অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৮ অক্টোবৰ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ২৮ অক্টোবৰ ২০২২ ১৮৮ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৯২২ - আলবেনিয়াৰ স্বাধীনতা ঘোষণা কৰা হয়।
  • ১৯৬০ - শিল্পী যুগল দাসে অংকন কৰা অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন সভাই গ্ৰহণ কৰে।
  • ১৯৯৯ - ভাৰতৰ বিৰুদ্ধে থকা আমেৰিকাৰ অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে।

জন্ম

  • ১০১৭ - তৃতীয় হেনৰি, জাৰ্মান সম্ৰাট।
  • ১৮৬৭ - ভগ্নী নিবেদিতা, এংলো-আইৰিছ সমাজ কৰ্মী, লেখক, শিক্ষক আৰু স্বামী বিবেকানন্দৰ শিষ্য।।
  • ১৯৪৬ - জৰ্জ বেকাৰ, ভাৰতীয় অভিনেতা আৰু ৰাজনৈতিক নেতা।
  • ১৯৫০ - লোকনাথ গোস্বামী, অসমৰ প্ৰসিদ্ধ লেখক, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত ব্যৱস্থাপক আৰু সমাজকৰ্মী।
  • ১৯৫৫ - বিল গেট্‌ছ, মাইক্ৰছফট্ স্বতাধিকাৰী।
  • ১৯৫৫ - ইন্দ্ৰা নূয়ী, বিশ্বৰ দ্বিতীয় বৃহত্তম খাদ্য আৰু শীতল পানীয় উৎপাদনকাৰী প্ৰতিষ্ঠান পেপছিক’ৰ মুৰব্বী তথা মুখ্য কাৰ্যবাহী বিষয়া।
  • ১৯৭৮ - অদিতি ৰাও হায়দৰী, ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু গায়িকা৷
  • ১৮৯২ - মণিলাল মোহনদাস গান্ধী, মোহনদাস কৰমচান্দ গান্ধী আৰু কস্তুৰবা গান্ধীৰ দ্বিতীয় সন্তান।

মৃত্যু

  • ১৬২৭ - জাহাংগীৰ, চতুৰ্থ মোগল সম্ৰাট।
  • ১৭০৪ – জন ল'কে, ইংৰাজ দাৰ্শনিক, উদাৰতাবাদৰ জনক। (মৃঃ ২৯ আগষ্ট, ১৬৩২)
  • ২০১১ - শ্ৰীলাল শুক্লা, হিন্দী ভাষাৰ ব্যংগ লেখক।
  • ২০২১ - অৱন বৰপূজাৰী, অসমীয়া ঘোষক, বাতৰি পৰিৱেশক, কবি, ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ।
  • ২০২২ - নীলপৱন বৰুৱা, অসমৰ এগৰাকী খ্যাতনামা চিত্ৰশিল্পী। (জঃ ১ জুন, ১৯৩৬)

দিৱস

বাহ্যিক সংযোগ

তথ্য সংগ্ৰহ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৮ অক্টোবৰ” প্ৰবন্ধৰ সংশোধন ৩৩৬০৬৬ (২৮ অক্টোবৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।