অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

এক তাল (তবলা)

এক তাল হৈছে বাৰ মাত্ৰাৰ এটি তাল।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৫৪ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

এক তাল হৈছে বাৰ মাত্ৰাৰ এটি তাল।

ঠেকা

তলত একতালৰ ঠেকা দিয়া হ'ল--১

ধিনধিন।
ধাধা।
তুননা।
কত্‌তা।
ধাগেতেটে।
ধিনতেটে।

ঠেকাৰ বিৱৰণ

একতালৰ ঠেকাত বাৰ মাত্ৰা আছে। একতাল এক সমপদী তাল, অৰ্থাৎ একতালৰ প্ৰতিটো বিভাগত সমান সমান মাত্ৰা আছে। একতালৰ ৬টা বিভাগ আছে, প্ৰতিটো বিভাগত ২ মাত্ৰাকৈ আছে। একতালৰ প্ৰথম মাত্ৰাত সম্‌, ৩য়, ৭ম্‌ মাত্ৰাত খালি আৰু ৫ম্‌, ৯ম্‌ আৰু একাদশ মাত্ৰাত তালি আছে।

তথ্যসূত্ৰ

  1. ↑ [https://raag-hindustani/rhythm.html{{Dead link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} ৰাগ হিন্দুস্তানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এক তাল (তবলা)” প্ৰবন্ধৰ সংশোধন ৩৮৪৮৩৫ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।