অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ইঞ্জিল বাবা

আউলীয়া ইঞ্জিল বাবা (Auliya Injil Baba) হ'ল অসমীয়া ইছলাম ধৰ্মাৱলম্বী লোক তথা এগৰাকী ৰহস্যময়ী আউলীয়া। তেওঁৰ সমাধি দৰং জিলাৰ মঙলদৈত অৱস্থিত যিটো ইঞ্জিল বাবা দৰগাহ শ্বৰীফ বুলি জনাজাত। তেওঁ আজান পীৰ চাহেবৰ কালতে অসমত আহিছিল।

হালনাগাদ: ৯ জানুৱাৰী ২০২৫ ৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

আউলীয়া ইঞ্জিল বাবা (Auliya Injil Baba) হ'ল অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ইছলাম ধৰ্মাৱলম্বী লোক তথা এগৰাকী ৰহস্যময়ী আউলীয়া। তেওঁৰ সমাধি দৰং জিলাৰ মঙলদৈত অৱস্থিত ১ যিটো ইঞ্জিল বাবা দৰগাহ শ্বৰীফ বুলি জনাজাত। তেওঁ আজান পীৰ চাহেবৰ কালতে অসমত আহিছিল। তেওঁৰ দৰগাহ শ্বৰীফত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহি জিয়াৰত কৰে আৰু আজিলৈকে তেওঁ এগৰাকী ৰহস্যময়ী আউলীয়া ইঞ্জিল বাবা নামেৰে জনাজাত।

তথ্যসূত্ৰ

  1. ↑ Auliya Injil Baba 01 Feb 2024

সম্পৰ্কিত শ্ৰেণী

পোখালি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইঞ্জিল বাবা” প্ৰবন্ধৰ সংশোধন ৪৬২৮৪২ (৯ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।