স্বাস্থ্য আৰু চিকিৎসা
ৰোগ, চিকিৎসা, মানৱ শৰীৰ আৰু জনস্বাস্থ্য · ৩৫০ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ভাৰ্টিগো
ভাৰ্টিগো (Vertigo) মানৱ শৰীৰৰ এনে এক অৱস্থা য’ত ব্যক্তিয়ে অনুভৱ কৰে যে, তেওঁ লৰচৰ বা গতি নকৰা অৱস্থাতে লৰচৰ কৰি আছে, বা তেওঁৰ চাৰিওফালে থকা বস্তুবোৰ লৰচৰ কৰি আছে৷ দীৰ্ঘ সময়ৰ বাবে গতিৰ সংস্পৰ্শলৈ অহাৰ পিছত যেনে জাহাজত থকা বা চকু বন্ধ কৰি ঘূৰি থকাৰ পিছত শাৰীৰিক ভাৰ্টিগো হ’ব পাৰে৷ আন কাৰণসমূহ হ’ব…
-
মনোৰোগ-বিজ্ঞান
মনোৰোগ বিজ্ঞান বা মানসিক ৰোগ বিজ্ঞান (Psychiatry) হৈছে মানসিক ৰোগৰ চিকিৎসা বিষয়ক অধ্যয়ন। এই অধ্যয়নত মানসিক ৰোগৰ ব্যপ্তি, কাৰণ, নিদান, প্ৰতিকাৰ আৰু প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দিয়া হয়। আনহাতে মনোবিজ্ঞান বা মনস্তত্ত্ব (Psychology) বিষয়ত সাধাৰণ মনৰ (ৰোগ বিহীন) বিষয়ে অধ্যয়ন কৰা হয়।
-
মস্তিষ্ক আৱৰণী
মস্তিষ্ক আৱৰণী বা meninges (, একক:'meninx ( বা ), μῆνιγξ, বিশেষণ:'meningeal ) বুলিলে মস্তিষ্ক আৰু স্নায়ুৰজ্জুক আবৃত কৰি ৰখা সংযোজী কলাৰ আৱৰণীসমূহক বুজায়। স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত এই আৱৰণীৰ তিনিটা স্তৰ থাকে: ডুৰা মেটাৰ, এৰেক্নয়ড্ মেটাৰ আৰু পায়া মেটাৰ।
-
মানৱ এৰিঅ’লা
মানৱ এৰিঅ’লা স্তনৰ স্তনবৃন্তৰ চাৰিওফালে থকা ছালৰ বিশেষ অংশ যিটো বিপৰীতমুখী ৰংযুক্ত হয়। অধিক সাধাৰণভাৱে ক’বলৈ গ’লে এৰিঅ’লা হ’ল শৰীৰৰ এটা সৰু বৃত্তাকাৰ অংশ যাৰ হিষ্ট’লজী চাৰিওফালৰ কলাৰ পৰা পৃথক, বা অন্যান্য সৰু বৃত্তাকাৰ অংশ যেনে ছালৰ সংবেদনশীল অঞ্চল।
-
মানৱ মস্তিষ্ক
মানৱ মস্তিষ্ক (human brain) মানুহৰ স্নায়ু তন্ত্ৰৰ প্ৰধান অংগ। ই মূৰৰ ভিতৰত অৱস্থিত আৰু ইয়াক কৰোটিয়ে আৱৰি থাকে। ইয়াৰ সাধাৰণ গঠন আন স্তন্যপায়ী প্ৰাণীবোৰৰ মগজুৰ দৰে একে, কিন্তু চেৰিব্ৰেল কৰ্টেক্স অধিক বিকশিত।
-
মিল্ৱাকী প্ৰ'ট'কল
মিল্ৱাকী প্ৰ'ট'কল (Milwaukee protocol) মানুহৰ জলাতংক ৰোগৰ বাবে কৰা এক পৰীক্ষামূলক চিকিৎসা পদ্ধতি। এই পদ্ধতিত ৰোগীক কৃত্ৰিম অচেতনতা (induced coma) অৱস্থালৈ লৈ যোৱা হয় আৰু এণ্টিভাইৰেল ঔষধ প্ৰযোগ কৰা হয়।
-
মেষ্টিটিছ
মেষ্টিটিছ হৈছে স্তন বা ওহাৰৰ বাঁতৰ বিষ বা প্ৰদাহ, যই সাধাৰণতে স্তন্যপানৰ সৈতে জড়িত। লক্ষণসমূহৰ ভিতৰত স্তন্যাগ্ৰত বিষ আৰু ৰঙা পৰা দেখা যায়। ইয়াৰ লগত জড়িত বেক্টেৰিয়াটো হ'ল ষ্টেফাইলোককাছ অৰেয়াছ। সাধাৰণতে লক্ষণসমূহৰ ওপৰত ভিত্তি কৰি ৰোগ নিৰ্ণয় কৰা হয়।
-
মেৰিয়ান থিয়ডৰ চাৰ্লট
মেৰিয়ান থিয়ডৰ চাৰ্লট হাইডেনৰাইচ ভন ছিবল্ড (১২ ছেপ্টেম্বৰ ১৭৮৮, হাইলিগেনষ্টাড – ৮ জুলাই ১৮৫৯, ডাৰ্মষ্টাড) এজন জাৰ্মান চিকিৎসক আছিল। জাৰ্মানীৰ প্ৰথমগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে গণ্য কৰা হয়। ডেমিয়ান আৰু ৰেজিনা ভন ছিবল্ড নামৰ চিকিৎসকৰ কন্যা আৰু পিতৃ-মাতৃৰ প্ৰাৰম্ভিক সহায়িকা আছিল।
-
যোগাত্মক বিপৰীত সংখ্যা
যোগাত্মক বিপৰীত সংখ্যা (additive inverse) যদি যিকোনো দুটা সংখ্যাৰ যোগফল ০(শূন্য) হয়, তেন্তে এটাক আনটো সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যা বুলি কোৱা হয়। এই সংখ্যা বোৰক বিপৰীত সংখ্যা, বিপৰীত চিহ্ন যুক্ত সংখ্যা বুলিও কোৱা হয়। ইয়াৰ পৰাই ঋণাত্মক সংখ্যাৰ ধাৰণাটোৰ উদ্ভৱ হয়।
-
ষ্ট্ৰ’মা (কলা)
ষ্ট্ৰ’মা (প্ৰাচীন গ্ৰীক ভাষাৰ পৰা στρῶμα (strôma) 'স্তৰ, বিচনা, বিচনাৰ আৱৰণ') হৈছে কোনো কলা বা অংগৰ গাঁথনিগত বা সংযোগী ভূমিকা থকা অংশ। ই অংগটোৰ নিৰ্দিষ্ট কাম-কাজ নথকা সকলো অংশৰে গঠিত - যেনে- সংযোগী কলা, ৰক্তবাহী নলী, নলী আদি। আনটো অংশ পেৰেনকাইমা কলা বা অংগটোৰ কাৰ্য সম্পাদন কৰা কোষেৰে গঠিত।
-
সিংহাসন
সিংহসন বা সিংহৰ ভংগিমা হৈছে হঠযোগ আৰু আধুনিক যোগৰ ব্যায়াম হিচাপে এক আসন।
-
সৃজনশীলতা আৰু মানসিক স্বাস্থ্য
সৃজনশীলতা আৰু মানসিক স্বাস্থ্যৰ মাজৰ সংযোগৰ ধাৰণাটো মনস্তত্ত্ববিদসকল আৰু অন্যান্য গৱেষকসকলৰ মাজত কেইবা শতিকা জুৰি আলোচনা আৰু অধ্যয়নৰ বিষয় হৈ আহিছে। সৃজনশীলতা বা সৃষ্টিশীলতাক প্ৰধান মানসিক ৰোগসমূহ, যেনে দ্বিমেৰু ব্যাধি (bipolar disorder), দ্বৈত সত্তাৰ মনস্তত্ত্ব বা ছিজ'ফ্ৰেনিয়া (schizophrenia),…
-
স্থূলপোষকসমূহৰ তালিকা
জীৱৰ দেহক অধিক মাত্ৰাত প্ৰয়োজন হোৱা পুষ্টিকাৰকবোৰক স্থূলপোষক বুলি কোৱা হয়। ইয়াক তুলনামূলকভাবে অধিক পৰিমাণে (গ্ৰামত বা আউন্সত) সেবন কৰা হয়। ইয়ৰ প্ৰাথমিক কাম হ'ল শক্তি উৎপাদন বা শৰীৰৰ বৃদ্ধি বা মেৰামতি। উদাহৰণ হ'ল কাৰ্ব'হাইড্ৰেট, চৰ্বী, প্ৰোটিন আৰু পানী।
-
স্বাতী অজয় পিৰামল শ্বাহ
স্বাতী অজয় পিৰামল শ্বাহ ( Swati Ajay Piramal Shah) এগৰাকী ভাৰতীয় বিজ্ঞানী আৰু উদ্যোগপতি৷ তেওঁ স্বাস্থ্যসেৱাৰ সৈতে জড়িত হৈ জনস্বাস্থ্য আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
সৎকৰ্ম
সৎকৰ্ম, আক্ষৰিক অৰ্থত ছটা ক্ৰিয়া, যাক ষটক্ৰিয়া বুলিও কোৱা হয়, যোগৰ মূল কাম মোক্ষ(মুক্তি)ৰ বাবে প্ৰস্তুতি চলাবলৈ শৰীৰৰ হঠযোগ শুদ্ধিকৰণৰ এটা গোট। হঠযোগ প্ৰদীপিকাত স্বত্মাৰমে ক্ৰিয়া বুলি উল্লেখ কৰা এই পদ্ধতিসমূহ হ'ল নেতি, ধৌতি,নৌলি,ৱাস্তি, কপালভাতী আৰু ত্ৰতক।
-
সৰ্প প্ৰতিবিষ
সৰ্প প্ৰতিবিষ (ইংৰাজী: Snake antivenom) বা স্নেক এণ্টিভেনম বিষাক্ত সাপৰ দংশনৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা প্ৰতিদেহৰ দ্বাৰা গঠিত ঔষধ। ই এক প্ৰকাৰৰ প্ৰতিবিষ। সৰ্প প্ৰতিবিষ এবিধ জৈৱিক পদাৰ্থ। ইয়াক সাধাৰণতে ঘোঁৰা বা ভেড়াৰ দৰে পোহনীয়া প্ৰাণীৰ পৰা আহৰণ কৰা বিষ নিষ্ক্ৰিয় কৰিব পৰা প্ৰতিদেহৰ দ্বাৰা গঠিত।
-
হাওঁফাওঁৰ কৰ্কট ৰোগ
হাওঁফাওঁৰ কৰ্কট ৰোগ (Lung cancer) হৈছে হাওঁফাওঁৰ কলাত উৎপত্তি হোৱা এবিধ মাৰাত্মক টিউমাৰ। শ্বাসনলীৰ কোষবোৰৰ ডি.এন.এ. জিনীয়ভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ ফলত হাওঁফাওঁৰ কৰ্কট ৰোগ হয়। এই ৰোগ প্ৰায়ে ছিগাৰেট সেৱন বা উশাহত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ গ্ৰহণ কৰাৰ বাবে হয়।
-
হাণ্টাভাইৰাছ সংক্ৰমণ
হাণ্টাভাইৰাছ সংক্ৰমণ বা হাণ্টাভাইৰাছ ৰোগ হৈছে অৰ্থোহাণ্টাভাইৰাছ প্ৰজাতিৰ ভাইৰাছৰদ্বাৰা হোৱা মানুহৰ সংক্ৰামক ৰোগ। ইয়াৰ ফলত ৰেনাল চিনড্ৰম (HFRS) বা হাণ্টাভাইৰাছ পালমোনাৰী চিনড্ৰম (HPS)ৰ সৈতে ৰক্তক্ষৰণজনিত জ্বৰ হ’ব পাৰে।
-
হাৰ্পিছ ছিম্প্লেক্স
যৌনাংগৰ হাৰপিছ (Herpes ) হ’ল যৌন সংক্ৰামক এটি ৰোগ। এই ৰোগ হাৰপিছ চিমপ্লেক্স ভাইৰাছ টাইপ-১ (HSV-1) আৰু চিমপ্লেক্স ভাইৰাছ টাইপ-২ (HSV-2) সংক্ৰমণৰ ফলত হয়।
-
ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগ
ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাজন (International Classification of Diseases (ICD))
-
ৱিকিপিডিয়াৰ নিৰ্ভৰযোগ্যতা
ৱিকিপিডিয়াৰ তথ্য আৰু স্বেচ্ছাসেৱকসকলৰদ্বাৰা সম্পাদিত আৰু সম্প্ৰদায়-নিয়ন্ত্ৰিত সম্পাদনা আৰ্হি, বিশেষকৈ ইয়াৰ ইংৰাজী ভাষাৰ সংস্কৰণৰ নিৰ্ভৰযোগ্যতাক লৈ সময়ে সময়ে প্ৰশ্ন উত্থাপন কৰা হৈছে আৰু পৰীক্ষা কৰা হৈছে।
-
ৱিলছনৰ ৰোগ
ৱিলছনৰ ৰোগ (Wilson's disease) হৈছে এটা বংশগতিজনিত ৰোগ, য'ত ৰোগীৰ শৰীৰত প্ৰয়োজনাধিক তাম (ক'পাৰ) জমা হয়। এই ৰোগৰ লক্ষণসমূহ সাধাৰণতে মগজু আৰু যকৃতৰ বিসংগতিৰ জৰিয়তে দেখা দিয়ে। যকৃতৰ সৈতে সংযুক্ত লক্ষণসমূহৰ ভিতৰত আছে বমি, দুৰ্বলতা, তলপেটত পানী জমা হোৱা, ভৰি ফুলা, জণ্ডিছ আৰু খজুৱতি।
-
অ'ভাৰিয়ান চিষ্ট
অ'ভাৰিয়ান চিষ্ট হৈছে ডিম্বাশয়ৰ ভিতৰত তৰল পদাৰ্থৰে ভৰা মোনা। সাধাৰণতে ইয়াৰ কোনো লক্ষণ দেখা নাযায়, যদি চিষ্টটো খুলি যায় বা ডিম্বাশয় পাক খায়, ই তীব্ৰ বিষৰ সৃষ্টি কৰিব পাৰে।
-
অদিতি চাহু
অদিতি চাহু নিউয়ৰ্ক চহৰৰ মেম’ৰিয়েল স্ল’ন কেটাৰিং কেন্সাৰ চেণ্টাৰ (এম এছ কে)ৰ জ্যেষ্ঠ গৱেষক বিজ্ঞানী। তেওঁৰ গৱেষণাই ছালৰ কৰ্কট ৰোগ নিৰ্ণয়ৰ বাবে অনাক্ৰমণীয় ইমেজিং প্ৰযুক্তি আৰু টিউমাৰৰ মাইক্ৰ’পৰিৱেশৰ ওপৰত গৱেষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
অনিৰ্ণেয় = অসংক্ৰমণযোগ্য
অনিৰ্ণেয় = অসংক্ৰমণযোগ্য (Undetectable=Untransmitable; U = U) এইচ.আই.ভি. অভিযানত ব্যৱহৃত স্বাস্থ্য-শিক্ষা সম্বন্ধিত এক বাৰ্তা। ইয়াৰ অৰ্থ হ'ল- যদি কোনো এইচ.আই.ভি. পজিটিভ ব্যক্তিৰ দেহত এইচ.আই.ভি.ভাইৰাছৰ পৰিমাণ ধৰা নপৰে, তেন্তে সেইব্যক্তিৰ দেহৰপৰা এইচ.আই.ভি.
-
অ’পিঅইড আসক্তি
অ’পিঅইড আসক্তি (Opioid addiction) বা অ’পিঅইড ব্যৱহাৰৰ বিকাৰ (Opioid use disorder, সংক্ষেপে OUD) হৈছে অ’পিঅইডৰ ব্যৱহাৰ সম্বন্ধীয় এবিধ দ্ৰব্য ব্যৱহাৰৰ বিকাৰ (SUD)। এনে যিকোনো বিকাৰে যথেষ্ট অক্ষমতা বা যাতনাৰ সৃষ্টি কৰে।
-
আঁঠু
আঁঠু (Knee) নামৰ এই গাঁঠি, জোৰা বা সন্ধি আমাৰ উৰু আৰু ভৰিৰ মাজভাগত থকা এটা অতি আৱশ্যকীয় গাঁঠি৷ ইয়াত উৰুৰ ডাঙৰ হাড় ফিমাৰ আৰু ভৰিৰ ফালৰ দীঘল আৰু সবল হাড় টিবিয়া আহি লগ লাগিছে৷ তদুপৰি আঁঠুৰ ঘিলা নামৰ এটা সৰু আৰু প্ৰায় ঘূৰণীয়া হাড়ো এই গাঁঠিটোৰ সন্মুখ ভাগত থাকে৷ এই তিনিডাল হাড় লগ লাগি আঁঠুটো…
-
আনুষঙ্গিক স্তন
আনুষঙ্গিক স্তন, যাক পলিমাষ্টিয়া, অতিৰিক্ত স্তন, বা মামাই এৰাটিকাই বুলিও কোৱা হয়, হৈছে অতিৰিক্ত স্তন থকাৰ অৱস্থা। এই অতিৰিক্ত স্তনবোৰ স্তনাগ্ৰ বা স্তনবৃন্তৰ সৈতে বা অবিহনেও দেখা দিব পাৰে।
-
আফগানিস্তানৰ স্বাস্থ্য
আফগানিস্তানৰ স্বাস্থ্যৰ অৱস্থা দুৰ্বল যদিও শেহতীয়াকৈ কিছু উন্নতিৰ মুখ দেখিছে। ১৯৭৮ চনৰ পৰা সন্মুখীন হোৱা পৰিৱেশজনিত সমস্যা আৰু দশক দশক ধৰি চলি থকা যুদ্ধৰ ফলত দেশখন নেতিবাচকভাৱে প্ৰভাৱিত হৈছে।দেশৰ বাসিন্দাসকলৰ স্বাস্থ্য সম্পৰ্কীয় সকলো বিষয় জনস্বাস্থ্য মন্ত্ৰালয়ে তদাৰক কৰে।
-
আফ্ৰিকান ছোৱাইন ফিভাৰ
আফ্ৰিকান ছোৱাইন ফিভাৰ (African swine fever) হৈছে ঘৰচীয়া আৰু বনৰীয়া গাহৰিৰ শৰীৰত ভাইৰাছৰ পৰা হোৱা এবিধ মাৰাত্মক সংক্ৰামক ৰোগ। এই বেমাৰবিধ গাহৰিৰ শৰীৰত সাধাৰণতে দেখা দিয়া ক্লাছিকেল ছোৱাইন ফিভাৰতকৈ বেলেগ আৰু এই বেমাৰবিধৰ কোনো প্ৰতিষেধক এতিয়ালৈ ওলোৱা নাই।