অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অক্কিতম অচ্যুতম নম্বুথিৰী

অক্কিতম অচ্যুতম নম্বুথিৰী (Akkitham Achuthan Namboothiri; জন্ম: ১৮ মাৰ্চ, ১৯২৬ – ১৫ অক্টোবৰ, ২০২০), এজন ভাৰতীয় কবি আৰু গদ্যকাৰ, যি মালয়ালম ভাষাত লিখা-মেলা কৰে। অক্কিতম তেওঁ লিখা সৰল আৰু আকৰ্ষক শৈলীৰ, প্ৰেম আৰু সহানুভূতি বিষয়ক লেখাবোৰৰ বাবে জনাজাত।

হালনাগাদ: ৮ ছেপ্তেম্বৰ ২০২৪ ১০৯ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

অক্কিতম অচ্যুতম নম্বুথিৰী (Akkitham Achuthan Namboothiri; জন্ম: ১৮ মাৰ্চ, ১৯২৬ – ১৫ অক্টোবৰ, ২০২০), এজন ভাৰতীয় কবি আৰু গদ্যকাৰ, যি মালয়ালম ভাষাত লিখা-মেলা কৰে। অক্কিতম তেওঁ লিখা সৰল আৰু আকৰ্ষক শৈলীৰ, প্ৰেম আৰু সহানুভূতি বিষয়ক লেখাবোৰৰ বাবে জনাজাত। 'ইৰুপতম নুট্টাদিন্তে ইতিহাসম' (ইং: এপিক অৱ দ্য টুৱেনণ্টিয়েথ চেঞ্চুৰী), 'বলিদৰ্শনম' (ইং: দ্য ভিজন অৱ বলি) আৰু 'নিমিশা ক্ষেত্ৰম' (ইং: হলি ম'মেণ্ট) আদি তেওঁৰ প্ৰসিদ্ধ কামসমূহৰ ভিতৰত অন্যতম।

২০১৯ চনত তেওঁ ভাৰতৰ সৰ্বোচ্চ সাহিত্য সম্মান জ্ঞানপীঠ বঁটা লাভ কৰে।১ ইয়াৰ উপৰিও তেওঁ কেৰালা সাহিত্য অকাডেমি বঁটা, সাহিত্য অকাডেমি বঁটা আৰু পদ্মশ্ৰী সম্মানৰ উপৰিও অন্যান্য লেখত ল'ব লগা সম্মান লাভ কৰিছে। ২০২০ চনৰ ১৫ অক্টোবৰ তাৰিখে ত্ৰিচুৰত ৯৪ বছৰ বয়ত তেওঁৰ মৃত্যু হয়।২

তথ্যসূত্ৰ

  1. ↑ (29 November 2019). Poet Akkitham bags Jnanpith award
  2. ↑ മഹാകവി അക്കിത്തം അച്യുതന്‍ നമ്പൂതിരി അന്തരിച്ചു. Mathrubhumi

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ ব্যক্তিভাৰতীয় সাহিত্যিকজ্ঞানপীঠ বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ীমালায়ালম ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অক্কিতম অচ্যুতম নম্বুথিৰী” প্ৰবন্ধৰ সংশোধন ৪৩১২১২ (৮ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।