অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বেলমায়া নেপালী

বেলমায়া নেপালী (নেপালীঃ बेलमाया नेपाली) হৈছে নেপালৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা। বিশেষকৈ নেপালৰ দলিত সম্প্ৰদায়ৰ মহিলাসকলৰ জীৱন-গাঁথাক চিত্ৰিত কৰি তেওঁ বহু কেইখন বঁটা বিজয়ী তথ্যচিত্ৰ নিৰ্মাণ কৰিছে।।

হালনাগাদ: ১৮ নৱেম্বৰ ২০২৪ ১৫৮ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বেলমায়া নেপালী (নেপালীঃ बेलमाया नेपाली) হৈছে নেপালৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা। বিশেষকৈ নেপালৰ দলিত সম্প্ৰদায়ৰ মহিলাসকলৰ জীৱন-গাঁথাক চিত্ৰিত কৰি তেওঁ বহু কেইখন বঁটা বিজয়ী তথ্যচিত্ৰ নিৰ্মাণ কৰিছে।।১২

জীৱনী

নেপালৰ পোখাৰাৰ লাহাচৌকত বেলমায়াৰ জন্ম হৈছিল। তেওঁ আছিল ছয়গৰাকী ভাই-ভনীৰ ভিতৰত আটাইতকৈ সৰু। তেওঁ ন বছৰ বয়সতে নিজৰ পিতৃ-মাতৃক হেৰুৱাইছিল। ২০১১ চনত তেওঁ বিবাহপাশত আৱদ্ধ হয়।৩ প্ৰথম অৱস্থাত তেওঁ এটা চুটি প্ৰশিক্ষণ লৈছিল। তাৰ পিছত ফটোগ্ৰাফাৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিলে। ২০০৭ চনত মাই ৱৰ্ল্ড, মাই ভিউজ নামৰ এখন কিতাপত তেওঁৰ প্ৰথম কাম প্ৰকাশ হৈছিল।৪

কাম

  • আই এম বেলমায়া হৈছে তেওঁৰ নিজৰ জীৱনৰ ওপৰত আধাৰিত এখন তথ্যচিত্ৰ যিখনৰ সহ পৰিচালক চু কাৰ্পেণ্টাৰ৷ ৫৬
  • এডুকেট আওৱাৰ ডটাৰ্ছ হৈছে নেপালৰ নাৰী শিক্ষাৰ প্ৰসঙ্গসমূহ উত্থাপন কৰা এখন তথ্যচিত্ৰ।
  • ৰ'য়িং এগেইনষ্ট দ্য ফ্লো হৈছে পোখৰাৰ ফেৱা হ্ৰদৰ নাৱৰ মহিলাসকলৰ বিষয়ে এখন তথ্যচিত্ৰ।
  • ষ্ট্ৰংগাৰ হৈছে নেপালী মহিলা বিষয়ক এখন তথ্যচিত্ৰ।

বঁটা

  • এডুকেট আওৱাৰ ডটাৰ্ছ-ৰ বাবে'টৰন্টো ৰিল এছিয়ান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ' (নৱেম্বৰ ২০১৮, কানাডিয়ান প্ৰিমিয়াৰ)ত বিজয়ী হয়৷
  • এডুকেট আওৱাৰ ডটাৰ্ছ-ৰ বাবে'ইউ কে এছিয়ান ফিল্ম ফেষ্টিভেল' (মাৰ্চ-এপ্ৰিল ২০১৯, ইউৰোপীয় প্ৰিমিয়াৰ)ত বিজয়ী হয়৷

তথ্যসূত্ৰ

  1. ↑ About Time You Met: Belmaya Nepali, Filmmaker. About Time Magazine
  2. ↑ Carpenter, Sue. I Am Belmaya
  3. ↑ (2021-10-15). https://www.theguardian.com/global-development/2021/oct/15/i-will-have-a-better-life-dalit-womans-struggle-to-tell-her-story-on-film
  4. ↑ Reclaiming her voice through filmmaking
  5. ↑ (2021-10-16). https://www.theguardian.com/film/2021/oct/11/i-am-belmaya-review-nepali-dalit-filmmaker
  6. ↑ I Am Belmaya: The inspiring story of a Nepali woman who transformed her life through filmmaking. SBS Your Language

সম্পৰ্কিত শ্ৰেণী

নেপালৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেলমায়া নেপালী” প্ৰবন্ধৰ সংশোধন ৪৪৬০৫৪ (১৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।