অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৮ আগষ্ট

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৬০৯ - ইংৰাজ অভিযাত্ৰী হেনৰী হাডছনে ডেলাৱেৰ বে' আৱিষ্কাৰ কৰিছিল। ১
  • ১৭৮৯ - ৱিলিয়াম হাৰ্ছেলৰ দ্বাৰা শনি গ্ৰহৰ ষষ্ঠটো উপগ্ৰহ এনেচলাডুছ (Enceladus) আৱিষ্কাৰ হয়।
  • ১৮৩৩ - ব্ৰিটেইনৰ সংসদত ব্ৰিটিছ ঔপনিবেশিক অঞ্চলত দাস প্ৰথা বিলুপ্তি কৰিবলৈ আইন গৃহীত হয়।
  • ১৯০৪ - কলকাতা আৰু বেৰেকপুৰৰ মাজত ভাৰতৰ প্ৰথম কাৰ ৰেলী অনুষ্ঠিত হয়।
  • ১৯১১ - এলমাৰ এ স্পেৰিৰ দ্বাৰা জাইৰ’ কম্পাছ নিৰ্মাণ হয়।
  • ১৯৭২ - ভাৰতৰ সাধাৰণ বীমা ৰাষ্ট্ৰীয়কৰণ কৰা হয়।
  • ১৯৯০ - কুৱেইটক ইৰাকৰ ১৯তম প্ৰদেশ ৰূপে ঘোষণা কৰা হয়।
  • ২০০২ - অসমৰ ৰাজ্যপাল ৰূপে দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যপাল এছ. কে. সিনহাক মনোনীত কৰা হয়।
  • ২০০২ - দেশৰ ভিতৰতে প্ৰথমটো বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ অসমৰ কাজিৰঙাত স্থাপন কৰা হয়।

জন্ম

  • ১৭৪৯ - জ'হান ৱল্ফগাং ভন গ'থে (ইং:Johann Wolfgang von Goethe ২ ), জাৰ্মান সাহিত্যিক।
  • ১৮৫৫ - স্বৰ্ণকুমাৰী দেৱী, ভাৰতৰ বাংলা কবি, ঔপন্যাসিকা, সংগীতজ্ঞ আৰু সমাজকৰ্মী৷
  • ১৮৯৬ - ফিৰাক গোৰখপুৰী, উৰ্দু কবি।
  • ১৯১১ - বীণা দাস, ভাৰতীয় জাতীয়তাবাদী বিপ্লৱী নেতা।
  • ১৯২৮ - এম জি কে মেনন, ভাৰতীয় পদাৰ্থ বিজ্ঞানী আৰু মহাকাশ অনুসন্ধান সংগঠনৰ ভূতপূৰ্ব অধ্যক্ষ।
  • ১৯২৮ - বিলায়ত খান (খাঁ), ভাৰতৰ প্ৰসিদ্ধ চেতাৰবাদক।
  • ১৯৫২ - জগদীশ সিং খেহৰ, ভাৰতৰ ৪৪তম মুখ্য ন্যায়াধীশ।
  • ১৯৬১ - দীপক তিজুৰী, বলীউডৰ অভিনেতা।
  • ১৯৬৯ - শ্বেৰিল কাৰা ছেণ্ডবাৰ্গ, আমেৰিকান ব্যৱসায়িক কাৰ্যবাহী, বিলিয়নাৰ আৰু সমাজসেৱক।
  • ১৯৮৩ - লাচিথ মালিংগা, শ্ৰীলংকাৰ জনপ্ৰিয় ক্ৰিকেট খেলুৱৈ।
  • ১৯৯৬ - আঁচল ঠাকুৰ, ভাৰতীয় মহিলা আলপাইন স্কিয়াৰ।
  • ১৯৯৯ - জিতুমণি কলিতা, অসমৰ এজন নৃত্যশিল্পী। জি. টিভি. (Zee TV)ৰ ৰিয়েলিটী শ্ব’ ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰছ, (Dance India Dance Li'l Masters) ২০১০ বৰ্ষৰ চূড়ান্ত বিজয়ী আছিল।

মৃত্যু

  • ৪৩০ - চেইণ্ট আগাষ্টিন বা আগাষ্টিন অৱ হিপ্প', নামিবিয়াৰ দাৰ্শনিক।
  • ১৬৬৭ - জয় সিংহ - প্ৰথম, অম্বৰৰ ৰজা (মিৰ্জা ৰজা) তথা মোগল সেনাপতি আছিল।
  • ১৮৩৯ - ৱিলিয়াম স্মিথ, ইংৰাজ ভূ-তত্ত্ববিদ।
  • ১৮৬৩ - আইলহাৰ্ড মিটছাৰলিক (Eilhard Mitscherlich), জাৰ্মান ৰসায়ন বিজ্ঞনী।
  • ২০২০ - চেডৱিক ব'ছমেন, হলীউডৰ অভিনেতা।

দিৱস

  • ৰাষ্ট্ৰীয় পিতামহ দিৱস (মেক্সিকো)।

বাহ্যিক সংযোগ


তথ্যসূত্ৰ

  1. ↑ Henry Hudson, discovers and explores Delaware Bay. Mintage World
  2. ↑ Wells, John. (2008). Longman Pronunciation Dictionary. Pearson Longman. ISBN 978-1-4058-8118-0

সম্পৰ্কিত শ্ৰেণী

আগষ্ট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৮ আগষ্ট” প্ৰবন্ধৰ সংশোধন ৬৩২৪২৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।