অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভালচন্দ্ৰ নেমাডে

ভালচন্দ্ৰ ভানাজী নেমাডে (Bhalchandra Vanaji Nemade; জন্ম: ১৯৩৮) এজন মাৰাঠী ভাষাৰ ভাৰতীয় লেখক, কবি, সমালোচক আৰু ভাষাবিদ। 'কুশলা' উপন্যাসেৰে সাহিত্যিক জীৱনৰ পাতনি মেলা নেমাডেই মাৰাঠী সাহিত্যক এক নতুন মাত্ৰা দিছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৯৪ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ভালচন্দ্ৰ ভানাজী নেমাডে (Bhalchandra Vanaji Nemade; জন্ম: ১৯৩৮) এজন মাৰাঠী ভাষাৰ ভাৰতীয় লেখক, কবি, সমালোচক আৰু ভাষাবিদ। 'কুশলা'১ উপন্যাসেৰে সাহিত্যিক জীৱনৰ পাতনি মেলা নেমাডেই মাৰাঠী সাহিত্যক এক নতুন মাত্ৰা দিছিল। ইয়াৰ পাছতে তেওঁ ক্ৰমান্বয়ে 'বিঢাৰ'২, 'হুল', 'জৰীলা' আৰু 'ঝুল' নামৰ চাৰিখন উপন্যাস (টেট্ৰাল'জি) লিখে। ২০১৩ চনত নামদেই তেওঁৰ 'হিন্দু:জগণ্যাচী সমৃদ্ধ অডগল' শীৰ্ষক কিতাপখন প্ৰকাশ কৰে; যিখন নামদেৰ 'মাষ্টাৰপিচ' বুলি কোৱা হয়।

নেমাডেক তেওঁৰ সাহিত্যকৰ্মৰ বাবে ২০১৫ চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য সম্মান জ্ঞানপীঠ বঁটা৩ আৰু ১৯৯১ চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়। ২০১৩ চনত তেওঁ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটা লাভ কৰে। ৪৫

তথ্যসূত্ৰ

  1. ↑ Nemade, Bhalchandra. (1963). Kosala (कोसला). Popular Prakashan. পৃ. 265
  2. ↑ Nemade, Bhalchandra. (2003). Bidhar(बिढार). Popular Prakashan. পৃ. 305. ISBN 978-81-267-0298-5
  3. ↑ Nandgaonkar, Satish. (6 February 2015). Marathi novelist Bhalchandra Nemade chosen for Jnanpith award
  4. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  5. ↑ Padma Awards Directory (1954–2013). Ministry of Home Affairs

সম্পৰ্কিত শ্ৰেণী

পদ্মশ্ৰী বঁটা বিজয়ীভাৰতীয় সাহিত্যিকজ্ঞানপীঠ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভালচন্দ্ৰ নেমাডে” প্ৰবন্ধৰ সংশোধন ৩৮২২৯০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।