অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

গোলাপী চুতীয়ানী

গোলাপী চুতীয়ানী( Golapi Chutiyani) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সংগ্ৰামী৷ এই সংগ্ৰামত পুলিচৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈ পিছত তেওঁৰ মৃত্যু হৈছিল৷ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত ২০ ছেপ্তেম্বৰৰ দিনা ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ আশ-পাশৰ বিভিন্ন ঠাইৰ পৰা সমদল কৰি হাজাৰ হাজাৰ নাৰী-পুৰুষ ওলাই…

হালনাগাদ: ২৫ আগষ্ট ২০২৩ ৬৬ শব্দ · ১ মিনিট সংগৃহীত ৩৪
সংশোধনৰ পৰামৰ্শ

গোলাপী চুতীয়ানী( Golapi Chutiyani) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সংগ্ৰামী৷ এই সংগ্ৰামত পুলিচৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈ পিছত তেওঁৰ মৃত্যু হৈছিল৷ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত ২০ ছেপ্তেম্বৰৰ দিনা ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ আশ-পাশৰ বিভিন্ন ঠাইৰ পৰা সমদল কৰি হাজাৰ হাজাৰ নাৰী-পুৰুষ ওলাই আহিছিল৷ এই সমদলত গোলাপী চুতিয়ানীও আছিল৷ সমদলকাৰীক ছত্ৰভংগ দিয়াবলৈ পুলিচে লাঠিচালনা আৰু গুলীচালনা কৰিছিল৷ এই লাঠিচালনাতে গোলাপী আঘাতপ্ৰাপ্ত হয় আৰু পিছত তেওঁৰ মৃত্যু হয়৷১

তথ্যসূত্ৰ

  1. ↑ দেশৰ হকে প্ৰাণ ত্যাগ কৰা ...

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোলাপী চুতীয়ানী” প্ৰবন্ধৰ সংশোধন ৩৭৫৫৭৫ (২৫ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।