অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

কোৰোবা (কেশসজ্জা)

কোৰোবা কেশসজ্জা হৈছে ইয়োৰুবা ব্ৰেইড কেশবিন্যাসৰ এটা প্ৰকাৰ। ইয়োৰুবা ভাষাত কোৰোবা মানে কুকি। চুলিৰ ষ্টাইলৰ আকৃতি আৰু ডিজাইনৰপৰাই এই নামটো আহিছে। ইয়াৰ আকৃতি ওলোটাকৈ টোপোলাৰ দৰে। ব্ৰেইডবোৰ মূৰৰ মাজৰ পৰা, তললৈ আহি মূৰৰ আন অংশলৈ বিয়পি পৰে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৬৬ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

কোৰোবা কেশসজ্জা হৈছে ইয়োৰুবা ব্ৰেইড কেশবিন্যাসৰ এটা প্ৰকাৰ।১ ইয়োৰুবা ভাষাত কোৰোবা মানে কুকি। চুলিৰ ষ্টাইলৰ আকৃতি আৰু ডিজাইনৰপৰাই এই নামটো আহিছে।২ ইয়াৰ আকৃতি ওলোটাকৈ টোপোলাৰ দৰে। ব্ৰেইডবোৰ মূৰৰ মাজৰ পৰা, তললৈ আহি মূৰৰ আন অংশলৈ বিয়পি পৰে। ই এটা ঘূৰণীয়া বৃত্তাকাৰ চুলিৰ ষ্টাইল যিটো মূৰত পোনে পোনে বা কেঁকোৰাকৈ আহে। কোৰোবা হৈছে ইয়োৰুবা থলুৱা ব্ৰেইডৰ অন্যতম আৰু ই বহুতো পৰম্পৰাগত আফ্ৰিকান ব্ৰেইডৰ ভিতৰত এটাক প্ৰতিনিধিত্ব কৰে।৩৪৫

তথ্যসূত্ৰ

  1. ↑ A cultural heritage of styling hair. Koroba, the basket shape hairstyle. PeakD
  2. ↑ Ago, Abduljelilin. (2017-12-16). the beauty of Africa in their hairstyle Nigeria fashion. Steemit
  3. ↑ Can the Oldies Hairstyle "Koroba" be the New African Trend for Ladies?. Aura Magazine
  4. ↑ Tradition to Trends: Koroba Braids Redefined in 2024. www.getunruly.com
  5. ↑ Cultural Coifs: Rich Nigerian Tradition Captured in Bold Hairstyle Images. BET

সম্পৰ্কিত শ্ৰেণী

কেশবিন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোৰোবা (কেশসজ্জা)” প্ৰবন্ধৰ সংশোধন ৬৩৬৯৫০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।