ক ইণ্ডিক ব্যঞ্জনবৰ্ণ মালাৰ প্ৰথম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক'ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে। 'ক'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ক' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
গণিত ক (क)
আৰ্যভট্টৰ ব্যবহাৰ
- क = ১ (१)
- कि = ১০০ (१००)
- कु = ১০,০০০ (१० ०००)
- कृ = ১,০০০,০০০ (१० ०० ०००)
- कॢ = ১ (१०८)
- के = ১ (१०१०)
- कै = ১ (१०१२)
- को = ১ (१०१४)
- कौ = ১ (१०१६)১
তথ্যসূত্ৰ
- ↑ Ifrah, Georges. (2000). The Universal History of Numbers. From Prehistory to the Invention of the Computer. John Wiley & Sons. পৃ. 447–450. ISBN 0-471-39340-1
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক (ইণ্ডিক)” প্ৰবন্ধৰ সংশোধন ৬৩১৬০৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।