অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

স্থূলপোষকসমূহৰ তালিকা

জীৱৰ দেহক অধিক মাত্ৰাত প্ৰয়োজন হোৱা পুষ্টিকাৰকবোৰক স্থূলপোষক বুলি কোৱা হয়। ইয়াক তুলনামূলকভাবে অধিক পৰিমাণে (গ্ৰামত বা আউন্সত) সেবন কৰা হয়। ইয়ৰ প্ৰাথমিক কাম হ'ল শক্তি উৎপাদন বা শৰীৰৰ বৃদ্ধি বা মেৰামতি। উদাহৰণ হ'ল কাৰ্ব'হাইড্ৰেট, চৰ্বী, প্ৰোটিন আৰু পানী।

হালনাগাদ: ৬ অক্টোবৰ ২০২৩ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

জীৱৰ দেহক অধিক মাত্ৰাত প্ৰয়োজন হোৱা পুষ্টিকাৰকবোৰক স্থূলপোষক বুলি কোৱা হয়। ইয়াক তুলনামূলকভাবে অধিক পৰিমাণে (গ্ৰামত বা আউন্সত) সেবন কৰা হয়। ইয়ৰ প্ৰাথমিক কাম হ'ল শক্তি উৎপাদন বা শৰীৰৰ বৃদ্ধি বা মেৰামতি। উদাহৰণ হ'ল শৰ্কৰা, চৰ্বি, প্ৰোটিন আৰু পানী।

শক্তি প্ৰদান কৰা স্থূলপোষক

শক্তি প্ৰদান কৰা তিনিবিধ প্ৰধান স্থূলপোষক হৈছে: শৰ্কৰা, প্ৰোটিন, আৰু লিপিড।১

কাৰ্ব'হাইড্ৰেট

  • গ্লুক'জ
  • Sucrose
  • Ribose
  • Amylose Starchৰ এটা প্ৰধান উপাদান
  • Amylopectin
  • Maltose
  • Galactose
  • Fructose
  • Lactose

প্ৰ'টিন

এমিন এচিড

  • Standard amino acids
    • Alanine
    • Arginine
    • Aspartic acid (aspartate)
    • Asparagine
    • Cysteine
    • Glutamic acid (glutamate)
    • Glutamine
    • Glycine
    • Histidine
    • Isoleucine (branched chain amino acid)
    • Leucine (branched chain amino acid)
    • Lysine
    • Methionine
    • Phenylalanine
    • Proline
    • Serine
    • Threonine
    • Tryptophan
    • Tyrosine
    • Valine (branched chain amino acid)

চৰ্বী

চেচুৰেটেড ফেট

  • Butyric acid (C4)
  • Caproic acid (C6)
  • Caprylic acid (C8)
  • Capric acid (C10)
  • Lauric acid (C12)
  • Myristic acid (C14)
  • Pentadecanoic acid (C15)
  • Palmitic acid (C16)
  • Margaric acid (C17)
  • Stearic acid (C18)
  • Arachidic acid (C20)
  • Behenic acid (C22)
  • Lignoceric acid (C24)
  • Cerotic acid (C26)

মনচেচুৰেটেড ফেট

  • Myristol
  • Pentadecenoic
  • Palmitoyl
  • Heptadecenoic
  • Oleic acid
  • Eicosen
  • Erucic acid
  • Nervonic acid

পলিচেচুৰেটেড ফেট

  • Linoleic acid (LA) - an Essential fatty acid
  • α-Linolenic acid (ALA) - an essential fatty acid
  • Stearidonic acid (SDA)
  • Arachidonic acid (ETA)
  • Timnodonic acid (EPA)
  • Clupanodonic acid (DPA)
  • Cervonic acid (DHA)

অত্যাৱশ্যকীয় ফেটি এচিড

These two essential fatty acids are the starting point for other important omega-acids (e.g. DHA, EPA)

  • α-Linolenic acid ALA (18:3) Omega-3 fatty acid
  • Linoleic acid LA (18:2) Omega-6 fatty acid

শক্তি প্ৰদান নকৰা স্থূলপোষক

শক্তি প্ৰদান নকৰা দুবিধ প্ৰধান স্থূলপোষক হৈছে: পানী, আৰু খাদ্যজ আঁহ।

পানী

পানী হৈছে এক প্ৰকাৰৰ স্বচ্ছ জুলীয়া পদাৰ্থ। অম্লজানৰ এটা আৰু উদজানৰ দুটা পৰমাণু লগ লাগি পানীৰ অণু গঠন হয়। পানীয়ে কোনো কেল’ৰি বা শক্তিৰ যোগান নধৰিলেও সকলো জীৱকে বিশুদ্ধ বা সুৰক্ষিত খোৱাপানীৰ প্ৰয়োজন।

আঁহ

শাক-পাচলি আৰু ফল-মূলত খাদ্যজ আঁহ পোৱা যায়। ই পাচন তন্ত্ৰৰ বাবে অতি দৰকাৰী উপাদান।

তথ্যসূত্ৰ

  1. ↑ Prentice, Andrew M. (1 October 2005). Macronutrients as sources of food energy. পৃ. 932–939

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্থূলপোষকসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৩৮৬০০১ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।