অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জ্ঞানপীঠ বঁটা

জ্ঞানপীঠ বঁটা (Jnanpith Award) ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান। দ্য টাইমচ্ অৱ ইণ্ডিয়া বাতৰিকাকতৰ প্ৰকাশক চাহু জৈন পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টৰ দ্বাৰা ভাৰতীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ১৪৫ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

জ্ঞানপীঠ বঁটা (Jnanpith Award) ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান। দ্য টাইমচ্ অৱ ইণ্ডিয়া বাতৰিকাকতৰ প্ৰকাশক চাহু জৈন পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টৰ দ্বাৰা ভাৰতীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।

বঁটা

সংস্কৃত ভাষা ভাষাত জ্ঞানপীঠ শব্দৰ অৰ্থ হ'ল জ্ঞানৰ বেদী। এই বঁটাত আছে নগদ পাঁচ লাখ টকা, এখন মানপত্ৰ আৰু সৰস্বতীৰ এটি ব্ৰঞ্জৰ মূৰ্তি। ১৯৬১ চনত এই বঁটা আৰম্ভ কৰা হয়। ইংৰাজীকে ধৰি ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত থকা আধুনিক ভাষাসমূহৰ যিকোনো ভাষাৰ সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সৃষ্টিশীল কৰ্মৰ বাবে প্ৰতি বছৰে এই বঁটা প্ৰদান কৰা হয়। ১৯৬৫ চনত মালায়লম লেখক জি শংকৰ কুৰুপ-ক প্ৰথম এই বঁটা প্ৰদান কৰা হয়।

১৯৮২ চনৰ আগতে এখন নিৰ্দিষ্ট গ্ৰন্থৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল যদিও তাৰ পিছৰ পৰা লেখকজনৰ সামগ্ৰিক সাহিত্যকৃতিৰ মূল্যায়ন কৰিহে এই বঁটা প্ৰদানৰ নিয়ম কৰা হয়।

জ্ঞানপীঠ বঁটা প্ৰাপ্তসকল

বৰ্ষবিজয়ীসাহিত্যকৰ্মভাষাউৎস
১৯৬৫জি শংকৰ কুৰুপওডাক্কুঝল (বাঁহী)মালয়ালম
১৯৬৬তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়গণদেবতাবঙালী
১৯৬৭উমাশংকৰ যোশীনিশীথাগুজৰাটী
১৯৬৮সুমিত্ৰানন্দন পন্তচিদম্বৰাহিন্দী
১৯৬৯ফিৰাক গোৰখপুৰীগুল-এ-নগমাউৰ্দু
১৯৭০বিশ্বনাথ সত্যনাৰায়ণৰামায়ণ কল্পবৃক্ষশমু (এক সমৃদ্ধ বৃক্ষ: ৰামায়ণ)তেলুগু
১৯৭১বিষ্ণু দেস্মৃতি সত্তা ভৱিষ্যৎবঙালী ভাষা
১৯৭২ৰামধাৰী সিং দিনকৰঊৰ্বশীহিন্দী ভাষা
১৯৭৩দত্তাত্ৰেয় ৰামচন্দ্ৰ বেন্দ্ৰেনাকুতান্তি (চাৰিখন তাঁৰ)কন্নড়
১৯৭৩গোপীনাথ মহান্তিমাটিমটালওড়িয়া
১৯৭৪বিষ্ণু সখাৰাম খান্দেকৰযযাতিমাৰাঠী
১৯৭৫আকিলানচিত্ৰাপ্পাবাইতামিল
১৯৭৬আশাপূৰ্ণা দেৱীপ্ৰথম প্ৰতিশ্ৰুতিবঙালী ভাষা
১৯৭৭কে শিবৰাম কৰন্থমুকাজ্জিয়া কানাসুগালু (মুকাজ্জিৰ স্বপ্ন)কন্নড়
১৯৭৮সচ্চিদানন্দ হীৰানন্দ বাৎস্যায়ন 'অজ্ঞেয়'কিতনি নাও মেঁ কিতনি বাড় (কিমান নাৱত কিমান ঢৌ)হিন্দী ভাষা
১৯৭৯বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যমৃত্যুঞ্জয়অসমীয়া
১৯৮০এচ কে পোট্টেক্কাটওৰু দেসাত্তিন্তে কথা (এখন দেশৰ কথা)মালয়ালম ভাষা
১৯৮১অমৃতা প্ৰীতমকাগজ তে ক্যানভাসপঞ্জাবী
১৯৮২মহাদেৱী বৰ্মায়মাহিন্দী ভাষা
১৯৮৩মাস্তি ভেঙ্কটেশ আয়েঙ্গাৰচিক্কাবীৰা ৰাজেন্দ্ৰকন্নড় ভাষা
১৯৮৪থাকাজি শিবশঙ্কৰ পিল্লাইমালয়ালম ভাষা
১৯৮৫পন্নালাল পেটেলমানবী নি ভবাইগুজৰাটী ভাষা
১৯৮৬সচ্চিদানন্দ ৰাউত ৰায়ওড়িয়া
১৯৮৭বিষ্ণু বামন শিৰওয়াদকৰ (কুসুমাগ্ৰজ)মাৰাঠী ভাষা
১৯৮৮ড॰চি নাৰায়ণ ৰেড্ডীবিশ্বম্ভৰতেলুগু ভাষা
১৯৮৯কাৰ্টুল এন হাইদৰআখিৰে সবকে হামসফৰউৰ্দু ভাষা
১৯৯০ভি কে গোকাকভাৰত সিন্ধু ৰশ্মিকন্নড়
১৯৯১সুভাষ মুখোপাধ্যায়বঙালী ভাষা
১৯৯২নৰেশ মেহতাহিন্দী ভাষা
১৯৯৩সীতাকান্ত মহাপাত্ৰওড়িয়া
১৯৯৪ইউ আৰ আনন্দমূৰ্তিসংস্কাৰকন্নড়
১৯৯৫এম টি বাসুদেবন নায়াৰৰাণ্ডামুজাম (দ্বিতীয় সুযোগ)মালয়ালম ভাষা
১৯৯৬মহাশ্বেতা দেৱীবঙালী ভাষা
১৯৯৭আলি চৰ্দাৰ জাফ্ৰিউৰ্দু ভাষা
১৯৯৮গিৰীশ কৰ্ণাডকন্নড়
১৯৯৯নিৰ্মল বৰ্মাহিন্দী ভাষা
১৯৯৯গুৰদয়াল সিংপঞ্জাৱী
২০০০মামণি ৰয়ছম গোস্বামীঅসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
২০০১ৰাজেন্দ্ৰ কেশৱলাল শ্বাহগুজৰাটী ভাষা
২০০২জয়কান্তনতামিল ভাষা
২০০৩বিন্দা কৰন্দিকৰঅষ্টদৰ্শন (কবিতা)মাৰাঠী ভাষা
২০০৪ৰহমান ৰাহিসভুক সোডা, কালামি ৰাহি ওসিয়া ৰোদে জাৰেন মাঞ্জকাশ্মিৰী
২০০৫কুঁয়াৰ নাৰায়ণহিন্দী ভাষা
২০০৬ৰবীন্দ্ৰ কেলকৰকোংকণী
২০০৬সত্যব্ৰত শাস্ত্ৰীসংস্কৃত ভাষা
২০০৭ও এন ভি কুৰুপমালায়ালাম সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবেমালয়ালম ভাষা
২০০৮আখলাক মহম্মদ খান 'শাহৰিয়াৰ'উৰ্দু ভাষা
২০০৯অমৰকান্তহিন্দী ভাষা১
২০০৯শ্ৰীলাল শুক্লাহিন্দী ভাষা১
২০১০চন্দ্ৰশেখৰ কম্বাৰকন্নড় সাহিত্যলৈ কৰা অবদানৰ বাবেকন্নড়১
২০১১প্ৰতিভা ৰায়ওড়িয়া
২০১২ৰাভুৰি ভৰদ্বাজতেলুগু ভাষা
২০১৩কেদাৰনাথ সিংহিন্দী ভাষা
২০১৪ভালচন্দ্ৰ নেমাডেমাৰাঠী ভাষা
২০১৫ৰঘুবীৰ চৌধাৰীগুজৰাটী ভাষা
২০১৬শংখ ঘোষবঙালী ভাষা
২০১৭কৃষ্ণা সোব্‌তিহিন্দী ভাষা
২০১৮অমিতাভ ঘোষইংৰাজী
২০১৯অক্কিতম অচ্যুতম নম্বুথিৰীমালয়ালম ভাষা২
২০২০নীলমণি ফুকনঅসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)৩
২০২২দামোদৰ মাউজোকোংকণী৩
২০২৩ৰামভদ্ৰাচাৰ্য †সংস্কৃত ভাষা৪
২০২৩গুলজাৰউৰ্দু ভাষা৫
২০২৪বিনোদ কুমাৰ শুক্লাহিন্দী ভাষা৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Amar Kant, Shrilal Shukla, Kambar win Jnanpith Award. PTI. The Hindu
  2. ↑ (৩০ নৱেম্বৰ ২০১৯). বহুমুখী প্ৰতিভাৰ মালায়ালম কবি ((অক্কিতম অচ্যুতম নম্বুথিৰী))লৈ ২০১৯ৰ জ্ঞানপীঠ বঁটা. প্ৰাগ নিউজ
  3. ↑ Benita Fernando. (9 December, 2021). Explained: Who are Nilmani Phookan Jr and Damodar Mauzo, the winners of Jnanpith Award?. The Indian Express
  4. ↑ (17 February 2024). Gulzar, Sanskrit scholar Rambhadracharya selected for Jnanpith Award. ইণ্ডিয়া এক্সপ্ৰেছ
  5. ↑ The Hindu. (17 February 2024). Gulzar, Sanskrit scholar Rambhadracharya selected for Jnanpith Award
  6. ↑ (2025-03-22). Hindi writer Vinod Kumar Shukla selected for 59th Jnanpith award. Deccan Chronicle

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানজ্ঞানপীঠ বঁটা বিজয়ীভাৰতীয় সাহিত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্ঞানপীঠ বঁটা” প্ৰবন্ধৰ সংশোধন ৫৫৭৮৮১ (২৭ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।