জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ৰূপা ভৱানী
মাতা ৰূপা ভৱানী (ইংৰাজী: Mata Rupa Bhawani; জন্ম: ১৬২১ – ১৭২১; জন্ম নাম: অলখেশ্বৰী) এগৰাকী কাশ্মীৰী কবি আছিল। ভৱানী সোতৰ শতিকাৰ এগৰাকী হিন্দু সন্ত আছিল যিয়ে বৰ্তমানৰ কাশ্মীৰ উপত্যকাত বাস কৰিছিল।
-
ৰূপান্তৰক
বৈদ্যুতিক অভিযান্ত্ৰণত, এটা ৰূপান্তৰক (Transformer) হৈছে এটা পেছিভ উপাদান, যিয়ে এখন বৈদ্যুতিক পৰিবেশনৰ পৰা আন এখন বা বহুতো জাললৈ বৈদ্যুতিক শক্তি স্থানান্তৰ কৰে।
-
ৰূপামঞ্জৰী ঘোষ
ৰূপামঞ্জৰী ঘোষ (Rupamanjari Ghosh) হৈছে উত্তৰপ্ৰদেশস্থিত শিৱ নদৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। নতুন দিল্লীস্থ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ "স্কুল অৱ ফিজিকেল চায়েন্স"ত তেখেত এগৰাকী পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আৰু ডিন আছিল।
-
ৰূপালী গাঙ্গুলী
ৰূপালী গাঙ্গুলী (জন্ম ৫ এপ্ৰিল ১৯৭৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী দূৰদৰ্শন জগতত কাম কৰে। হিন্দী টেলিভিছনত নাৰীৰ চৰিত্ৰ উপস্থাপনৰ ধাৰণাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিবলৈ আগভাগ লোৱা অভিনেত্ৰী হিচাপে তেওঁ বিশেষভাৱে পৰিচিত।
-
ৰূপালী ৰেপালে
ৰূপালী ৰামদাস ৰেপালে (ইংৰাজী: Rupali Ramdas Repale; জন্ম: ৩ ফেব্ৰুৱাৰী ১৯৮২) এগৰাকী ভাৰতীয় মুকলি পানীৰ দীৰ্ঘ দূৰত্বৰ সাঁতোৰবিদ আৰু ট্ৰাই এথলীট। ১৯৯৪ চনৰ ১৫ আগষ্টত একক সাঁতোৰ শাখাত ১৬ ঘণ্টা ৭ মিনিটৰ ভিতৰত তেওঁ ইংলিছ চেনেল সাঁতুৰিছিল আৰু ১৯৯৪ চনত ইংলিছ চেনেল পাৰ হোৱা আটাইতকৈ কম বয়সীয়া সফল…
-
ৰেইনি কোৱালি
ৰেইনছফৰ্ড ডুবোজ কোৱালি (জন্ম ১১ মাৰ্চ ১৯৮৯) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। অভিনেত্ৰী এণ্ডি মেকড’ৱেলৰ কন্যা আৰু অভিনেত্ৰী মাৰ্গাৰেট কোৱালিৰ ভগ্নী হিচাপে ২০১২ চনত মুক্তি পোৱা ‘’মাইটি ফাইন’’ চলচ্চিত্ৰত অভিনয়ৰ জৰিয়তে তেওঁ অভিনয়ত অভিষেক কৰে।
-
ৰেইনী ইয়াং
ৰেইনী ইয়াং চেং লিন (ইংৰাজী: Rainie Yang; জন্ম: ৪ জুন, ১৯৮৪) — এগৰাকী টাইৱানৰ গায়িকা, অভিনেত্ৰী আৰু দূৰদৰ্শনৰ আঁতধৰোঁতা। ২০০০ চনত ৪ ইন লাভ নামৰ গাৰ্ল গ্ৰুপটোৰ সদস্য হিচাপে ইয়াঙে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
ৰেইহানেহ জব্বাৰী
ৰেহানে জব্বাৰী ( Rehane Jabbari); (জন্ম,১৯৮৮ – মৃত্যু,২৫ অক্টোবৰ ২০১৪) ইৰাণৰ এগৰাকী প্ৰাক্তন চোৰাংচোৱা বিষয়া মৰ্টেজা আব্দোলালি সৰবন্দীৰ হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হোৱা এগৰাকী ইৰাণৰ মহিলা। ২০০৭ চনৰপৰা ২০১৪ চনৰ অক্টোবৰ মাহত ফাঁচি দিয়ালৈকে কাৰাগাৰত বন্দী হৈ আছিল।
-
ৰেউট নগৰ
ৰেউট নগৰ (Reut Naggar) এগৰাকী ইজৰাইলী প্ৰযোজক, সাংস্কৃতিক উদ্যোগী আৰু সামাজিক কৰ্মী, যি মূলতঃ এলজিবিটি আৰু মহিলাৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নগৰ এলজিবিটি নিউজ চাইট ডব্লিউডিজিৰ প্ৰতিষ্ঠাপক আৰু থিয়েটাৰ প্ৰডাকচন "লেচবিহনেষ্ট"ৰ প্ৰযোজক। তেওঁ টেল আভিভ জাফা চহৰ পৰিষদৰ সদস্য।
-
ৰেখা জৈন
ৰেখা জৈন ( Rekha Jain; ১৯২৪–২০১০) এগৰাকী ভাৰতীয় শিশু নাট্যকাৰ, পৰিচালক, আৰু লোকসংগীত বিশেষজ্ঞ। শিশুৰ বাবে নাটকৰ উপৰিও ভাৰতীয় লোকসংগীত আৰু লোকনৃত্যৰ ওপৰতো প্ৰবন্ধ আৰু সমালোচনা লিখিছে।
-
ৰেখা থাপা
ৰেখা থাপা (নেপালী: रेखा थापा, জন্ম: ২১ আগষ্ট ১৯৮২) এগৰাকী নেপালী প্ৰসিদ্ধ অভিনেত্ৰী, ৰাজনীতিবিদ, চলচ্চিত্ৰ নিৰ্মাতা আৰু সমাজকৰ্মী। নেপালী চলচ্চিত্ৰ উদ্যোগলৈ তেওঁৰ গুৰুত্বপূৰ্ণ অৱদান আৰু মহিলাৰ ক্ষমতায়নৰ ক্ষেত্ৰত দৃঢ় অৱস্থানৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
ৰেখা দীক্ষিত
ৰেখা দীক্ষিত (Rekha Dikshit; জন্ম: ১০ আগষ্ট ১৯৫৯) ভাৰতৰ উত্তৰ প্ৰদেশৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ। তেওঁ মহম্মদ আহমেদ খান বনাম শ্বাহ বানো বেগম (ভাৰতত মুছলমান মহিলাক ভৰণ-পোষণৰ ধন প্ৰদান সম্পৰ্কীয় বিতৰ্কিত গোচৰ)ৰ লগতে তাজ কৰিডৰ গোচৰ আৰু 'উত্তৰ প্ৰদেশ ৰাষ্ট্ৰীয় গ্ৰামীণ…
-
ৰেখা পল্লী
ৰেখা পল্লী ( Rekha Palli; জন্ম: ৯ মাৰ্চ ১৯৬৩) ভাৰতৰ দিল্লী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ। আম আদমী পাৰ্টিৰ বিধায়কসকলৰ অযোগ্যতা, কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীত নামভৰ্তিৰ অৰ্হতা, দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ নাজিব আহমেদৰ নিৰুদ্দেশ আদি কেইবাটাও ৰাজনৈতিকভাৱে উল্লেখযোগ্য গোচৰত ন্যায়াধীশ…
-
ৰেখা পাওডেল
ৰেখা পাওডেল: Rekha Poudel; Nepali: रेखा पौडेल) ৭ জানুৱাৰী ২০০১ তাৰিখে জন্ম গ্ৰহণ কৰা এগৰাকী নেপালী পেচাদাৰী ফুটবল খেলুৱৈ। বৰ্তমান তেওঁ সংযুক্ত আৰব আমিৰাত (UAE) ৰ আবু ধাবি কান্ট্ৰী ক্লাব (Abu Dhabi Country Club)ৰ হৈ খেলিছে।
-
ৰেখা পাণ্ডে
ৰেখা পাণ্ডে (ইংৰাজী: Rekha Pande) হৈছে হায়দৰাবাদস্থিত আন্তঃৰাষ্ট্ৰীয় গৱেষণা, আন্তঃধৰ্মীয় সম্পৰ্ক আৰু মিলন কেন্দ্ৰ হেনৰী মাৰ্টিন ইনষ্টিটিউটৰ ইতিহাস আৰু মহিলা অধ্যয়নৰ এগৰাকী এমেৰিটাছ অধ্যাপিকা। বৰ্তমান তেওঁ “ছ’চাইটি ফৰ এম্পাৱাৰমেণ্ট থ্ৰু এনভাইৰনমেণ্ট ডেভেলপমেণ্ট” (SEED)ৰ সঞ্চালিকা হিচাপেও কৰ্মৰত।
-
ৰেখা মিশ্ৰ
ৰেখা মিশ্ৰ (Rekha Mishra; জন্ম: ১৯৮৬) এগৰাকী ভাৰতীয় পুলিচ বিষয়া। তেওঁ আৰ পি এফত (ৰেলৱে প্ৰটেকচন ফ'ৰ্ছ)ত কাম কৰে। এশতকৈ অধিক শিশুক সফলতাৰে উদ্ধাৰ কৰাৰ বাবে তেওঁক জনা যায়। ২০১৮ চনত তেওঁক নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিয়ে নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰে।
-
ৰেখা শৰ্মা
ৰেখা শৰ্মা ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্ৰাক্তন অধ্যক্ষ। ৰেখা শৰ্মাই ২০২৪ চনৰ ১০ ডিচেম্বৰত হাৰিয়ানাৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছিল আৰু ২০২৪ চনৰ ১৩ ডিচেম্বৰত মনোনয়ন প্ৰত্যাহাৰৰ সময়সীমা শেষ হোৱাৰ পিছত ৰাজ্যসভাত বিৰোধীভাৱে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰিছিল য’ত…
-
ৰেখা ৰদ্বিতিয়া
ৰেখা ৰদ্ৱিতিয়া ( Rekha Rodwittiya; জন্ম: ৩১ অক্টোবৰ ১৯৫৮) বৰোদা স্কুলৰ সৈতে জড়িত এগৰাকী সমসাময়িক ভাৰতীয় শিল্পী। অতিবাস্তৱবাদ আৰু যাদুকৰী বাস্তৱবাদৰ শৈলীৰ জৰিয়তে চিত্ৰিত ৰূপক আৰু ৰূপক আখ্যানমূলক চিত্ৰৰ বাবে তেওঁ পৰিচিত।
-
ৰেখা ৰাজ
ৰেখা ৰাজ (ইংৰাজী: Rekha Raj; জন্ম: ৫ মে' ১৯৭৮) এগৰাকী দলিত আৰু নাৰীবাদী চিন্তাবিদ, সমাজকৰ্মী আৰু লেখিকা। তেওঁ কেৰালাত দলিত মহিলা অধিকাৰ, লিংগ সমতা আৰু সামাজিক ন্যায়ৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি আহিছে।
-
ৰেখা ৰাজু
ৰেখা ৰাজু (Rekha Raju) কৰ্ণাটকৰ বেংগালুৰু নিবাসী এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্য পটিয়সী আৰু নৃত্য প্ৰশিক্ষক। তেওঁ ভাৰতনাট্যম আৰু মোহিনীঅট্টম নৃত্যৰ বিশেষজ্ঞ।
-
ৰেখা ৰাণা
ৰেখা ৰাণা (ইংৰাজী: Rekha Rana) এগৰাকী বলীউডৰ অভিনেত্ৰী, নাট্য শিল্পী আৰু ২০০৭ চনৰ মিছ দিল্লী, ফটোজেনিক ফেচ তথা বিউটিফুল স্মাইল খিতাপ বিজয়ী। তেওঁ দক্ষিণ আফ্ৰিকাৰ 'ষ্টাৰ এনজিঅ নামৰ এটা বেচৰকাৰী সংস্থা আৰু 'ছেভ আৱাৰ ৱমেন' অভিযানৰ ব্ৰেণ্ড এম্বেছেডৰ।
-
ৰেচেল খং
ৰেচেল খং (জন্ম ১৯৮৫) এগৰাকী এছিয়ান মূলৰ আমেৰিকান লেখিকা আৰু সম্পাদিকা। ২০২১ চনৰপৰাই তেওঁ লছ এঞ্জেলছত বসবাস কৰি আছে।
-
ৰেচেল গুপ্তা
ৰেচেল গুপ্তা (Rachel Gupta) এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল ২০২৪ ৰ মুকুট পিন্ধিছিল। ইয়াৰ পূৰ্বে তেওঁক মিছ গ্ৰেণ্ড ইণ্ডিয়া ২০২৪ আৰু মিছ ছুপাৰ টেলেণ্ট অৱ দ্য ৱৰ্ল্ড ২০২২ হিচাপে অভিষিক্ত কৰা হৈছিল।
-
ৰেচেল বিয়েৰ
ৰেচেল বিয়েৰ (ইংৰাজী: Rachel Beer; জন্মতে: চাচুন; ৭ এপ্ৰিল ১৮৫৮ – ২৯ এপ্ৰিল ১৯২৭) এগৰাকী ভাৰতত জন্মগ্ৰহণ কৰা ব্ৰিটিছ সংবাদ পত্ৰৰ সম্পাদিকা আছিল। তেওঁ দ্য অবজাৰ্ভাৰ আৰু দ্য চাণ্ডে টাইমছৰ মুখ্য সম্পাদিকা আছিল।
-
ৰেচেল ব্লডগেট এডামছ
ৰেচেল ব্লডগেট এডামছ (জন্ম:১৩ অক্টোবৰ, ১৮৯৪–মৃত্যু:২২ জানুৱাৰী, ১৯৮২) এগৰাকী অগ্ৰণী আমেৰিকান গণিতজ্ঞ আৰু ১৯২১ চনত ৰেডক্লিফ কলেজত গণিতত ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম মহিলাসকলৰ ভিতৰত অন্যতম আছিল।
-
ৰেচেল হোৱাইট
ৰেচেল হোৱাইট (ইংৰাজী: Rachel White) এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা, গীত ৰচনাৰ সৈতে জড়িত সংগীত শিল্পী আৰু কলাকাৰ যিয়ে মূলতঃ হিন্দী আৰু বাংলা ছবিত কাম কৰে। তেওঁ বলীউডৰ ছবি উংলী (২০১৪) আৰু বাংলা ছবি হৰ হৰ ব্যোমকেশ (২০১৫), দেৱী (২০১৭) আৰু ৱান (২০১৭)-ত অভিনয় কৰিছে।
-
ৰেছমা চেট্টী
ৰেছমা চেট্টী (ইংৰাজী: Reshma Shetty; জন্ম: ২ নৱেম্বৰ ১৯৭৭) এগৰাকী ব্ৰিটিছ মূলৰ আমেৰিকান অভিনেত্ৰী যিয়ে ইউএছএ নেটৱৰ্কৰ টিভি ধাৰাবাহিক ৰয়েল পেইনছত দিব্যা কাটদাৰেৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
ৰেজা আত্তাৰান
ৰেজা আত্তাৰান (رضا عطاران; জন্ম: ১০ মে' ১৯৬৮) এগৰাকী ইৰানী অভিনেতা, পৰিচালক আৰু চিত্ৰনাট্যকাৰ। মূলতঃ কাখাকৰ বাসিন্দা আত্তাৰানে অৰ্থনীতিত ডিপ্লমা অৰ্জন কৰিছিল আৰু পৰৱৰ্তী সময়ত তেহৰাণ বিশ্ববিদ্যালয়ৰ ললিত কলা অনুষদত ঔদ্যোগিক ডিজাইন বিষয়ত অধ্যয়ন কৰিছিল; কিন্তু চিনামাত কৰ্মজীৱন গঢ়াৰ বাবে তেওঁ…
-
ৰেজা আল্লামেজাদেহ
ৰেজা আল্লামেজাদেহ (ফাৰ্চী:رضا علامهزاده) হৈছে নেদাৰলেণ্ডত বসবাস কৰা ইৰাণত জন্মগ্ৰহণ কৰা এজন ডাচ চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰ সমালোচক আৰু লেখক। তেওঁ মূলতঃ শৰণাৰ্থীসকলৰ ওপৰত নিৰ্মিত চলচ্চিত্ৰ যেনে দ্য গেষ্টছ অৱ হোটেল এষ্টোৰিয়া (১৯৮৮) আৰু ইৰাণৰ ইছলামিক শাসন-ব্যৱস্থাৰদ্বাৰা ইউৰোপত বিৰোধী নেতাসকলক…
-
ৰেজা ডৰমিচিয়ান
ৰেজা ডৰমিচিয়ান (ফাৰ্চী: رضا درمیشیان; জন্ম ৬ নৱেম্বৰ, ১৯৮১) এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ দাৰিউচ মেহৰ্জুই, ফেৰেইডুন জেৰানী আৰু আলীৰেজা ডাভুদ নেজাদৰ দৰে বিশিষ্ট পৰিচালকসকলৰ সৈতে সহকাৰী পৰিচালক হিচাপে কাম কৰিছে।