অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৩১ জুলাই

১৪৯৮ - প্ৰথম ইউৰোপীয়ান হিচাপে ক্ৰিষ্টোফাৰ কলম্বাছে পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ ত্ৰিনিদাদ আৱিষ্কাৰ কৰে। ১৬৫৮ - ঔৰংজেৱ মোগল সম্ৰাট হৈছিল। ১৮৬১ - ৯৩০০ মিলিমিটাৰ বৰষুণৰ বাবে চেৰাপুঞ্জীত বিশ্ব ৰেকৰ্ড হৈছিল। ১৯৩৩ - পুণেৰপৰা প্ৰথম প্ৰকাশিত হয় মহাত্মা গান্ধীৰ ‘হৰিজন’ কাকত।

হালনাগাদ: ২৮ নৱেম্বৰ ২০২৫ ১৮৫ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

উল্লেখযোগ্য ঘটনাৱলী

  • ১৪৯৮ - প্ৰথম ইউৰোপীয়ান হিচাপে ক্ৰিষ্টোফাৰ কলম্বাছে পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ ত্ৰিনিদাদ আৱিষ্কাৰ কৰে।
  • ১৬৫৮ - ঔৰংজেৱ মোগল সম্ৰাট হৈছিল।
  • ১৮৬১ - ৯৩০০ মিলিমিটাৰ বৰষুণৰ বাবে চেৰাপুঞ্জীত বিশ্ব ৰেকৰ্ড হৈছিল।
  • ১৯৩৩ - পুণেৰপৰা প্ৰথম প্ৰকাশিত হয় মোহনদাস কৰমচান্দ গান্ধীৰ ‘হৰিজন’ কাকত।
  • ১৯৪০ - স্বাধীনতা সংগ্ৰামী উধম সিঙক মাইকেল অ'ডায়ৰক গুলিয়াই হত্য়া কৰা বাবে ফাঁচি দিয়া হৈছিল।
  • ১৯৯২ - চেতাৰ বাদক পণ্ডিত ৰবিশংকৰে মেগচেছে বঁটা পাইছিল।
  • ২০০৪ - তুলসীদাসলৈ ২০০৪ চনৰ নাট্যসূৰ্য বঁটা।

জন্ম

  • ১৮০৩ - চুইডেন আৰু আমেৰিকাৰ বিজ্ঞানী আৰু উদ্ভাৱক জন এৰিকছন।
  • ১৮১২ - এলেন অক্টোভিয়ান হিউম, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা।
  • ১৮৮০ - মুন্সী প্ৰেমচন্দ, ভাৰতীয় হিন্দী আৰু উৰ্দু ভাষাৰ সাহিত্যিক।
  • ১৯০২ - প্ৰসিদ্ধ কাৰ্টুনিষ্ট কে শংকৰ প্লিলাইৰ জন্ম হৈছিল।
  • ১৯১২ - আমেৰিকাৰ অৰ্থনীতিবিদ মিল্টন ফ্ৰিডমেন।
  • ১৯৪৭ - মমতাজ, ভাৰতীয় বোলছবিৰ অভিনেত্ৰী।

মৃত্যু

  • ৫৪ - খ্ৰীষ্টপূৰ্ৱ - অ'ৰেলিয়া ক'ট্টা (ইংঃ Aurelia Cotta), জুলিয়াছ চিজাৰৰ মাতৃ।
  • ১৯৪০ - ছহিদ উধম সিং, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
  • ১৯৫২ - বেলা মিত্ৰ, আজাদ হিন্দ ফৌজৰ নাৰী বাহিনীৰ কমাণ্ডাৰ আছিল।
  • ১৯৭০ - ফণী শৰ্মা, অসমীয়া অভিনেতা।
  • ১৯৮০ - মহম্মদ ৰফি, ভাৰতীয় সঙ্গীত শিল্পী।
  • ২০০৪ - অজান বৰুৱা, অসমৰ চিনেমাট'গ্ৰাফাৰ তথা পৰিচালক।
  • ২০২২ - নিৰ্মলা মিশ্ৰ, বঙালী আৰু অসমীয়া কন্ঠশিল্পী।

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩১ জুলাই” প্ৰবন্ধৰ সংশোধন ৫৫৮৩৬৭ (২৮ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।