অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৮ জানুৱাৰী

২৮ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮তম দিন। বছৰ শেষ হ'বলৈ ৩৩৭ দিন (অধিবৰ্ষত ৩৩৮ দিন) বাকী থাকে।

হালনাগাদ: ২৮ জানুৱাৰী ২০২৩ ১৮৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

২৮ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮তম দিন। বছৰ শেষ হ'বলৈ ৩৩৭ দিন (অধিবৰ্ষত ৩৩৮ দিন) বাকী থাকে।

উল্লেখযোগ্য ঘটনা

  • ১৮৯৪ - অসমৰ দৰং জিলাৰ মঙ্গলদৈ চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ পশ্চিমত অৱস্থিত পথৰুঘাট নামে ঠাইত স্থানীয় খেতিয়ক সকলে মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰোঁতে ব্ৰিটিছ পক্ষই প্ৰতিবাদকাৰী কৃষকসকলৰ ওপৰত গুলিচালনা কৰে। পথৰুঘাটত সংঘটিত হোৱা এই বিদ্ৰোহকে পথৰুঘাটৰ ৰণ বুলি কোৱা হয়।

জন্ম

মৃত্যু

দিৱস

  • সেনা দিৱস (আৰ্মেনিয়া)।
  • তথ্য গোপনীয়তা দিৱস।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

জানুৱাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৮ জানুৱাৰী” প্ৰবন্ধৰ সংশোধন ৩৪৩৪৩৪ (২৮ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।