জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
বূঢানীলকণ্ঠ মন্দিৰ
বূঢানীলকণ্ঠ মন্দিৰ হৈছে নেপালৰ বূঢানীলকণ্ঠত হৈছে ভগৱান মহাবিষ্ণুৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ। বুধানীলকান্ত মন্দিৰক হিন্দুসকলৰ বাবে নাৰায়ণথন মন্দিৰ বুলিও জনা যায় আৰু ইয়াৰ বৃহৎ, হেলানযুক্ত ভগৱান মহাবিষ্ণুৰ মূৰ্তিৰদ্বাৰা চিনাক্ত কৰিব পাৰি।
-
বৃন্দা সিং
বৃন্দা সিং এগৰাকী ভাৰতীয় লেখিকা। তেওঁৰ দুয়োখন কিতাপ — মাৰ্কি গাৰ্ল আৰু ফাইভ মিনিটছ — মহিলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা বিষয়বস্তুৰ ওপৰত আধাৰিত। সিঙে প্ৰথমখন গ্ৰন্থ হিচাপে প্ৰকাশ কৰিছিল মৰ্কী গাৰ্ল। পিছলৈ তেওঁ ফাইভ মিনিটচ্ প্ৰকাশ কৰে; ই এখন ৰোমাণ্টিক থ্ৰিলাৰ তেওঁৰ দ্বিতীয়খন ৰচনা হিচাপে।
-
বে চুজি
বে চু-জি (কোৰিয়ান: 배수지; ইংৰাজী: Bae Suzy; জন্ম: ১০ অক্টোবৰ, ১৯৯৪; একনামেৰে চুজি বুলিও জনা যায়) এগৰাকী দক্ষিণ কোৰিয়ান গায়িকা আৰু অভিনেত্ৰী। গাৰ্ল গ্ৰুপ মিছ এ (২০১০–২০১৭)ৰ প্ৰাক্তন সদস্য হিচাপে ২০১১ চনত টেলিভিছন ধাৰাবাহিক ড্ৰিম হাইৰ জৰিয়তে অভিনেত্ৰী হিচাপে অভিষেক ঘটায় আৰু আৰ্কিটেকচাৰ ১০১ (২০১২)…
-
বে ৱু-হি
বে ৱু-হি (কোৰিয়ান: 배우희; জন্ম ২১ নৱেম্বৰ, ১৯৯১), পেছাগতভাৱে ৱুহি নামেৰে পৰিচিত, এগৰাকী দক্ষিণ কোৰিয়ান গায়িকা আৰু অভিনেত্ৰী। তেওঁ দক্ষিণ কোৰিয়ান গাৰ্ল গ্ৰুপ ডাল শ্বেবেটৰ সদস্য হিচাপে আৰু 'দ্য ইউনিট' শ্ব'ত সপ্তম স্থান লাভ কৰি গাৰ্ল গ্ৰুপ ইউনি.টি.-ৰ সদস্য হোৱাৰ বাবে সৰ্বাধিক পৰিচিত।
-
বেগম আকবৰ জেহান আবদুল্লা
বেগম আকবৰ জেহান আব্দুল্লা (১৯১৬ – ১১ জুলাই ২০০০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ শ্বেখ আব্দুল্লাৰ পত্নী আছিল। আকবৰ জেহান আছিল মাইকেল হেনৰী নেডৌ ওৰফে হেৰীৰ ঘৰত জন্মগ্ৰহণ কৰা এজন ক্ৰ'ৱেচিয়ান কাশ্মীৰী; হেৰী শ্ৰীনগৰৰ নেডাউছ হোটেলকে ধৰি ভাৰতীয় হোটেল শৃংখলৰ ইউৰোপীয় মালিক আৰু তেওঁৰ কাশ্মীৰী পত্নী…
-
বেগম আখতাৰ চুলেইমান
বেগম আখতাৰ চুলেইমান ( Begum Akhtar Sulaiman, ১৯২২-১৯৮২) এগৰাকী পাকিস্তানী-বাঙালী সমাজকৰ্মী, ৰাজনৈতিক কৰ্মী আৰু পাকিস্তানৰ পঞ্চম প্ৰধানমন্ত্ৰী হুছেইন শ্বহীদ ছুহৰাৱাৰ্ডীৰ কন্যা আছিল। বেগম আখতাৰ চুলেইমান ১৯৭১ চনৰ যুদ্ধৰ সময়ত ইয়াহ্যা খানৰ শাসনক সমৰ্থন কৰিবলৈ মৰসাহ কৰি ওলাই আহিছিল।
-
বেগম খুৰ্ছিদ মিৰ্জা
বেগম খুৰ্ছিদ মিৰ্জা ( Begum Khurshid Mirza; ৪ মাৰ্চ ১৯১৮ – ৮ ফেব্ৰুৱাৰী ১৯৮৯), এগৰাকী পাকিস্তানী টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী, যাৰ কৰ্মজীৱন ভাৰত বিভাজনৰ পূৰ্বৰ পৰা ১৯৮০ চনলৈকে ব্যপ্ত। তেওঁক পৰ্দাৰ নাম ৰেণুকা দেৱী বুলিও জনা যায়।
-
বেগম ছমৰু
জোৱানা নোবিলিছ ছম্ব্ৰে ( Joanna Nobilis Sombre; জনপ্ৰিয় নাম: বেগম ছমৰু; জন্ম: ফাৰ্জানা জেব উন-নিচা; প্ৰায় ১৭৫৩– ২৭ জানুৱাৰী ১৮৩৬) a convert Catholic Christian এগৰাকী ধৰ্মান্তৰিত কেথলিক খ্ৰীষ্টান বেগম ছমৰু আছিল অপৰিসীম ধনী, কিন্তু মৃত্যু হৈছিল কোনো উত্তৰাধিকাৰী নোহোৱাকৈ।
-
বেগম জাফৰ আলী
বেগম জাফৰ আলী ( Begum Zaffar Ali; জন্ম. চাহেবজাদী চৈয়দা ফাটিমা; ১৯০১-১৯৯৯) কাশ্মীৰৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম মহিলা। শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলা বেগম আলী কাশ্মীৰৰ বিদ্যালয় পৰিদৰ্শক হিচাপে নিযুক্ত হয়।
-
বেগম পাৰা
বেগম পাৰা ( Begum Para; ২৫ ডিচেম্বৰ ১৯২৬ – ৯ ডিচেম্বৰ ২০০৮) এগৰাকী ভাৰতীয় হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী আছিল, যি বেছিভাগ ১৯৪০ আৰু ১৯৫০ চনৰ সময়ছোৱাত সক্ৰিয় আছিল।
-
বেঞ্জামিন ইব্ৰাহিমজাদেহ
বেঞ্জামিন "বেনী" ইব্ৰাহিমজাদেহ (ফাৰ্চী: بنیامین ابراهیمزاده; জন্ম ৩ জানুৱাৰী ১৯৮০) হৈছে এজন প্ৰাক্তন ইৰানী-জাৰ্মান পেছাদাৰী টেনিছ খেলুৱৈ। তেওঁ ২০০৮ চনত ইৰান ডেভিছ কাপ দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল আৰু একে বছৰতে তেওঁৰ প্ৰশিক্ষক জীৱন আৰম্ভ কৰিছিল।
-
বেটী এবাৰলিন
বেটী এবাৰলিন (ইংৰাজী: Betty Aberlin; জন্ম: বেটী কে এজেলফ; ৩০ ডিচেম্বৰ, ১৯৪২) এগৰাকী আমেৰিকান অভিনেত্ৰী, কবি আৰু লেখিকা। তেওঁ শিশুৰ টেলিভিছন ধাৰাবাহিক মিষ্টাৰ ৰজাৰ্ছ নেইবাৰহুডত লেডী এবাৰলিন চৰিত্ৰত অভিনয় কৰাৰ বাবে বিশেষভাৱে পৰিচিত।
-
বেট্টী আবাহ
বেট্টী আবাহ (Betty Abah; জন্ম: ৬ মাৰ্চ, ১৯৭৪) এগৰাকী নাইজেৰিয়ান সাংবাদিক, লেখিকা আৰু এগৰাকী মহিলা আৰু শিশু অধিকাৰ কৰ্মী। তেখেত লাগোছ ৰাজ্যত অৱস্থিত কন্যা-শিশুৰ অধিকাৰ আৰু উন্নয়নৰ অলাভজনক সংস্থা CEE HOPE ৰ প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালিকা
-
বেদিকা
বেদিকা কুমাৰ, যাক কেৱল বেদিকা বুলিও জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তামিল, তেলুগু, কন্নড় আৰু মালয়ালম চলচ্চিত্ৰত কাম কৰে। বেদীকা এটা এছিয়াভিজন বঁটা আৰু দুটা এডিচন বঁটাৰ প্ৰাপক। ইয়াৰ উপৰি তেওঁ দুটাকৈ ফিল্মফেয়াৰ বঁটা (দক্ষিণ)-ৰ মনোনয়ন লাভ কৰিছে।
-
বেন ঝাও
বেন ঝাও (Ban Zhao, চীনা ভাষাত: 班昭; ৪৫ বা ৪৯ – প্ৰায় ১১৭/১২০ খ্ৰীষ্টাব্দ) এগৰাকী চীনা ইতিহাসবিদ, দাৰ্শনিক আৰু ৰাজনীতিবিদ। তেওঁ আছিল প্ৰথমগৰাকী পৰিচিত চীনা ইতিহাসবিদ আৰু এপিডাউৰাছৰ পেম্ফাইলৰ সৈতে প্ৰথম পৰিচিত মহিলা ইতিহাসবিদসকলৰ ভিতৰত অন্যতম।
-
বেনি কুৰিয়াকোচ
বেনি কুৰিয়াকোচ (জন্ম ২৫ মে' ১৯৬২) ভাৰতৰ কেৰালাত জন্মগ্ৰহণ কৰিছিল। তেওঁ দক্ষিণ ভাৰতৰ থলুৱা স্থাপত্যৰ পৰা অনুপ্ৰাণিত হৈ স্থাপত্য সংৰক্ষণ আৰু নতুন ভৱনৰ আৰ্হি প্ৰস্তুত কৰাত নিজৰ স্বাক্ষৰ ৰাখিছে। তেওঁ কাঠ, শিল আৰু ইটাৰ দৰে প্ৰাকৃতিক উপাদানেৰে নিৰ্মিত গাঁথনিৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবে জনাজাত।
-
বেনিয়ামিন বাহাদোৰী
বেনিয়ামিন বাহাদোৰী হৈছে ইৰানৰ তেহৰাণৰ এগৰাকী ইৰানী পপ কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ আৰু অভিনেতা। তেওঁৰ প্ৰথমটো এলবাম ৮৫ ২০০৬ চনত মুক্তি পাইছিল আৰু ই ইৰানৰ ভিতৰত তথা বিদেশত থকা ইৰানী প্ৰব্ৰজনকাৰীসকলৰ মাজত এক বিশাল ব্যাৱসায়িক সফলতা লাভ কৰিছিল।
-
বেনেডিক্ট কাম্বাৰবেটছ্
বেনেডিক্ট টিম'থি কাৰ্লটন কাম্বাৰবেটছ্ (Benedict Timothy Carlton Cumberbatch; জন্ম: ১৯ জুলাই ১৯৭৬) হৈছে এগৰাকী ইংৰাজ অভিনেতা। মানচেষ্টাৰ ভিক্টোৰিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী স্নাতক কাম্বাৰবেটছে লণ্ডন সংগীত আৰু নাট্যকলাৰ একাডেমীত প্ৰশিক্ষণ লয় আৰু ধ্ৰুপদী অভিনয়-কলাত কলাৰ স্নাতক ডিগ্ৰী লাভ কৰে।
-
বেবা আইডেলছন
বেবা আইডেলছন (Beba Idelson; ১৪ অক্টোবৰ ১৮৯৫ – ৫ ডিচেম্বৰ ১৯৭৫) আছিল এগৰাকী জায়নিষ্ট কৰ্মী আৰু ইজৰাইলৰ ৰাজনীতিবিদ।
-
বেবী ৰাণী মৌৰ্য
বেবী ৰাণী মৌৰ্য (: Baby Rani Maurya; জন্ম: ১৫ আগষ্ট ১৯৫৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, বৰ্তমান ২০২২ চনৰ মাৰ্চ মাহৰপৰা উত্তৰ প্ৰদেশ চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
বেলমায়া নেপালী
বেলমায়া নেপালী (নেপালীঃ बेलमाया नेपाली) হৈছে নেপালৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা। বিশেষকৈ নেপালৰ দলিত সম্প্ৰদায়ৰ মহিলাসকলৰ জীৱন-গাঁথাক চিত্ৰিত কৰি তেওঁ বহু কেইখন বঁটা বিজয়ী তথ্যচিত্ৰ নিৰ্মাণ কৰিছে।।
-
বেলা থৰ্ণ
এনাবেলা এভাৰী থৰ্ণ (জন্ম: ৮ অক্টোবৰ, ১৯৯৭) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু লেখিকা। তেওঁ প্ৰথমে ডাৰ্টি চেক্সি মানি (২০০৭–২০০৮) ধাৰাবাহিকত মাৰ্গ’ ডাৰ্লিঙৰ চৰিত্ৰত আৰু নাটক ধাৰাবাহিক মাই অ’ন ৱৰ্ষ্ট এনিমি (২০০৯)ত ৰুথী স্পাইভেৰ চৰিত্ৰত অভিনয় কৰি স্বীকৃতি লাভ কৰে; পাছৰ ধাৰাবাহিকটোৰ বাবে তেওঁ ইয়ং…
-
বেলা নিছান
বেলা আলেকজেণ্ডাৰভনা নিছান এগৰাকী ৰাছিয়ান চকু বিশেষজ্ঞ, দৃষ্টিশক্তি বিকাৰ সংশোধনৰ আধুনিক পদ্ধতিৰ প্ৰতিষ্ঠাপক। তেখেত আমেৰিকান একাডেমী অৱ অফথালম'লজিৰ সদস্য আৰু চিকিৎসা বিজ্ঞানত জেট-ইনজেকচন যন্ত্ৰৰ ব্যৱহাৰৰ এগৰাকী সুপৰিচিত সমৰ্থক।
-
বেলা পোৱাৰ্চ
ডেনৰী বাটিষ্টা টেলৰ (জন্ম: বেলিন্ডা মেৰী মাকাডেংডেং বাতুম্বাকল;), পেছাদাৰীভাৱে বেলা পোৱাৰ্চ (ইংৰাজী: Bella Poarch; জন্ম: ১৯৯৭) নামেৰে জনাজাত এগৰাকী আমেৰিকান চচিয়েল মিডিয়া ব্যক্তিত্ব আৰু গায়িকা।
-
বেলা বোস
বেলা বোস (ইংৰাজী: Bela Bose; ১৮ এপ্ৰিল ১৯৪১ – ২০ ফেব্ৰুৱাৰী ২০২৩) এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু অভিনেত্ৰী আছিল যিয়ে ১৯৬০ আৰু ১৯৭০-ৰ দশকত হিন্দী চলচ্চিত্ৰত সক্ৰিয় আছিল।
-
বেলা হিথকট
ইজাবেলা হিথকট (জন্ম: ১৯৮৭) এগৰাকী অষ্ট্ৰেলিয়ান অভিনেত্ৰী। এক'লাইটছ (২০০৮)ত তেওঁৰ চলচ্চিত্ৰ অভিষেক ঘটাৰ পিছত তেওঁ টেলিভিছনৰ ছ'প অপেৰা নেইবাৰ্ছ (২০০৯)ত আমাণ্ডা ফাউলাৰ হিচাপে পুনৰাবৃত্তিমূলক ভূমিকা পালন কৰে।
-
বেলাৱাদী মাল্লাম্মা
বেলাৱাদী মাল্লাম্মা (১৬২৪–১৬৭৮) ভাৰতৰ বৰ্তমানৰ কৰ্ণাটকৰ বেলাৱাদী প্ৰদেশৰ এগৰাকী যোদ্ধা ৰাণী। তেওঁৰ নেতৃত্ব আৰু অঞ্চলটোত উল্লেখযোগ্য সংঘাতৰ সময়ৰ বাবে তেওঁ পৰিচিত।
-
বেলে হেৰিছ বেনেট
বেলে হেৰিছ বেনেটে (৩ ডিচেম্বৰ, ১৮৫২ – ২০ জুলাই, ১৯২২) দক্ষিণৰ মেথডিষ্ট এপিস্কোপল চাৰ্চত মহিলাৰ বাবে সাধাৰণ অধিকাৰৰ বাবে সংগ্ৰামৰ নেতৃত্ব দিছিল আৰু লাভ কৰিছিল। চাউদাৰ্ণ মেথডিষ্ট চাৰ্চৰ উইমেন মিছনেৰী কাউন্সিলৰ তেওঁ প্ৰতিষ্ঠাপক সভানেত্ৰী আছিল।
-
বেল্লি ললিতা
বেল্লি ললিতা (Belli Lalitha; ২৯ এপ্ৰিল ১৯৭৪-২৬ মে' ১৯৯৯) এগৰাকী ভাৰতীয় লোক সংগীত শিল্পী। তেওঁ তেলেংগনা কলা সমিতিৰ প্ৰতিষ্ঠাপক আছিল। ১৯৯৯ চনত তেওঁক হত্যা কৰা হৈছিল।
-
বেহনাম বেহজাদী
বেহনাম বেহজাদী (ফাৰ্চী: بهنام بهزادی; জন্ম ২৪ জুলাই, ১৯৭২) এজন ইৰানী পৰিচালক, চিত্ৰনাট্যকাৰ, সম্পাদক আৰু প্ৰযোজক। তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসিত ইৰানী পৰিচালকসকলৰ ভিতৰত অন্যতম আৰু তেওঁৰ চলচ্চিত্ৰসমূহে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পৰা একাধিক বঁটা লাভ কৰিছে।