অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৩ এপ্ৰিল

৩ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৩তম (অধিবৰ্ষত ৯৪তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭২ দিন বাকী থাকে।

হালনাগাদ: ২ এপ্ৰিল ২০২৩ ১৬২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

৩ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৩তম (অধিবৰ্ষত ৯৪তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭২ দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনা

  • ১০৪৩ - ইংলেণ্ডৰ ৰজা হিচাপে এডৱাৰ্ড দ্য কনফেছৰ অভিষেক।
  • ২০১০ - এপল আই এন চিৰ দ্বাৰা প্ৰথম প্ৰজন্মৰ আইপেড, এক প্ৰকাৰৰ টেবলেট কম্পিউটাৰ মুকলি।
  • ২০১২ - মাইক্ৰ’মেক্স ফানবুক, মাইক্ৰ’মেক্সৰ প্ৰথম টেবলেটৰ মুকলি।

জন্ম

মৃত্যু

  • ১৬৮০ - শিৱাজী, ভাৰতীয় সম্ৰাট, মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা।
  • ২০০৩ - আৰ্থাৰ গাইটন, আমেৰিকান শৰীৰতত্ববিদ।
  • ২০১২ - গোৱিন্দ নাৰায়ন, ভাৰতীয় ৰাজনীতিক, কৰ্ণাটকৰ অষ্টম ৰাজ্যপাল।
  • ২০১৫ - অজিৎ বৰুৱা, অসমৰ এগৰাকী কবি-সাহিত্যিক, অনুবাদক আৰু প্ৰশাসনিক বিষয়া।

দিৱস

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

এপ্ৰিল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩ এপ্ৰিল” প্ৰবন্ধৰ সংশোধন ৩৫২১৯০ (২ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।