট বাধা আৰোপ কৰা হৈছে। বিশ্ব অৰ্থনৈতিক মঞ্চৰ ২০১৭ চনৰ গ্ল’বেল জেণ্ডাৰ গেপ ৰিপ’ৰ্টত লিংগ সমতাৰ ক্ষেত্ৰত ১৪৪খন দেশৰ ভিতৰত ইৰাণক ১৪০ স্থান দিয়া হৈছে।
-
উত্তৰ কামৰূপ হিংসা
উত্তৰ কামৰূপ হিংসা ১৯৮০ চনৰ ৪ আৰু ৫ জানুৱাৰীত সংঘটিত অসম আন্দোলনৰ সমৰ্থক আৰু বিৰোধীৰ মাজত সংঘটিত এলানি হিংসাত্মক কাৰ্যকলাপৰ শৃংখলাক সূচায়। এজন হাইস্কুলীয়া ছাত্ৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য দিলীপ হুজুৰীৰ মৃত্যুৰ প্ৰতিক্ৰিয়া স্বৰূপে অসমীয়া আৰু বঙালী অনুপ্ৰবেশকাৰীসকলৰ মাজত হিংসাত্মক ঘটনাৰ…
-
উত্তৰ কোৰিয়াত নাৰীৰ অধিকাৰ
১৯৪৫ চনৰ আগতে উত্তৰ কোৰিয়াত নাৰীৰ অধিকাৰ অতি কম আছিল। তেওঁলোকে পুৰুষ উত্তৰাধিকাৰী জন্ম দি ডাঙৰ-দীঘল কৰি পৰিয়ালৰ বংশ অব্যাহত ৰখাৰ নিশ্চয়তা দিব বুলি আশা কৰা হৈছিল। সমাজৰ সামাজিক, অৰ্থনৈতিক বা ৰাজনৈতিক জীৱনত অংশগ্ৰহণৰ সুযোগ কমেইহে আছিল মহিলাসকলৰ।
-
উত্তৰ প্ৰদেশ ৰাজ্যিক মহিলা আয়োগ
উত্তৰ প্ৰদেশ মহিলা আয়োগ হৈছে উত্তৰ প্ৰদেশ ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ২০০৪ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলাৰ কল্যাণৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) আইন, ১৯৭১
উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) আইন, ১৯৭১ (North-Eastern Areas (Reorganisation) Act, 1971) ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ সীমাক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিভাজিত কৰাৰ এক বৃহৎ সংস্কাৰ আছিল।
-
উত্তৰ-পূব উন্নয়ন মন্ত্ৰণালয়
উত্তৰ-পূব উন্নয়ন মন্ত্ৰণালয় ভাৰত চৰকাৰৰ অন্তৰ্গত এখন মন্ত্ৰণালয়। ভাৰত চৰকাৰে ২০০১ চনৰ ছেপ্টেম্বৰ মাহত উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুত উন্নয়নৰ বাবে এই মন্ত্ৰণালয় প্ৰতিষ্ঠা কৰিছিল।
-
উত্তৰ-পূব ভাৰতৰ মানৱ অধিকাৰ বিষয়সমূহ
উত্তৰ-পূব ভাৰতৰ মানৱ অধিকাৰ বিষয়সমূহ (ইংৰাজী: Human rights issues in northeast India) সংবাদ মাধ্যমত আৰু মানৱ অধিকাৰ কৰ্মীসকলে বহুলভাৱে প্ৰকাশ কৰি আহিছে।
-
উত্তৰাখণ্ড ৰাজ্যিক মহিলা আয়োগ
উত্তৰাখণ্ড মহিলা আয়োগ হৈছে উত্তৰাখণ্ড ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ২০০৪ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলাৰ কল্যাণৰ বাবে উত্তৰাখণ্ড চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
উমৈহতীয়া দেৱানী বিধি
উমৈহতীয়া দেৱানী বিধি (Uniform Civil Code) হৈছে ভাৰতত নাগৰিকৰ ব্যক্তিগত আইন প্ৰণয়ন আৰু কাৰ্যকৰীকৰণৰ প্ৰস্তাৱ,যিসমূহ সকলো নাগৰিকৰ ক্ষেত্ৰত তেওঁলোকৰ ধৰ্ম, লিংগ আৰু যৌন অভিমুখ নিৰ্বিশেষে সমানে প্ৰযোজ্য৷ বৰ্তমান বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তিগত আইন তেওঁলোকৰ ধৰ্মীয় শাস্ত্ৰৰ দ্বাৰা পৰিচালিত হয়।
-
একাত্ম মানৱবাদ (দীন দয়াল উপাধ্যায়)
একাত্ম মানৱবাদ দীন দয়াল উপাধ্যায়ৰ দ্বাৰা বিকশিত এক দৰ্শন। এই দৰ্শনক ১৯৬৫ত জন সংঘই নিজৰ আনুষ্ঠানিক দৰ্শন হিচাপে গ্ৰহণ কৰিলে।
-
এচ কে চান
ডাঃ এছ.কে. চান (S. K. Chan) আমেৰিকাৰ অৰেগনৰ পৰ্টলেণ্ডত থকা চাইনিজ আমেৰিকান ইকুৱেল ভোটাধিকাৰ ছ’চাইটিৰ সভাপতি আছিল।
-
এছ জেনিফাৰ চন্দ্ৰন
এছ জেনিফাৰ চন্দ্ৰন (মৃত্যু ৬ আগষ্ট ২০১৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বিধানসভাৰ সদস্য আছিল। তেওঁ ১৯৯৬ চনৰ নিৰ্বাচনত তিৰুচেন্দূৰ বিধানসভা সমষ্টিৰপৰা দ্ৰাবিড় মুনেত্ৰ কাঝাগম (ডিএমকে) প্ৰাৰ্থী হিচাপে তামিলনাডু বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ ২০০১ চনলৈকে এই আসনৰ বিধায়ক আছিল।
-
এদ্ৰিছ আলান
এড্ৰিছ ইলেইন বা লেডী এলান (Edris Allan; ১৯ এপ্ৰিল ১৯০৯ – ১৬ মে' ১৯৯৫) আছিল এগৰাকী জামাইকান সম্প্ৰদায়ৰ কৰ্মী, ৰাজনৈতিক ব্যক্তি আৰু মহিলা অধিকাৰৰ সমৰ্থক৷ সৰুৰে পৰাই তেওঁ সমাজ সেৱা আগবঢ়াইছিল আৰু বিয়াৰ পূৰ্বে কেইবাটাও সৰু-সুৰা প্ৰতিষ্ঠানত কেৰাণী হিচাপে কাম কৰিছিল।
-
এলিচ কাৰ্ডোনা
এলিচ কাৰ্ডোনা ( Alice Cardona; ১৭ মাৰ্চ, ১৯৩০ – ১ নৱেম্বৰ, ২০১১) এগৰাকী কৰ্মী আৰু সম্প্ৰদায় সংগঠক আছিল৷ পুয়েৰ্টো ৰিকান পিতৃ-মাতৃৰ কন্যা নিউয়ৰ্ক চহৰত জন্মগ্ৰহণ কৰি তাতেই স্পেনিছ হাৰ্লেম চুবুৰীত তেওঁ ডাঙৰ-দীঘল হৈছিল।
-
এলেন বাৰ্লিনাৰ
এলেন ডব্লিউ বাৰ্লিনাৰ Ellen Berliner (১৯২০–২০১১) এগৰাকী আমেৰিকান কৰ্মী আৰু নাৰীবাদী আছিল যি তেওঁৰ অগ্ৰণী সামাজিক ন্যায়ৰ কাম আৰু এলঝেইমাৰ ৰোগ গৱেষণাৰ পোষকতাৰ বাবে পৰিচিত হৈছিল।
-
এষ্টাৰ ইবাংগা
এষ্টাৰ ইবাংগা (Esther Ibanga; জন্ম: ৩১ মাৰ্চ ১৯৬১) এগৰাকী নাইজেৰিয়ান পেষ্টৰ আৰু "Women Without Walls Initiative" ৰ প্ৰতিষ্ঠাপক। নাইজেৰিয়াৰ জোছত বিভিন্ন জাতি আৰু ধৰ্মৰ লোকৰ মাজত শান্তি প্ৰচাৰৰ বাবে তেওঁ ৩২ সংখ্যক নিৱানো শান্তি বঁটা লাভ কৰে৷
-
ওড়িশা ৰাজ্যিক মহিলা আয়োগ
ওড়িশা ৰাজ্যিক মহিলা আয়োগ হৈছে ওড়িশা ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ২০০৪ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলাৰকল্যাণৰ বাবে উৰিষ্যা চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
ওলাওলুৱা আবাগুন
ওলাওলুৱা আবাগুন (Olaoluwa Abagun) এগৰাকী নাইজেৰিয়াৰ অধিবক্তা, নাৰীবাদী আৰু এগৰাকী কিশোৰী অধিকাৰৰ অধিবক্তা, যিয়ে আফ্ৰিকান কিশোৰীৰ এক গতিশীল প্ৰজন্মক প্ৰভাৱিত কৰিছে।
-
কাৰ্বি ডিমাছা সংঘৰ্ষ ২০০৫
২০০৫ চনত অসমৰ থলুৱা জনজাতি কাৰ্বি আৰু ডিমাছাসকলৰ মাজত সংঘৰ্ষ হৈছিল। সেই সংঘৰ্ষত মুঠতে ১০৬ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল।
-
কিম জং উন
কিম জং উন (Kim Jong Un)(১৯৮২ বা ১৯৮৩ চনৰ ৮ জানুৱাৰীত জন্ম) উত্তৰ কোৰিয়াৰ এজন ৰাজনীতিবিদ যিয়ে ২০১১ চনৰ পৰা উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতা আৰু ২০১২ চনৰ পৰা কোৰিয়াৰ ৱৰ্কাৰছ পাৰ্টি (ডব্লিউ পি কে)ৰ নেতা।
-
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়
ভাৰত চৰকাৰৰ এটা শাখা কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় (Ministry of Agriculture and Farmers' Welfare) (পূৰ্বতে কৃষি মন্ত্ৰালয়, Ministry of Agriculture) হৈছে ভাৰতত কৃষি সম্পৰ্কীয় নিয়ম আৰু আইন প্ৰস্তুত আৰু প্ৰশাসনৰ শীৰ্ষ সংস্থা।
-
কেৰালা মহিলা আয়োগ
কেৰালা মহিলা আয়োগ (Kerala Women's Commission) হৈছে কেৰালা মহিলা আয়োগ আইন, ১৯৯০ৰ ৫ নং ধাৰাত গঠন কৰা এটা বিধিগত সংস্থা। কেৰালা ৰাজ্যৰ মহিলাৰ মৰ্যাদা উন্নত কৰাৰ বাবে আৰু মহিলাক প্ৰভাৱিত কৰা অন্যায় প্ৰথাৰ বিষয়ে আৰু ইয়াৰ সৈতে জড়িত বা ইয়াৰ লগত জড়িত বিষয়সমূহৰ বাবে অনুসন্ধান কৰিবলৈ এই আয়োগ গঠন…
-
কেৰালা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ
কেৰালা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (KSDMA) ভাৰতৰ কেৰালা ৰাজ্যৰ এটা চৰকাৰী সংস্থা। ২০০৭ চনত স্থাপিত এই সংস্থাটোৱে ৰাজ্যখনৰ দুৰ্যোগৰ প্ৰস্তুতি, প্ৰশমন, সঁহাৰি আৰু পুনৰুদ্ধাৰৰ বাবে দায়বদ্ধ।
-
ক্ষতিপূৰণমূলক বনানীকৰণ পুঁজি আইন, ২০১৬
কেম্পা আইন (CAMPA Act) বা ক্ষতিপূৰণমূলক বনানীকৰণ পুঁজি আইন হৈছে ভাৰতীয় আইন, যিয়ে কেন্দ্ৰ আৰু প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল উভয়তে এক উপযুক্ত প্ৰতিষ্ঠানিক ব্যৱস্থা প্ৰদান কৰিব বিচাৰে, যাতে অবনাঞ্চলৰ উদ্দেশ্যত ডাইভাৰ্ট কৰা বনভূমিৰ পৰিৱৰ্তে মুকলি কৰা ধনৰ ক্ষিপ্ৰ আৰু স্বচ্ছ ব্যৱহাৰ নিশ্চিত…
-
কৰ্ণাটক ৰাজ্যিক মহিলা আয়োগ
কৰ্ণাটক ৰাজ্যিক মহিলা আয়োগ হৈছে কৰ্ণাটক ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ১৯৯৭ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলা কল্যাণৰ বাবে কৰ্ণাটক চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয় (Ministry of Personnel, Public Grievances and Pensions) ভাৰত চৰকাৰৰ অধীনৰ এক মন্ত্ৰালয়। এই মন্ত্ৰালয়ে চৰকাৰী কৰ্মচাৰীৰ লগত জড়িত বিষয় বিশেষকৈ নিযুক্তি, প্ৰশিক্ষণ, কেৰিয়াৰ বিকাশ, কৰ্মচাৰীৰ কল্যাণৰ লগতে অৱসৰৰ পিছৰ বিষয়সমূহৰ লগত জড়িত।
-
খৈৰাবাৰী গণহত্যা
খৈৰাবাৰী গণহত্যা ( Khoirabari massacre ) ১৯৮৩ চনৰ ৭ ফেব্ৰুৱাৰীত অসমৰ সেই সময়ৰ দৰং আৰু বৰ্তমানৰ ওদালগুৰি জিলাৰ খৈৰাবাৰী ৰাজহ চক্ৰ অঞ্চলত সংঘটিত হৈছিল। আনুমানিক ১০০ৰ পৰা ৫০০ অভিবাসী বঙালী উক্ত গণহত্যাৰ বলি হয়।
-
গান্ধী সংস্থা
গান্ধী সংস্থা (Gandhi Foundation) হৈছে যুক্তৰাজ্যত থকা এটি স্বেচ্ছাসেৱী সংগঠন৷ তেওঁলোকে মহাত্মা গান্ধীৰ কৰ্ম আৰু চিন্তা-দৰ্শনক কেতবোৰ শৈক্ষিক কাৰ্যসূচী আৰু কাৰ্যাৱলীৰ জৰিয়তে প্ৰসাৰ কৰাৰ প্ৰয়াস কৰি আহিছে৷
-
গুজৰাট ৰাজ্যিক মহিলা আয়োগ
গুজৰাট ৰাজ্যিক মহিলা আয়োগ হৈছে গুজৰাট ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ১৯৯৩ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলা কল্যাণৰ বাবে গুজৰাট চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।