অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ছিক্কিম লোকসভা সমষ্টি

ছিক্কিম লোকসভা সমষ্টি(Sikkim Lok Sabha constituency) হৈছে উত্তৰ-পূব ভাৰতৰ ছিক্কিম ৰাজ্যৰ একমাত্ৰ লোকসভা সমষ্টি। এই সমষ্টিটোত সমগ্ৰ ছিক্কিমখন সামৰি লোৱা হৈছে। এই লোকসভা সমষ্টিটো ১৯৭৭ চনত সৃষ্টি কৰা হৈছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ২১৯ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ছিক্কিম লোকসভা সমষ্টি(Sikkim Lok Sabha constituency) হৈছে উত্তৰ-পূব ভাৰতৰ ছিক্কিম ৰাজ্যৰ একমাত্ৰ লোকসভা সমষ্টি। এই সমষ্টিটোত সমগ্ৰ ছিক্কিমখন সামৰি লোৱা হৈছে। এই লোকসভা সমষ্টিটো ১৯৭৭ চনত সৃষ্টি কৰা হৈছিল।১

ভৌগোলিক অৱস্থান আৰু সীমা

ছিকিম লোকসভা সমষ্টিটো পূব হিমালয় অঞ্চলত অৱস্থিত সমগ্ৰ ছিকিম ৰাজ্যক লৈ গঠিত। ভাৰতীয় নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ আদেশ (২০০৮) অনুসৰি, এই সংসদীয় সমষ্টিটো ছিকিম বিধানসভাৰ ৩২ টা বিধানসভা সমষ্টিৰে গঠিত।

সমষ্টিটোৰ উত্তৰ আৰু উত্তৰ-পূব দিশত চীনৰ তিব্বত স্বায়ত্তশাসিত অঞ্চল, পূব দিশত ভূটান, পশ্চিম দিশত নেপাল আৰু দক্ষিণ দিশত পশ্চিমবংগৰ দাৰ্জিলিং জিলা তথা কালিম্পং জিলা অৱস্থিত। কাঞ্চনজঙ্ঘা শৃংগ, গভীৰ গিৰিখাত, তিস্তা নদী আৰু হিমালয়ৰ চহকী জৈৱ-বৈচিত্ৰ্যৰে এই সমগ্ৰ সমষ্টিটো পৰিবেষ্টিত।

অন্তৰ্গত বিধানসভা সমষ্টিসমূহ

এই সংসদীয় সমষ্টিৰ অন্তৰ্গত ৩২ টা বিধানসভা সমষ্টি হ'ল:

  1. য়ুকচোম তাছিদিং
  2. য়াংথাং
  3. মানায়বং দেন্তাম
  4. গ্যালছিং বাৰ্ন্যাক
  5. ৰিনচেনপং
  6. দাৰামদিন
  7. ছোৰেং চাকুং
  8. চালঘাৰী জুম
  9. বাৰফুং
  10. পকলোক কামৰাং
  11. নামচি সিংহীথাং
  12. মেল্লি
  13. নামথাং ৰাটেয়পানী
  14. টেমী নামফিং
  15. ৰংগাং য়াংগাং
  16. টুমেন লিংগী
  17. খামডং ছিংতাম
  18. পশ্চিম পেন্ডাম
  19. ৰেনক
  20. ছিজাচেং
  21. গ্নাথং মাচং
  22. নামচেইবুং
  23. ছায়াৰী
  24. মাৰ্তাম ৰুমটেক
  25. আপাৰ তাডং
  26. অৰিখাঙ
  27. আপাৰ বুৰ্টুক
  28. গেংটক
  29. কাবি লুংচুক
  30. জংগু
  31. লাচেন মংগন
  32. সংঘ (বৌদ্ধ ভিক্ষুসকলৰ বাবে সংৰক্ষিত এই সমষ্টিটো কেৱল বিধানসভা নিৰ্বাচনত ভোটদান কৰে)

লোকসভাৰ সাংসদসকল

চনবিজয়ী সদস্যৰাজনৈতিক দল
১৯৭৭ছত্ৰ বাহাদুৰ ছেত্ৰী২ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮০পাহাল মান চুব্বা৩৪ছিকিম জনতা পৰিষদ
১৯৮৪নৰ বাহাদুৰ ভাণ্ডাৰী৫স্বতন্ত্ৰ প্ৰাৰ্থী
১৯৮৫ (উপ-নিৰ্বাচন)দিল কুমাৰী ভাণ্ডাৰীছিকিম সংগ্ৰাম পৰিষদ
১৯৮৯নন্দু থাপা৬
১৯৯১দিল কুমাৰী ভাণ্ডাৰী৭
১৯৯৬ভীম প্ৰসাদ দাহাল৮৯১০ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্ট
১৯৯৮
১৯৯৯
২০০৪নকুল দাস ৰায়১১
২০০৯প্ৰেম দাস ৰায়১২১৩
২০১৪
২০১৯ইন্দ্ৰ হাং চুব্বাছিকিম ক্ৰান্তিকাৰী মৰ্চা
২০২৪

নিৰ্বাচনী ফলাফল

২০২৪ চনৰ সাধাৰণ নিৰ্বাচন

২০২৪ চনৰ ১৮তম লোকসভা নিৰ্বাচনত ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ প্ৰাৰ্থী ইন্দ্ৰ হাং চুব্বাই ৮০,৮৩০ টা ভোটৰ ব্যৱধানত চিটিজেন একচন পাৰ্টিৰ প্ৰাৰ্থী ভাৰত বস্নেতক পৰাস্ত কৰি পুনৰ সংসদ সদস্য হিচাপে নিৰ্বাচিত হয়।১৪১৫১৬

২০১৯ চনৰ সাধাৰণ নিৰ্বাচন

২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল তলত উল্লেখ কৰা হ’ল:১৭১৮

২০১৪ চনৰ সাধাৰণ নিৰ্বাচন

২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল আছিল এনেধৰণৰ:১৯২০

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ (2006-09-04). Press Note, Delimitation Commission. Assembly Constituencies in Sikkim. Delimitation Commission
  2. ↑ Statistical Report on General Elections, 1977 to the Sixth Lok Sabha. Election Commission of India. পৃ. 175
  3. ↑ Statistical Report on General Elections, 1980 to the Seventh Lok Sabha. Election Commission of India. পৃ. 204
  4. ↑ News Desk. (2024-06-27). Pahalman Subba, Sikkim's First Elected Lok Sabha MP, Passes Away at 90. The Voice Of Sikkim
  5. ↑ Statistical Report on General Elections, 1984 to the Eighth Lok Sabha. Election Commission of India. পৃ. 201
  6. ↑ Statistical Report on General Elections, 1989 to the Ninth Lok Sabha. Election Commission of India. পৃ. 244
  7. ↑ Statistical Report on General Elections, 1991 to the Tenth Lok Sabha. Election Commission of India. পৃ. 258
  8. ↑ Statistical Report on General Elections, 1996 to the Eleventh Lok Sabha. Election Commission of India. পৃ. 385
  9. ↑ Statistical Report on General Elections, 1998 to the Twelfth Lok Sabha. Election Commission of India. পৃ. 233
  10. ↑ Statistical Report on General Elections, 1999 to the Thirteenth Lok Sabha. Election Commission of India. পৃ. 224
  11. ↑ Statistical Report on General Elections, 2004 to the Fourteenth Lok Sabha. Election Commission of India. পৃ. 281
  12. ↑ Constituency Wise Detailed Results. Election Commission of India. পৃ. 122
  13. ↑ Constituencywise-All Candidates. Election Commission of India
  14. ↑ Parliamentary Constituency 1 - SIKKIM. Election Commission of India
  15. ↑ (4 June 2024). Sikkim Lok Sabha election results 2024: Indra Hang Subba of Sikkim Krantikari Morcha retains seat, wins by a big margin. The Times of India
  16. ↑ (4 June 2024). Sikkim Lok Sabha Election Results 2024 Highlights: Indra Hang Subba Wins Race by 80830 Votes. India Today
  17. ↑ General Election 2019 - Election Commission of India. Election Commission of India
  18. ↑ (24 May 2019). Sikkim Lok Sabha Election Results 2019: SKM's Indra Hang Subba wins. Hindustan Times
  19. ↑ Constituencywise-All Candidates. Election Commission of India
  20. ↑ (16 May 2014). Sikkim Lok Sabha Constituency Election Results 2014. NDTV

সম্পৰ্কিত শ্ৰেণী

লোকসভা সমষ্টিছিক্কিম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিক্কিম লোকসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৯৭০৮ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।