ৰাজনীতি আৰু আইন
চৰকাৰ, সংবিধান, নিৰ্বাচন, সংস্থা আৰু অধিকাৰ · ৭৯৫ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
গোৱা ৰাজ্যিক মহিলা আয়োগ
গোৱা ৰাজ্যিক মহিলা আয়োগ হৈছে গোৱা ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ১৯৯৩ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলা কল্যাণৰ বাবে গোৱা চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
গ্লেডিছ বেকউইথ
গ্লেডিছ এলয়ছ বেকউইথ (Gladys Eloise Beckwith; ১৯২৯ – ৮ ডিচেম্বৰ, ২০২০) এগৰাকী আমেৰিকান শৈক্ষিক আৰু মহিলা অধিকাৰ কৰ্মী আছিল। তেওঁ মিচিগান ৱমেনছ ষ্টাডিজ এছ’চিয়েশ্যনৰ সহ-প্ৰতিষ্ঠাপক আৰু মিচিগান ৱমেনছ হল অৱ ফেমৰ প্ৰতিষ্ঠাপক আছিল।
-
গ্ৰেচ মেৰা মলিচা
গ্ৰেচ মেৰা মলিচা (ইংৰাজী: Grace Mera Molisa; জন্ম: ১৭ ফেব্ৰুৱাৰী ১৯৪৬, আওবা দ্বীপ – ৪ জানুৱাৰী ২০০২, পৰ্ট ভিলা) এগৰাকী নি-ভানুৱাটুৰ ৰাজনীতিবিদ, কবি আৰু ৰাজনীতিত মহিলাৰ সমঅধিকাৰৰ বাবে যুঁজ দিয়া এগৰাকী কৰ্মী আছিল।
-
চত্তিশগড় ৰাজ্যিক মহিলা আয়োগ
চত্তিশগড় ৰাজ্যিক মহিলা আয়োগ হৈছে চত্তিশগড় ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ১৯৯৩ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলা কল্যাণৰ বাবে চত্তিশগড় চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
চাংহাই কোঅপাৰেছন অৰ্গেনাইজ্যেশ্যন
চাংহাই কোঅপাৰেছন অৰ্গেনাইজ্যেশ্যন (Shanghai Cooperation Organization) বা চমুকৈ এছ চিও(SCO) ইউৰোপ আৰু এছিয়াৰ দহখন সদস্য ৰাষ্ট্ৰৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থা। এই সংস্থাই ৰাজনৈতিক, অৰ্থনৈতিক, নিৰাপত্তা আৰু সন্ত্ৰাসবাদ বিৰোধী সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
চিডনী ফাৰাৰ
ছিডনী মেৰী কেথেৰিন এন্নে ফাৰাৰ (১৭ এপ্ৰিল ১৯০০ – ১৯৮৭) কেনিয়াত এগৰাকী ব্ৰিটিছ বসতিপ্ৰধান এলেকাৰ আৰু কেনিয়াৰ বিধান পৰিষদলৈ নিৰ্বাচিত হোৱা প্ৰথম মহিলা।
-
চীনা কমিউনিষ্ট পাৰ্টিৰ ইতিহাস
চীনা কমিউনিষ্ট পাৰ্টিৰ ইতিহাস ( History of the Chinese Communist Party) আৰম্ভ হয় ১৯২১ চনৰ জুলাই মাহত। পেকিং বিশ্ববিদ্যালয়ৰ অধ্যাপক চেন ডুছিউ আৰু লি ডাঝাও ৰ নেতৃত্বত মাৰ্ক্সবাদৰ বিষয়ে আলোচনা কৰিবলৈ গোট খোৱা এক অধ্যয়ন দলৰ আলোচনাৰ ফলত ১৯২১ চনৰ জুলাই মাহত আনুষ্ঠানিকভাৱে চীনা কমিউনিষ্ট পাৰ্টি (CCP)…
-
চেভ ইণ্ডিয়ান ফেমিলি ফাউণ্ডেশ্যন
চেভ ইণ্ডিয়ান ফেমিলি ফাউণ্ডেশ্যন (Save Indian Family Foundation: SIFF, ভাৰতৰ এক পুৰুষাধিকাৰ সংগঠন। চেভ ইণ্ডিয়ান ফেমিলি আন্দোলনৰ ফলস্বৰূপে এই পঞ্জীকৃত অব্যৱসায়িক আৰু বেচৰকাৰী সংগঠনটোৰ জন্ম হয়। ই একে ধৰণৰ উদ্দেশ্য থকা কেইবাটাও অন্য সংগঠনৰ লগত মিলি কাম কৰে।
-
ছান্দ্ৰা কাৰ্পেণ্টাৰ
ছান্দ্ৰা কাৰ্পেণ্টাৰ (Sandra Carpenter, ১৯৩৪–২০০৩) আছিল এগৰাকী আমেৰিকান কৰ্পৰেট কাৰ্যবাহী, অভিযন্তা আৰু তথ্য প্ৰযুক্তিৰ পেছাদাৰী। ১৯৮০ চনৰ সময়ছোৱাত কাৰ্পেণ্টাৰে হিল্টন হোটেলত তথ্য ব্যৱস্থাপনা ব্যৱস্থাৰ কৰ্পৰেট উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ছামচিকি ৰাজপ্ৰাসাদ আৰু উদ্যান সমষ্টি
ছামচিকি ৰাজপ্ৰাসাদ আৰু উদ্যান সমষ্টি (Samchyky Palace and Park Ensemble, Палацово-парковий ансамбль «Самчики»), বা ছামচিকি সম্পত্তি, ষ্টাৰোকষ্টিয়াণ্টিনিভ, খমেলনিটস্কি অঞ্চলৰ ওচৰৰ ছামচিকিত অৱস্থিত এটা ঐতিহাসিক সমষ্টি।
-
ছালমা কুজবাৰী
ছালমা কুজবাৰী (Salma al-Haffar Kuzbari) (১ মে’, ১৯২৩ – ১১ আগষ্ট, ২০০৬); ছিৰিয়াৰ এগৰাকী লেখক আৰু অনুবাদক আছিল। মহিলা অধিকাৰ কৰ্মী তথা লেখিকা মে জিয়াদেহ-সম্বন্ধীয় সাহিত্য সমালোচনা আৰু জীৱনীৰ লগতে স্পেইনৰ আন্দালুছিয়া অঞ্চলৰ বিষয়ে লিখা লেখাৰ বাবে তেওঁ পৰিচিত, বিশেষকৈ দ্য টু আইজ অৱ চেভিল নামৰ…
-
ছিকিম ৰাজ্যিক মহিলা আয়োগ
ছিকিম মহিলা আয়োগ হৈছে ছিকিম ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ২০০৪ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলাৰ কল্যাণৰ বাবে ছিকিম চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
ছিক্কিম লোকসভা সমষ্টি
ছিক্কিম লোকসভা সমষ্টি(Sikkim Lok Sabha constituency) হৈছে উত্তৰ-পূব ভাৰতৰ ছিক্কিম ৰাজ্যৰ একমাত্ৰ লোকসভা সমষ্টি। এই সমষ্টিটোত সমগ্ৰ ছিক্কিমখন সামৰি লোৱা হৈছে। এই লোকসভা সমষ্টিটো ১৯৭৭ চনত সৃষ্টি কৰা হৈছিল।
-
ছিমন বলিভাৰ
ছিমন বলিভাৰ (সম্পূৰ্ণ নাম: ছিমন জোচে এণ্টনিঅ' দে লা ছাণ্টিচিমা ট্ৰিনিদাদ বলিভাৰ ৱাই পেলাচিঅ'ছ) (২৪ জুলাই ১৭৮৩ – ১৭ ডিচেম্বৰ ১৮৩০) আছিল এজন ভেনিজুৱেলাৰ ৰাষ্ট্ৰনেতা আৰু সামৰিক বিষয়া যিয়ে বৰ্তমান কলম্বিয়া, ভেনিজুৱেলা, ইকুৱেডৰ, পেৰু, পানামা আৰু বলিভিয়া দেশসমূহক স্পেনিছ সাম্ৰাজ্যৰ পৰা স্বাধীনতা লাভৰ…
-
ছিমলা চুক্তি
ছিমলা চুক্তি ১৯৭২ চনৰ ২ জুলাইত হিমাচল প্ৰদেশৰ ৰাজধানী ছিমলাত ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত শান্তি চুক্তি। ভাৰতে বাংলাদেশ মুক্তি যুদ্ধত পাকিস্তানী ৰাষ্ট্ৰ বাহিনীৰ বিৰুদ্ধে যুঁজি থকা মুক্তি বাহিনীৰ মিত্ৰ হিচাপে পূব পাকিস্তানত হস্তক্ষেপ কৰাৰ পিছত সংঘটিত ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ পিছত এই…
-
ছিমি জনছন
ছিমিছালা ওলায়েমি অনিবুৱে জনছন(১৯২৯ – ২০০০Simisola Olayemi Onibuwe Johnson) এগৰাকী নাইজেৰিয়ান দন্ত চিকিৎসক আৰু মহিলাৰ অধিবক্তা আছিল যিয়ে দেশৰ দ্বিতীয় গণৰাজ্যৰ সময়ত সামাজিক উন্নয়ন আৰু সংস্কৃতিৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ছিমিন বেহবাহনী
ছিমিন বেহবাহনী (২০ জুলাই ১৯২৭ – ১৯ আগষ্ট ২০১৪) আছিল ইৰাণী সমসাময়িক কবি, গীতিকাৰ আৰু সমাজকৰ্মী। পৰম্পৰাগত কাব্যিক ৰূপ গজলত আয়ত্ত কৰাৰ বাবে তেওঁ সুপৰিচিত৷ তেওঁ আধুনিক পাৰ্চী কবিতাৰ আইকন হৈ পৰিছিল। ইৰাণৰ বুদ্ধিজীৱী আৰু সাহিত্যিকসকলে তেওঁক মৰমেৰে "ইৰাণৰ সিংহিনী" বুলি উল্লেখ কৰিছিল।
-
ছুটী
ছুটী বা কৰ্মৰ পৰা ছুটী হৈছে কোনো কৰ্মচাৰীয়ে নিয়োগকৰ্তাৰ অনুমতি, প্ৰযোজ্য আইন, সেৱা-নিয়ম অথবা কৰ্মসংস্থাপনৰ চৰ্ত অনুসৰি নিৰ্দিষ্ট সময়ৰ বাবে কৰ্মস্থলীত উপস্থিত নথকাৰ অনুমোদিত ব্যৱস্থা। ছুটী দৰমহাসহ বা দৰমহাবিহীন দুয়ো ধৰণৰ হ'ব পাৰে।
-
ছৌদি আৰবত ধৰ্ষণ
ছৌদি আৰৱত ধৰ্ষণ কাণ্ড শ্বৰীয়ত আইনৰ ব্যাখ্যাৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, যাৰ অধীনত অপৰাধমূলক ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত হোৱা কোনো ব্যক্তিক কোবাই মৰাৰ পৰা ফাঁচীলৈকে বিভিন্ন ধৰণৰ শাস্তি প্ৰদান কৰিব পাৰি। ২০১৯ চনত ছৌদি আৰৱত ধৰ্ষণৰ অপৰাধত আঠটা মৃত্যুদণ্ড সংঘটিত হৈছে।
-
জনতা ভৱন
জনতা ভৱন অসম চৰকাৰৰ সচিবালয় চৌহদ। ই ভাৰতৰ অসম ৰাজ্যৰ ৰাজধানী দিছপুৰত অৱস্থিত। এই চৌহদত ৰাজ্য চৰকাৰৰ প্ৰশাসনিক কাৰ্যালয়সমূহ আছে আৰু ই অসমত কাৰ্যবাহী শাসনৰ মুখ্য কেন্দ্ৰ হিচাপে কাম কৰে। বহুমহলীয়া এই চৌহদটো ২০০৪ চনৰ ২২ নৱেম্বৰত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিংয়ে উদ্বোধন কৰিছিল।
-
জম্মু আৰু কাশ্মীৰ ৰাজ্যিক মহিলা আয়োগ
জম্মু আৰু কাশ্মীৰ ৰাজ্যিক মহিলা আয়োগ হৈছে জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ১৯৯৩ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলা কল্যাণৰ বাবে জম্মু আৰু কাশ্মীৰ চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
জয় ইছি বেৱাজী
জয় ইছি বেৱাজী (Joy Isi Bewaji; জন্ম: ৮ জুন, ১৯৭৭) এগৰাকী নাইজেৰিয়ান ৰচনাকাৰ, চিত্ৰনাট্যকাৰ, নাট্যকাৰ, নতুন সংবাদ মাধ্যমৰ উদ্যোগী আৰু সামাজিক পৰিক্ৰমা কৰ্মী। তেওঁৰ লেখা আৰু নাটকসমূহ সাংস্কৃতিক অনুপযুক্ততা আৰু ধৰ্মীয় বিজুতিৰ ওপৰত কেন্দ্ৰিত হৈ আহিছে।
-
জান বেনডৰ
জান বেনডৰ (জন্ম ১৯৪৬)(Jan BenDor) আমেৰিকাৰ মিচিগানৰ এন আৰ্বাৰ অঞ্চলত বাস কৰা এগৰাকী মহিলা অধিকাৰ কৰ্মী। "মিচিগানৰ ধৰ্ষণ সংকট কেন্দ্ৰ আন্দোলনৰ প্ৰতিষ্ঠাপক মাতৃ" হিচাপে পৰিচিত বেনডৰক ১৯৯১ চনত মিচিগান মহিলাৰ 'হল অৱ ফেম'ত অন্তৰ্ভুক্ত কৰা হয়।
-
জিলা পৰ্যটন প্ৰসাৰ পৰিষদ (কেৰালা)
জিলা পৰ্যটন প্ৰসাৰ পৰিষদ (District Tourism Promotion Councils) চমূকৈ DTPC কেৰালা চৰকাৰৰ পৰ্যটন বিভাগৰ অধীনত জিলা পৰ্যায়ত গঠিত চৰকাৰী ট্ৰাষ্ট। ভাৰতৰ কেৰালা ৰাজ্যৰ ১৪খন জিলাৰ প্ৰতিখনতে পৃথকে এখনকৈ DTPC স্থাপন কৰা হৈছে। প্ৰতিখন পৰিষদৰ সভাপতি সংশ্লিষ্ট জিলাৰ জিলা উপায়ুক্ত।
-
জীপ কেলেংকাৰী, ভাৰত
১৯৪৮ চনত সংঘটিত জীপ কেলেংকাৰী স্বাধীন ভাৰতৰ প্ৰথমটো বৃহৎ কেলেংকাৰী বুলি জনা যায়৷ সেইসময়ত যুক্তৰাজ্যত ভাৰতীয় হাই কমিছনাৰ পদত নিযুক্ত হৈ থকা ভি. কে. মেনন-এ প্ৰ’ট’কল ভংগ কৰি এক বিদেশী কোম্পানীৰ পৰা সৈন্যবাহিনীৰ জীপ গাড়ী ক্ৰয় কৰিবলৈ এক ৮০ লাখ টকাৰ এক নিৰ্ব্বাহ (contract)ত চহী কৰে৷
-
জুবেইদা জালাল
জুবেইদা জালাল খান (Zubaida Jalal) এগৰাকী পাকিস্তানী ৰাজনীতিবিদ, এগৰাকী শিক্ষক, মুক্তিবাদী আৰু সমাজ কৰ্মী যি ২০১৮ চনৰ আগষ্টৰ পৰা ২০২২ চনৰ এপ্ৰিল মাহলৈকে প্ৰতিৰক্ষা উৎপাদন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
জুলি অক'
জুলিয়ানা (জুলি) ওমনুকপন ওমোইফো অক (Juliana (Julie) Omonukpon Omoifo Okoh, জন্ম-উবিয়াজা, ৫ আগষ্ট ১৯৪৭) এগৰাকী নাইজেৰিয়ান নাট্যকাৰ, শিক্ষাবিদ আৰু নাৰীবাদী কৰ্মী যি ২০০৪ চনৰ পৰা ২০১৭ চনলৈকে প'ৰ্ট হাৰক'ৰ্ট বিশ্ববিদ্যালয়ৰ নাট্য তত্ত্বৰ অধ্যাপিকা আছিল৷ সমাজৰ নাৰী সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা…
-
জেনিফাৰ বেটছ
জেনিফাৰ বেটছ (জন্ম-১৯৭২ বা ১৯৭৩) এগৰাকী আমেৰিকীয় শ্ৰমিক সংগঠক যি বেচেমাৰ আলাবামাৰ আমাজন শ্ৰমিক সংগঠনৰ ভূমিকাৰ বাবে পৰিচিত।
-
জোহৰা ইউছুফ
জোহৰা ইউছুফ (জন্ম ২ মে' ১৯৫০) এগৰাকী বিজ্ঞাপনৰ পেছাদাৰী, আৰু এগৰাকী সক্ৰিয় সমাজ কৰ্মী৷ তেওঁ এগৰাকী সাংবাদিক যিয়ে মহিলাৰ অধিকাৰ, মানৱ অধিকাৰ আৰু সংবাদ মাধ্যমৰ ক্ষেত্ৰত কৰা কামৰ বাবে প্ৰশংসা লাভ কৰে। জোহৰা পাকিস্তানৰ মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন অধ্যক্ষ।
-
ঝাৰখণ্ড ৰাজ্যিক মহিলা আয়োগ
ঝাৰখণ্ড ৰাজ্যিক মহিলা আয়োগ হৈছে ঝাৰখণ্ড ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ১৯৯৩ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলা কল্যাণৰ বাবে ঝাৰখণ্ড চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।