কালি লিনাক্স হৈছে ডিজিটেল ফৰেনচিক আৰু পেনিট্ৰেচন টেষ্টিংৰ বাবে ডিজাইন কৰা এটা লিনাক্স ডিষ্ট্ৰিবিউচন।১২ ই Offensive Securityৰ দ্বাৰা পৰিচালিত আৰু পুঁজি প্ৰাপ্ত।৩ এই ছফ্টৱেৰটো ডেবিয়ান লিনাক্স ডিষ্ট্ৰিবিউচনৰ টেষ্টিং ব্ৰাঞ্চৰ ওপৰত আধাৰিত: কালিয়ে ব্যৱহাৰ কৰা অধিকাংশ পেকেজ ডেবিয়ান ছফ্টৱেৰ ৰিপ'জিটৰীসমূহৰ পৰা অনা হয়।৪ কালি লিনাক্সে চাইবাৰ চিকিউৰিটি কমিউনিটিত জনপ্ৰিয়তা অৰ্জন কৰিছে, ইয়াৰ পেনিট্ৰেচন টেষ্টিং, ভালনাৰেবল এনালাইচিছ আৰু ৰিভাৰ্ছ ইঞ্জিনিয়াৰিংৰ বাবে ডিজাইন কৰা সঁজুলিসমূহৰ ব্যাপক সংগ্ৰহৰ বাবে। ইয়াক অফেনচিভ চিকিউৰিটিৰ মাতি আহাৰোনি আৰু ডেভন কাৰ্নছে Backtrackৰ পুনৰ লিখনৰ জৰিয়তে বিকশিত কৰিছিল, যিটো আছিল নপিক্স (Knoppix)-ৰ ওপৰত আধাৰিত তেওঁলোকৰ পূৰ্বৰ তথ্য সুৰক্ষা টেষ্টিং লিনাক্স ডিষ্ট্ৰিবিউচন।৫ কালি লিনাক্স টিভি চিৰিজ মিষ্টাৰ ৰবট-ৰ কেইবাটাও খণ্ডত প্ৰদৰ্শিত হৈছিল।৬
তথ্যসূত্ৰ
- ↑ কালি লিনাক্স আৰু এথিকাল হেকিংৰ পৰিচয়. হাৰ্ভাৰ্ড ডিভিজন অৱ কন্টিনিউয়িং এডুকেচন
- ↑ *(মাৰ্চ ১৪, ২০১৩). কালি লিনাক্স ১.০ ৰিভিউ. LinuxBSDos.com *চিমিয়োনাটো, লৰেঞ্জো. (এপ্ৰিল ২৪, ২০০৭). ৰিভিউ: Backtrack ২ চিকিউৰিটি লাইভ চিডি. Linux.com *বাৰ, জো. (জুন ১৩, ২০০৮). Backtrack আপোনাৰ পৰিৱেশৰ সুৰক্ষা পৰীক্ষা কৰক. Linux.com *(may ১৫, ২০০৯). Backtrack 4 - হেকিং গেলেৰ. Dedoimedo.com *(আগষ্ট ১৭, ২০১২). Backtrack 5 আৰ৩ ৰিভিউ. LinuxBSDos.com
- ↑ *ৱাটছন, জে.এ. (May ২৮, ২০১৪). কালি লিনাক্স ১.০.৭-ৰ সৈতে হেন্ডচ-অন. ZDNet.com *(মে ৩০, ২০১৪). কালি লিনাক্স ১.০.৭ ৰিভিউ. LinuxBSDos.com *(ডিচেম্বৰ ১৫, ২০১৪). কালি লিনাক্স ৰিভিউ. Dedoimedo.com *ৱাটছন, জে.এ. (জানুৱাৰী ২২, ২০১৬). কালি লিনাক্স ৰলিঙৰ সৈতে হেন্ডচ-অন. ZDNet.com *স্মিথ, জেচি. (এপ্ৰিল ২৫, ২০১৬). কালি লিনাক্স ২০১৬.১. DistroWatch Weekly
- ↑ (মাৰ্চ ১১, ২০১৩). ডেবিয়ানৰ সৈতে কালিৰ সম্পৰ্ক. Kali Linux
- ↑ লেৰক্স, ছিলভেইন. (মে ৩, ২০১৭). আপুনি ব্যৱহাৰ কৰা আৰম্ভ কৰাৰ আগতে পঢ়িবলগীয়া কালি লিনাক্স ৰিভিউ. itsfoss.com
- ↑ গ্ৰাউয়াৰ, য়েল. (আগষ্ট ২৬, ২০১৫). মিষ্টাৰ ৰবটৰ টুলবক্সৰ ভিতৰলৈ এটা চকু. Wired
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কালি লিনাক্স” প্ৰবন্ধৰ সংশোধন ৬১৩৮৫৮ (২৩ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।