কিণ্টচুগি বা কিণ্টচুকুৰই (Kintsugi)১ ভঙা মৃৎশিল্প লাৰে জোৰা লগাই সোণ, ৰূপ বা প্লেটিনামৰ দৰে মূল্যবান ধাতুৰ গুডি় মিহলি কৰি মেৰামতি কৰা একপ্ৰকাৰৰ জাপানী কলা। মেৰামতি কৰা এই পদ্ধতিটো লা ব্যৱহাৰ কৰা জাপানী মাকি-ই পদ্ধতিৰ দৰে একে।২৩৪ দৰ্শন হিচাপে ই ভঙা আৰু মেৰামতি কৰা কোনো বস্তুৰ ইতিহাসৰ অংশ হিচাপে গণ্য কৰে।৫
তথ্যসূত্ৰ
- ↑ definition of Kintsugi
- ↑ Gopnik, Blake. (March 3, 2009). At Freer, Aesthetic Is Simply Smashing. The Washington Post
- ↑ Freer Gallery of Art. Smithsonian
- ↑ Daijisen
- ↑ (2017-04-25). Kintsugi: The Centuries-Old Art of Repairing Broken Pottery with Gold. My Modern Met
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিণ্টচুগি” প্ৰবন্ধৰ সংশোধন ৬১৭৭৬৯ (১৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।