৩১ ডিচেম্বৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৬৫ তম (অধিবৰ্ষত ৩৬৬ তম) দিন। এই দিনটো বছৰৰ শেষ দিন। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৱলী
- বছৰৰ অন্তিম দিন।
- ১৯৪৪ - হাংগেৰীয়ে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
- ১৯৫৫ - সৰ্থেবাৰীক নগৰ হিচাপে ঘোষণা কৰা হয়।
- ২০০০ - ইউৰোপৰ ১২খন দেশত ইউৰো মুদ্ৰাৰ প্ৰচলন আৰম্ভ হয়।
জন্ম
- ১৮৬৯ - হেনৰি মেটিশ্ব, ফৰাচী চিত্ৰশিল্পী।
- ১৮৯৯ - শ্ৰীকৃষ্ণ নাৰায়ণ ৰতনঝংকাৰ, হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ এজন বিশিষ্ট পণ্ডিত আৰু শিক্ষক।
- ১৯০৭ - আনন্দ চন্দ্ৰ বৰুৱা, অসমীয়া সাহিত্যিক। তেখেতক “বকুল বনৰ কবি” নামেৰে জনা যায়।
- ১৯২৫ - শ্ৰীলাল শুক্লা, হিন্দী ব্যংগ লেখক।
- ১৯২৩ - বলবীৰ সিং, ভাৰতীয় ফিল্ড হকী ক্ৰীড়াবিদ।
- ১৯৩৮ - বাসুদেৱ দাসগুপ্ত, ভাৰতীয় ছুটি গল্পকাৰ আৰু উপন্যাসিক।
- ১৯৭৯ - অংশু জামচেংপা, ভাৰতীয় পৰ্বতাৰোহী।
মৃত্যু
- ২০১৮ - কাদেৰ খান, ভাৰতীয়-কানাডিয়ান অভিনেতা, চিত্ৰনাট্যকাৰ, কমেডিয়ান আৰু বোলছবি পৰিচালক।
- ২০১৯ - ৰত্ন ওজা, অসমীয়া কবি, গীতিকাৰ, নাট্যকাৰ তথা মঞ্চ আৰু চলচ্চিত্ৰ শিল্পী।
দিৱস
বাহ্যিক সংযোগ
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩১ ডিচেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৪১৬৩৭ (৩০ ডিচেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।