অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

গান্ধী ব্ৰিগেড

গান্ধী ব্ৰিগেড (Gandhi Brigade) নাইবা দ্বিতীয় গেৰিলা ৰেজিমেণ্ট-এ প্ৰথমটো ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ এটা অংশ তৈয়াৰ কৰিছিল আৰু পাছলৈ সুভাষ চন্দ্ৰ বসুৱে পুনৰুত্থান কৰাৰ পাছত প্ৰথমটো শাখাৰ এটা অংশ গঠন কৰিছিল৷ ১৯৪২ চনৰ ছেপ্টেম্বৰ মাহত গঠিত হোৱা এই শাখাটো কৰ্ণেল ইনায়ত কিয়ানিৰ অধীনত আছিল আৰু তেওঁলোকৰ…

হালনাগাদ: ৩ অক্টোবৰ ২০২১ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৩৮
সংশোধনৰ পৰামৰ্শ

গান্ধী ব্ৰিগেড (Gandhi Brigade) নাইবা দ্বিতীয় গেৰিলা ৰেজিমেণ্ট-এ প্ৰথমটো ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ এটা অংশ তৈয়াৰ কৰিছিল আৰু পাছলৈ সুভাষ চন্দ্ৰ বসুৱে পুনৰুত্থান কৰাৰ পাছত প্ৰথমটো শাখাৰ এটা অংশ গঠন কৰিছিল৷

১৯৪২ চনৰ ছেপ্টেম্বৰ মাহত গঠিত হোৱা এই শাখাটো কৰ্ণেল ইনায়ত কিয়ানিৰ অধীনত আছিল আৰু তেওঁলোকৰ দুটাকৈ পদাতিক বেটেলিয়ন আছিল৷ প্ৰথমটো বেটলিয়নৰ নেতৃত্ব লৈছিল কেপ্টেইন মালিক মোনাৱৰ খান আৱানে৷ তেওঁলোকে ইম্ফল অভিযানত অংশগ্ৰহণ কৰিছিল৷ পৰৱৰ্তী সময়ত অৰ্থাৎ ১৯৪৪ চনত এই দলটোৰ নেতৃত্বৰ গুৰি ধৰিছিল শ্বাহ নাৱাজ খানে আৰু ইৰাৱৰী নদীৰ চৌপাশে সফল বাৰ্মা সংযুক্ত বাহিনীৰ বিৰুদ্ধে যুঁজ দিছিল৷

তথ্যসূত্ৰ

  • Fay, Peter W. (1993), The Forgotten Army: India's Armed Struggle for Independence, 1942-1945. Ann Arbor, University of Michigan Press.,

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গান্ধী ব্ৰিগেড” প্ৰবন্ধৰ সংশোধন ৩০২৭৪১ (৩ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।